পৃষ্ঠা:হেমকোষ.pdf/৮৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লৰকৰ। চৰ কৰিছে; ঠাই সলোৱা, স্থানান্তৰিত; যেনে, ইয়াৰ পৰা লৰচৰ নহবি, challged, altered, shaking, moving to another place. লফ, স. শ, { অং, লৰ, সঞ্চালিত হ+ ফৰ, অনুব্ধ ) সঞ্চালন, লচৰ; যেনে, জুইডাল লৰফৰ কৰিছে, the act of moving or shaking. বি. পৰিবৰ্তিত, অন্য প্ৰকাৰ কৰা; যেনে, আগৰ কথা লৰফৰ হল, clauge, altered, লৰফৰা, স. ধা, সঞ্চালিত কৰু, লৰা, জোকাৰ; যেনে, হাতীয়ে শুৰ লৰফৰায়, tv shake, to move to and fro. লবণ ওবা, বি. { অং. লৱ, বিভিন্নতা) বিশৃঙ্খল, ছিন্নভিন্ন, লণ্ডভণ্ড, ১ifused, scattered, topsy-turvy. লা, গ. ধা. { অং. লৰ, বেগাই যা} চুলিৰ মাজে দি বেগই যা (কণীত act), to crawl rapidly. লৰ-লৰীয়া, বি. { অং. লব, কঁ) বৰ লশৰীয়া, বু হোৱাৰ কাৰণে হাত মূৰ কঁপা, বৰ বুঢ়া, আখৰ, very old, infirm. ললনা, স, শ. (সং. ললনা—সল, ক্ৰীড়া ক) তিৰোতা, a woman. ললাকলা, বি. (অং. লালকাল, অচেতন ) শান্ত, ভাগৰ লগা, বৰ পৰিশ্ৰমৰ দ্বাৰা

  • fata, exhausted, faint, languid.

ললাট, স. শ. (সং. ললাট Kuldhar Rabha (talk) লল, বাঞ্ছা ক) কপাল, চেলাউৰিৰ ওপৰৰ ভাগ; ( কপালত বিধতাই সুখ দুখৰ কথা লিখে, এতেকে) দশা, ভাগ্য; যেনে, ললাটত যি আছে, সেইয়ে হব; এতেকে কপালত থকা দুখ বা যাতনা; যেনে, অমুকে matt feite, the forchvad, fate, luck, predestined misery or suffering. ললাটৰখা, স. শ. (সং ললাটখো- ললাট, কপাল + ৰেখা, আঁক) কপালৰ পথালি আঁক; বিধতাই কপালত লিখা peny a horizontal line or wrinkle on the forehead, fate, destiny. লৱৰ, ললাটী, বি. (সং. ললাটিনললাট, দশা ইন) পূৰ্বে নিৰূপিত ক্লেশ বা যাতনা ভোগ কৰা; যেনে, ললাটী জীৱ, suffer- ing predestined misery or pain. ললিত, বি. (সং, ললিত-লল, বাঞ্ছা কৰ) মনোৰম, সুন্দৰ; সুকোমল, beautiful, touder. লৱ, স. শ. (স.. লৰ, ঘৰচীয়া জন্তুৰ নোম; গৰুৰ ফালেৰে তেওঁৰ গৰ ক্লেদ মচ। গৈছিল, এতেকে। ৰামচন্দ্ৰৰ জ্যেষ্ঠ পুত্ৰৰ 774, the name of the tisst son of Rama. লবঙ্গ, স, *. ( সং, লৱঙ্গ ছেদন কৰ; জিক ছেদন কৰে, অৰ্থাৎ বৰকৈ পোৰে, এতেকে) লং, মলা উপদ্বীপৰ পৰা অনা এবিধ সুগন্ধি জল শুকান ফুল; প্ৰায় তাৰ আকৃতিৰ আন এবিধ সুগন্ধি ফুল, 7, a clove, a lower lul of the clove tree. Caryophyllns aromulions {ialyle). ). কাৰণ, স. শ(সং. লৱণ-লু, খণ্ড খণ্ড ক; আহাৰক শীঘ্ৰে জীৰ্ণ কৰে, এতেকে) লোণ, খাদ্য, আশ্বাদ লগোৱা এবিধ

        • ffoary 23, salt, a saline sub-

stavcc. , লৱণ-খনি, স. শ. (সং. লৱণ, লোণ + খনি, উৎপত্তিৰ ঠাই) লোগৰ আকৰ, লোণ উৎপন্ন হোৱা ঠাই, a salt imite, লৱণ-সাগৰ,। স, শ, { সং, লৱণ, লোণ + লৱণ-সাগৰ, সাগৰ, সমুদ্ৰ) হিন্দুশাস্ত্ৰৰ সাত সাগৰৰ এখান, লোণ-সাগৰ, ole of the seven Oceans of tlie Hindu shushtrs, the salt ocean. লৱণাক্ত, বি. (সং. লৱণাক্তৱণ, লোণ + আক্ত, মিশ্ৰিত ) লুণীয়া, saline. লবণোদ, স. শ. (সৎ লৱণোদক- লৱণ, লোণ + উদক, পানী) লোণ-পানী, লুণীয়া atait, salt water, brine. লৱৰ, অ, ধা, (লৰ ” চোৱা) লৰি যা, বেগাই গতি কৰ (পদ্যত মাথোন চলিত ); যেনে, “ আৰ। ভুঞ্জা ইয়া কত