পৃষ্ঠা:হেমকোষ.pdf/৮৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টপটা চঞ্চল, shaking, insteady. স. শ. সঞ্চালন, লৰচৰ কৰা কাৰ্য্য; যেনে, লট পট নকৰিবি, unsteadiness. টুপটা, অ, ধ. স্থিৰ নহ, লৰি থাক্‌, লৰ- চৰাই থাক্‌, চত্বতা; যেনে, অৰ্শাত লৰাই লট পটাই থাকে, ta) unsteady, to filget. স. বা দাত নথকা মানুহে বস্তু চোবোৱাৰ দৰে লৰা বা সঞ্চালিত ক ( জিভাত খাটে ); যেনে, বুঢ়া মানুহে চোবাব নোৱাৰে জিভ লটুপটায়। মাথোন; লটুপটীত মোহাবি চোকা কৰ (খুৰত খাটে ), to vol1, as the tongue in chewing, as a toothless person, to strop. লটুপটী, বি. অসতী; চঞ্চলা, অস্থিবা (খ্ৰী), fickle or wanton (Fem. ). 4. * খুৰ মজা ছাল, a sl.ro]. টুপটাৰ, বি. লটপটাই থকা, চতৃবতী, 5821, unsteady, fickle-ininder, wanton. লঠঙ্গা, বি. (হিং. লঠ, টাঙ্গোন) টাঙ্গনৰ দৰে শকত, পাতল বা মিহি নোহোৱা, stont, big. বি. (অং. লঠা, ডাল পাত নথকা) মুঠেই চুলি নথকা ( মূৰত খাটে); পাখি 2771, destitute of hair, feathers. লঠমূৰা, বি. মূঠেই চুলি নথকা; লঠৰামুড়া, পাগুৰি বা মূৰৰ আন লঠৰায়ুৰা, আবৰণ নথকা, bald, bare-headed. (স্ত্ৰী) লঠৰমূৰী, লঠ- মুড়ী, লঠৰমুৰী। লঠৰিয়া, স. শ. ছোৱালীৰ আশাত লোকৰ ঘৰত কাম কৰি থকা মানুহ, a man who lives at the house of, and working for, another in the hope of marriage. শঠ, বি. মুঠেই চুলি নথকা (মূৰত খাটে); লৰা তিৰোতা নথকা, অকলশৰীয়া, উজুৱা, bald, as the head, destitute of wife and children. (স্ত্ৰী) লঠৰী। লঠা, বি. { হিং, লঠ, লাঠী; ভাল নথকা। গছ টাঙ্গন ভালৰ নিচিল, এতেকে) ডাল বা পাত নথকা; যেনে, লঠা গছ; উদ, বন ঘঁহ আদি নথকা; যেনে, মঠ। মাটি; লৰা তিৰোতা নথকা; যেনে, সঠা মানুহ, having no foliage or branches, devoid of grass, destitute of wife and children. লঠামূবা, বি. “লঠৰমূৰ চোৱা। শঠীয়া, স. শ. { হিং; বং, লাঠী, টাঙ্গন। গধুৰ কাঠ আদি দাখিবৰ নিমিত্তে তাৰ তালে সুমাই উচাল দিয়া শক্ত মাৰি, a piece of wood, &t',, sext, as a tever for raising a louvy body: লঠেীবৰা, স. শ. (অং. লঠঙ্গী, ডাঙ্গৰ + ব, এবিধ ধান } এবিধ ভাঙ্গৰ বৰা ধান, টাঙ্গন বৰা, at kind of pully. লণ্ডভণ্ড, “ৰণ্ডভণ্ড" চোৱা। লণ্ডামী, বি. {সং, ৰগ্ৰামী-বণ্ডামি, এবিধ ব্ৰহ্মচাৰী ৰা তিৰোতা নথকা, সন্ন্যাসীৰ নিচিনা (নিন্দাৰ্থত), laving no wife and children. লতা, স. *. (সং, লাল, মেৰাই ধন্} এবিধ বগাই উঠা তৃ, climbing plaut. লত কোবা, লতাৰ দৰে বগা; ব্যাপ, অনেক দূৰলৈ বিস্তাৰিত হ, to treet, as a vine, to overspread, to run in all directionis. লতা পা বা লতা লাগ, আসাদত আবদ্ধ হ, সোৱাদ পাই এৰিব নোৱৰা হ বা আকৌ পাবলৈ ব্যগ্ৰ হ; যেনে, অমুকে মিঠা আমৰ লতা পাইছে, মিঠা আম খাই তাৰ 791 tfcg, to he eager to enjoy a thing again after enjoying it once. লতা আমাৰি, স. শ. এবিধ ভাঙ্গৰ গছ, a kind of timber tree. লতা ছাল, স, শ, {সং. লতা, বগোৱা তৃণ + অ, ছাল, চৰ্ম) জন্তুৰ ডাঠ বা ঘাই ছালৰ তলে মঙ্গই ঢাকি খকা এবিধ ভাৰ বা সিৰৰ নিচিনা ছাল, ঢাক ছাল, a membrane of an extensible nature }