পৃষ্ঠা:হেমকোষ.pdf/৯০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শোধিত্। শোধিত্ব, ক্বদ, বি. (সং. শশাধি-শুধু, নিৰ্মল কৰ} নিৰ্মল কৰা, পবিত্ৰ কৰা; WYGT echtay, cleaned, purified, corrected. শশা, স. শ. (সৎ, শোথ, এবিধ ৰোগ ) তেজত পানী অধিক হৈ গা বা কোনো অঙ্গ উখহ। ৰোগ, dropsy, শোবাসেৰেলুৱা, বি. শশাবে ধৰাৰ দৰে শেখ cetat, fuge, pale, of bloodless appearance. শোন, বি, ( শোঙন--শু, দীপ্তি কৰ সুন্দৰ, শুৱনি, চকু লগ, plendid, shining, beautiful, handsome. শোভা, স. শ. সৌন্দৰ্য, শুৱনি গুণ, জেউতি, splendour, beauty. শোহাক, বি. শোভা কৰা, দীপ্তিমন্ত, সুন্দৰ, beautiful, splendid. শোভিত্, দ. বি. ভূষিত, উত্তমৰূপে সজোৱা, beautified, decorated. শোৱ, কুদ, স. (অং. শশা, শয়ন কৰ) শোৱা কাৰ্য, শয়ন, the act of sleeping. শোৱনি-ঘৰ, স. শ. শোৱা ঘৰ, a house is which a person or persons sleep, a sleeping room. শশা, স. ধা. {সং শুষ, শুকা) শোহ, ৰস টা, শুকা; যেনে, ৰদ পানী শুধিলে, to suck, to absorb as fluid, to dry. শোব, স.ম. শোহ, ৰস টানি শুকাওঁতা, that which sucks or dries up. শোৰুণ, কুদ, স, শোহা বাস টন কাৰ্য, the act of sucking, suction. 4. 7. কামদেৱৰ এপাট শৰ, one of the arrows of the Indian Cupid. . শোষি, ক. বি. শোহ, ৰস টানি শুকোৱা, absorbed as fluid dried. শোহ স. বা. (সং শু, ওকা) হোপ, টান, শুকা (জুলীয়া বন্ধুত খাটে); যেনে, বালিয়ে পানী শশাহে, to suck, to absorb as fluid, to dry. শোহ, কুদ, স, শোহ কাৰ্য, শশাষণ, Catef, suction. শ্মশানবাসী শোহনী, বি. শোহ, শোষণ কৰা, ৰস টানি গুকোৱা, যি শোহে; যেনে, শোহনী কাকত, sucking, drying. স. শ. এবিধ ডাৰ মহ ( সি বৰকৈ তেজ হেঁপে, এতেকে), a large mosquito. শোহা, স. শ. এবাৰ হেপাত যিমান বস মুখলৈ যায়। যেনে, এশোহা গাখীৰ 476ft, suction, a drught. the quantity drunk at one time. শোহা মাৰ, পি, মুখলৈ সুমা, to alay into the month by suction. শোহোতা, কদ, স. যি শশাহে, ৰস টানি 391šal, one who sucks. (*) শশাহঁতী। শৌচ, স. শ. (সং. শৌচ-শুচি, নিৰ্মল। নিৰ্মলতা ( ইয়াক ত্যাগ কৰিলে নিৰ্মল হোৱা যায়, এতেকে পেটৰ মল, বিষ্ঠা, purification, feces, excrement. শৌচ কৰ, পানী ছো, মল ত্যাগ ক, ta) void faces. শৌচাচাৰু, স. শ. (স. শৌচাচাৰ-শৌচ, শুচিতা + আচাৰ, আচৰণ ) প্ৰস্ৰাৱ ৰা মলত্যাগ কৰি শুচি হবৰ নিমিত্তে মাটি পানী লোৱা কাৰ্য্য, the act of making preparations to ease oneself. শৌনক, স, শ. মনুৰ পূৰ্ববৰ্তী এজনা বৰ জ্ঞানী ঋষিৰ নাম, the name of an inspired sage. বি. পাৰ্গত, নিপুণ, চতুৰ, skilful. শৌৰ্য, গু. শ. (সং. শৌৰ্য-পূৰ, বীৰ) বীৰত্ব, পৰাক্ৰম, heroism, prowess. শশা, স. শ. (সৎ, শশান-শৱ, শ + স্থান, ঠাই। মৰা মানুহ পোৰা বা পোত ঠাই, মৰিশালি, a place where dead bodies are burnt or buried, cemetery, cremation ground. শ্মশানবাসী, বি. (সং. শশানৱাসিন। অশান, ঔ+শিন, কা; বাস+ই} সুশান নিবাস কৰা, মৰিশালিত একা, residing in a cemetery. () শশানবাসিনী।