পৃষ্ঠা:হেমকোষ.pdf/৮৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যায় লৱৰস্তে,” to run, . শ. লৰ, দ্ৰুত গতি (পদ্য); যেনে, “দিলেক লৱৰ গীতধনি নিৰীক্ষণে,” a run. সহঙ্গ, স, শ, (হিং. লহংগা, ঘূৰি ) fecatuta fufa, a petticoat. লহা, বি. দীঘল আৰু গা-ধৰা, ওখ আৰু gamta, tall and well-proportioned. (স্ত্ৰী) লহঙ্গী। লহন, “লোহন” চোৱা। লহবি, স, শ, {সং, লহৰি-ৰহ, ত্যাগ কৰ (?) উৰ্মি, টৌ, দুৱাৰ গৰিল, a large wave. . লহকৰী-শা, স, শ. (সং. লাসকী, সহকাৰী, নাতী; লাস, নাচ + কৰী, কতী, ভাল পাত মেলি নাচি থকা যেন দেখা যায়, এতেকে) এবিধ ডাঙ্গৰ পাতেৰে ভাল জাতিৰ মিঠা মৰা শাক, a kind of jute plant used as a getable “মৰাশাক” চোৱা। লণহীয়া, বি. (সং, লসত, কান্তি, ঐ +পহ, অনুক,) বাঢ়ি ডাল পাতেৰে শোভিত হোৱা, শ্ৰীধৰা (সৰু গছ বা গছৰ পুলিত খাটে); যেনে, শাকবিলাক লহপহীয়া Cug, thriving luxuriantly, as a pluut. . সহপহ কৰে, ক্ৰি. বি. ডাল পাতেৰে শশাভিত Se, fa, luxuriantly. ললহু কৰে, ক্ৰি. বি. (সং. লস্, কান্তি কৰ; হিং, লহলহানা, শ্ৰী ধৰ) বেগাই ডাল পাতেৰে পূৰ হৈ, সহপহ কৰে। যেনে, শাকবোৰ লহসহ কৰে বাঢ়িছে; বেগাই শ্ৰীধৰি, তেজ মঙ্গহেৰে পূৰ হৈ; যেনে, ছোৱালীজনী হলহ কৰে ভাৰ EECE, rapidly, luxuriantly (said of thriving). ল, স. ধ (সং, লক্ষ; হিং, লখনা, দে) তৰ্ক; মন্, দেখু; যেনে, অনেক ভৰা ইমান দূৰ যে সিহঁতক লবি নোৱাৰি, to see, to perceive. লক্ষ, স. শ. (সং. লক্ষ্য, উদ্দেশ্য, চিন} যালৈ পেনাই অস্ত্ৰ প্ৰহাৰ কৰা যায়, সেই চিন বা বস্তু; যেনে, অৰ্জুনে লক্ষ ভেদিলে; যি কাৰ্য্যৰ সিদ্ধিৰ ইচ্ছাৰে কোনো কাৰ্যকৰা বা কথা কোৱা যায়, উদ্দেশ; যেনে, এই কথাৰ লক্ষ কি? অনুমান; যেনে, তুমি ঠিক লক্ষ কৰিছা, a butt, a mark to be shot at, an olbject, a purpose, an inference. সৎখা. এশ হেজাৰ, এক লাখ, one hundred thousand. লক্ষ কৰ, কোনো চিন বা বস্তুলৈ অল্প পোন, চাক ধৰ; যেনে, পছলৈ লক্ষ কৰি কঁাড় মাৰিলে; অনুমান কৰ, মনেৰে ধৰ; যেনে, কথাটো লক্ষ কৰিব পৰা নাই; দেখ, ম; যেনে, বৰ দূৰ লক্ষ কৰিব contatra, to aim a missile at, to infer, to sev, to pereciye. লক্ষ, স. শ. (সং, লক্ষণলক্ষ চিন লগ) চিন, যাৰ দ্বাৰা কোনো কথা হৈছে বা হব বুলি জানিব পাৰি; যেনে, দাহ আৰু পিয়াস জবৰ লক্ষণ, পশ্চিমে উঠা মেঘ বৰষুণ হবৰ লক্ষণ; মানুহৰ গাত থকা শুভাশুভ বুজোৱা চিন, a sign, a symptom, any natural mark in the body indicating yol or evil. . লক্ষণ, স, শ, কথা কওঁতে ব্যৱহাৰ কৰা শব্দবিলাকৰ পোন অৰ্থতকৈ বেলেগ ভাব বুজোৱা বা মনৰ ভাববিলাকক আকৃতি আৰু জীৱ থকা বস্তুৰ দৰে ব্যক্ত কৰা উক্তি, এটা বস্তুক আন এটাৰে তুলনা

  • tro, a figure of specclı.

লক্ষিন্তু, কদ, বি. যালৈ বা যিহলৈ লক্ষ কৰা যায় বা মন মেলা যায়, airned at. লম্বাণু, স. শ. দশৰথ ৰজাৰ ভাৰ্য্যা সুমিত্ৰৰ এজন পুতেক আৰু ৰামৰ ভায়েক, a half brother of Rama. , স. শ. (সং, লক্ষ্মী-লক্ষ্ম দৃষ্টি ক; তেওঁৰ দৃষ্টিত সুখ হয়, এতেকে বিষ্ণুৰ ভাৰ্য আৰু সুখ-সম্পত্তি দিয়া দেৱী; সম্পত্তি-বিভূতি, the goddess of riches and prosperity and wife of Vishnu, property, possessions. i