পৃষ্ঠা:হেমকোষ.pdf/৮৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এজনা দেবী, the goddess of small- pox. শউলী, স. শ. (সং. শীতল, নিমজ) চালৰ তলে খেৰৰ আগ নোলোৱাকৈ ৰাখি নিমজ দেখাবলৈ পথালিকৈ পাৰি দিয়া কামী, one of the long thin pieces of split bamboo laid crosswise upon the rafters of a roof. শতলীয়া, স. শ. (সং. শীতল, চেঁচা) জেকনি লগৰ পৰা পাণৰ পাত ফুটুকা পৰি গেলি যোৱ ৰোগ, tisease of the par crecper , শৰ্ত, বি. (সং. “তাৰ্ত----শীত, জাৰ+ আৰ্ত, দুখ পোৱা) জাৰত দুখ পোৱা, suffering from cold. শীতোষ্ণ, স. শ. {সং. শীষ্ণে জাৰ + উষ্ণ, তাপ) জাৰ আৰু ঘাম, cold and heat. শু, স, শ, সৎ, শুঙ্গ, যধানৰ আগৰ জো) ধান আদিৰ আগৰ গোঙ্গা ভাগ; {তাৰ নিচিনা, এজেকে ) বিছাৰ নোম; বৰল আদিৰ হুল; বৰণীৰ ওভোতা লো; কথাৰ উৱা, a bristle of a caterpillar, the sting of a wasp, &c., the barb of a fish hook, a slight notice. শুং পা, অলপ উৱা পা, to have a slight information or clue. শীৰ্ণ, কৃদ. বি. (সং. স্বৰ্ণ—শূ, পড়া কন্) ক্ষীণ, দুৰ্বল, emaciatel, weak. শুৎ লগা, বি. শুংযুক্ত; জোং থকা, laying a sting or a barb. শুশু, অ, ধা বিছা আদিৰ শুঙ্গে বিন্ধা যেন বোধ কৰ, বিবিঙ্গা, to feel an itching sensation. অংশুঙ্গীয়া, স. শ. গতি ক্ষুদ্ৰ শুং থকা এবিধ গছ, মাহুদি, a kind of wild plant. শুৎসূত্ৰ, স. শ. উৱাদিহ, কোনো বিষয়ৰ অলপ সদ, a slight information, কৰা দীঘল অ, the proboscis or trunk of an elephant. শুড়ী, স. শ, (সং. শুণ্ডী; শু+ই, শুৰী, মদ্য ব্যৱসায়ী) মদ বা ফটিকা PETY TICTOB), one who prepares or sells spirituous liquor. শুৰি, স. শ. (সং. শুষণ, পৰিচৰ্যা, স্বামীৰ পৰিচৰ্য্যা কৰে, এভেকে) স্বামী ঘৰত ভাৰ্যাস্বৰূপে থকা অৱস্থা, the state of living as a wife in the husband's house, wifehood. খাটু, ভাৰ্য্যৰূপে স্বামীৰ ঘৰত Sp, to live as & wife in the husband's house. . শুক্, স. শ. (স, শুক—শু, কথা ) 2) sate, a parrot. স. শ. ব্যাস মুনিৰ পুতেক, শুক্দৈৱ, the son of Vyasa. শুকটী, স. শ. { সং, শুক, শুকান; হি. বং, শুটকী, শুকান মাছ শুকান মাছ, dried fish. শুকনি, কদ. স. (অ. শুকা, নিস হ; বা ভাল হ) জুলীয় বস্তুৰ দৰে কমি যোৱা বা নিস হোৱা অৱস্থা; যেনে, নৈত পানীয়ে শুকনি ধৰিছে; ঘা ভাল হোৱা অৱস্থা; যেনে, খহৰ শুকনি, the state of being dried or healed. শুকনী, স. শ. খহু আদি শুকোৱা দৰব, a medicine used for healing a sore. শুকা, অ. দা. {সং. শু, হিং. সুনা; বং, শুকান, নিৰস হ) নীৰস হ; যেনে, দ্বাহবোৰ শুকাল; বাপ হৈ কমি যা, তাপৰ দ্বাৰা আকৃষ্ট হৈ নথকা হ; যেনে, পানী শুকাল; “ আদি গুচি ভাল, হ; যেনে, ঘা শুকাল; কীণ হ, ঝুনা to be dried or healed, to be emaciated. স. বা শুকান অৱস্থা প্ৰাপ্ত কৰ, মীৰ কৰ, to cause to be dried or healed. কুদ, স. শুকাওঁ, (দী) শুক্কাতী। & clue. স, শ, (সং, শুও, হাতীৰ নাক} হাতীৰ নাকৰ আৰু হাতৰ কাম