পৃষ্ঠা:হেমকোষ.pdf/৮৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লতা জৰি covering the flesh under the outer or thick skin of animals. সভা অঁৰি, স. শ. এবিধ আন গছৰ ওপৰত গজা আঁৰি জাতিৰ গছ, a kind of parasitic plant. . লতানি, স. শ. বহুত লতা থকা ঠাই, a place abounding in creepers. লতা-পতা, স. শ. {সং. লক্তক; হিং. লতা, কটা কানি+ পতা, অনু, ফটা কাপৰ আদি অকামিলা বস্তু; অলপ সম্বন্ধ; নিলগ সম্বন্ধীয়া লোক, odds and ends, distant relationship, a remotely related person. লতা-পনীয়াল, স. শ. (সং. লতা, বগাই উঠা তৃণ+পনীয়াল, এবিধ ফল। প্ৰাক্ষা- লত আৰু ভাৰ গুটি, দ্ৰাক্ষা, a rape vine and its fruit. লতামাকৰি, স. শ{সং. লতামৃগ, বান্দৰ; বান্দৰৰ দৰে গছত উঠে, এতেকে) এবিধ গছত উঠা সৰু বাথ, & small animal like a leopard, that climbs trees, লসি, স. শ. গাৰ তেজ চলা সৰু, লেটেক সিৰ, a vein. লতি, স. শ. (সং, লতিকা, লতা) সৰু লতা; কাণৰ তলৰ অলঙ্কাৰ পিন্ধা ভাগ, a small creeping plant, the luhe of সপীয়া লদলদে, ক্ৰি. বি. এলদাৰ পাচত আন সদা 89, lump by lump. লনা, স. শ. (অং লান, শাৰী) দীঘল, জোটা, দীঘল হৈ ওলমি লাগি থকা ফলৰ 798, a long cluster of fruits. লালন, বি. অনেক লনা হোৱা, consisting of several long clusters. লনালনে, ক্ৰি. বি. অনেক লনা হৈ, থোপা ধোপে; যেনে, এই গছৰ গুটিবোৰ লনালনে লাগিছে, in many long clusters. ল-নি, বি. মানী, সমান জোখৰ, সকলো ভাগ সমান হোৱা এতেকে শুৱনি, well proportionod, handsome. লন্দ, বি. কোমল, ভূলাতুল; সকল ফাললৈ ভাঁজ লোৱা, ঠঙ্গা নোহোৱা, soft, pliable. লপা, বি. (অং. লপলপা, অস্পষ্টকৈ কথা ক; দাত নথকা মানুহে স্পষ্টকৈ কথা কব নোৱাৰে, এতেকে ) সোলা, দাত নথকা; সঁচা মিছাৰ বা ভাল বেয়াৰ বিচাৰ নকৰাকৈ কথা কোৱা; এতেকে নিৰ্ব্বোধ, মূৰ্ধ; যেনে,

  • নাৰদে দিছে

তিনি কতপা, আক সুবুজে কোন নে। লপা " toothless, speaking without regard to truth or propriety, igno- rant, foolish, লপাখপা, (অং. লপা, অনুৰূ + হিং, বড়, আঘাত) সৰু চাপ, হাতেৰে সৰুকৈ কৰা দুই বা অধিক আঘাত, slight blows with the open land. ললপনি, স. শ. (ভললৈ চোৱা) বেই আৰু অস্পষ্টৰূপে কোৱা কথাৰ শব্দ, quick indistinct speech. . ললপ, অ, ধা. {সং. লপ, কথা ক) খৰকৈ অস্পষ্টৰূপে কথা ক, to speak quickly. and indistinctly. লপুলপ, স. শ, হিলৈৰ ঘোৰ ওফৰোয়া 72A, the trigger of a gun. ললপীয়া, বি. সঁচা মিছাৰ ৰা ভাল বেয়াৰ বিচাৰ নকৰি বহুত কথা কোৱা, talking the car. লতীয়া-পাণ, স. শ. { অং লৰ্তীয়া, লতাৰ নিচিনা + পাণ, এবিধ লতা) মাটিত বগোৱা পাণৰ ল'; সৰু, কোমল আৰু eta 797 5479, a betel vino ereep- ing on the ground, a small betel leaf. উখিয়া, স. ধ. (অং লাথি, ভৰিৰ প্ৰহাৰ) লাথি মাৰ, ভৰিৰে প্ৰহাৰ কৰ, to kick. লদা, স. শ. (অং. দলা, মাটি এখণ্ড } দলিৰ নিচিনা এক খণ্ড; যেনে, মাটি লদা, সোণৰ লদ, সান্দহৰ লদা, a lump, solidified mass. লাল, বি. অনেক সদা কৰা, divided into many lamps.