পৃষ্ঠা:হেমকোষ.pdf/৮৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শুকাও। শুকাও, কৃদ স. শুকোৱা বা নীৰ কৰা

  1. fu, the act of drying.

শুকান, বি. নীস, পানী নথকা, জুলীয়া নোহোৱা; কেঁচা নোহোৱা; ক্ষীণ, dry, not moist, emaciated. শুকানী, বি. (শুকান শব্দৰ স্ত্ৰীলিঙ্গ) খীননাৱা, te catetat, emaciated (Fem.). শুকানে, ক্ৰি. বি. শুকান অৱস্থাত; শুকান- Ct, in a dry state, শুকুৰ, স. শ. (সৎ, শুৰু, যষ্ঠ বাৰ) সপ্তাহৰ ছয় সংখ্যাৰ বাৰ, Friday. শুকুৰবৰীয়া, বি. শুকুৰবাৰে হোৱা, জন্ম বা শুকুৰবাৰ সম্পৰ্কীয়, borun (or produced on Friday, relating to ditto. শুকুৰ, স. শ. (সং. শুক্ৰবাৰ) সপ্তাহৰ ছয় সংখ্যাৰ বাৰ, Friday. শুকলা, বি. (সং. শুক্ল, বগ} বগা, ধলা, white. (স্ত্ৰী) শুকুলী। শুকুৱা, স, খা, আনৰ দ্বাৰা শুকান বা নীৰস

  • ), to cause to dry,

শুক, স. শ. (সং. শু, পবিত্ৰ হ) ছয় সংখ্যাৰ গ্ৰহ; (সেই গ্ৰহ গৰাকী, এতেকে) সপ্তাহৰ ষষ্ঠ দিন; ভৃগু মুনিৰ পুতেক আৰু দৈত্যবিলাকৰ গুৰু, the planet Venus, Friday, the son of Bhrigu and preceptor of the Daityas. , শুক্ৰ, স. শ. { সৎ, শুচু, আ হ ) তেল, বীৰ্য, semen, শুক্ৰবাৰ, স, শ, শুক্ৰ গ্ৰহে ভোগ কৰা বাৰ, সপ্তাহৰ ছয় সংখ্যাৰ দিন, Friday. শুক্ৰাচাৰ্য্য, স. শ. {সং. শুক্ৰাচাৰ্য্য~-শু, তৃগুৰ পুতেক + আচাৰ্য, গুৰু) দৈত্যৰ গুৰু 7, Sukra, the preceptor of the Daityas. শুঙ্গ, বি. (সৎ, শুক্ৰ-শু, নিৰ্মল হ) বগা, শুকুলা, white. (স্ত্ৰী) শুক্লা। শুক্তি, স. শ. (সং, শুষ্ক, শুকান + লতিকা, লতা) এবিধ লতাৰ শ্ৰেণীৰ গছ, তাৰ শোষক গুণ আছে, এতেকে ভিৰো- ভাৰ প্ৰসৱ হলে শুকনীস্বৰূপে তাক খুওৱা যায়, a kind of shrub, শুক্ল পক্ষ, স, শ. (সং, শুক্লপক্ষ - শুক্ত, বগা + পক্ষ, মাহৰ আধা) মাহেকৰ cetat Ets, the lyright half of a monti . শুগীয়া, বি. ( অং. শশাগ, অসন্তোষ } শশাগ- যুক্ত, অসন্তুষীয়া, একোতে সন্তোষ নন- পোৰা, habitually discontented, fretful. , শুগুনী, বি. “ শোগোনা” চোৱ॥ শুচি, বি. (সং. শুচিশু, নিৰ্মুল ক) নিৰ্ম্মল; পবিত্ৰ, শুদ্ধ, elea, ure, ceremonially clean, holy. শুচিতা, ও, শ, পবিত্ৰতা, শুচি গুণ, cleanli- ness, purity, holiness. শুজ, স. . (সং. শুধ, নিৰ্মল কৰ; হিং. শোধনা, ধাৰ শুজা) পুনৰায় দি, পৰি- শোধ কৰ; যেমে, ধৰুৱাই ধাৰ শুজে; গালৈ অহিত বা দুগুণ নকৰা হ; যেনে, নিৰোগীক সকলো বন্ধুৰে শুজে, ta liquidate, to repay, to agree with the constitution of. শুজা, স, ধ, লোকৰ দ্বাৰা ধাৰ মৰ, to cause to be repaid. শুটু, অ, ধ(সং. শুধ, পৰিষ্কাৰ হ) এজনে আৰিত জিকা ধন বা বস্তু আন জনে জিকা ধনৰ বা বস্তুৰ দ্বাৰা শুজা হ, আৰিৰ বস্তু বা ধন মৰামৰি হ; যেনে, মই হৰা ধন তুমি হৰা ধনেৰে শুটিল, to be repaid. শুট, কদ, স, শুটা কাৰ্য, the act of being repaid. , শুটনি, স. শ. ( অং. ‘শুটা চোৱা) হিংসাৰ সলনি কৰা হিংসা, প্ৰতিহিংসা; যেনে, সি ইয়াৰ শুটনি পাৰ, retaliation. শুটা, স. . { অথ, শুটু’ চোৱা) জয়ৰ দ্বাৰা জয়ৰ ধাৰ শুজ, খেলত হৰা জনে জিকা জনক হৰুৱাই পৰিশোধ কৰ; যেনে, মই এই ঢাল শুটাম; প্ৰতিহিংসা বা হিংসাৰ প্ৰতিকাৰ কৰ; যেনে, কিক কিলেৰে শুটালে, to retaliate.