পৃষ্ঠা:হেমকোষ.pdf/৮১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৌন-তু। ৭৯২ য। মৌনব্ৰত, স. শ, (সং. মৌনব্ৰত-মৌন, চান, বি(সং, ম্লান-মুৈ, দুৰ্বল হ} মলিন, ঐ+ দ্ৰুত, সংযম) পুণ্যৰ নিমিতে কথা মলযুক্ত, বিমৰ্ষ, নিৰানন্দ, dirty, cheer- কোৱা অভ্যাস ত্যাগ, taeiturnity less, sad. practised as a religious penance. ম্লেচ্ছ, স. শ. (সং. ম্লেচ্ছ—ম্লেচ্ছ, অন্ধ কথা মৌনি, গু. শ. কথা নোকোৱা অভ্যাস, ক) সংস্কৃত ভাষা নোকাৱা আৰু হিন্দু- taciturnity. . শাস্ত্ৰ মতে নচলা মানুহ, a barbarian, মৌনী, বি. (সং. মৌনি-মৌন+ইন্‌, a foreigner, anyone not speaking কথা কোৱা অভ্যাস ত্যাগ কৰা ধৰ্ম্মৰ the Sanskrit or one of its cleri- নিমিত্তে কথা কোৱা অভ্যাস ত্যাগ কৰা, vative langnages, and not con- practising tacitumity as a religi- forming to the established usages ous penance. of the Hindlus. (Hanghton). মৌনে, ক্ৰি. বি. মনে মনে, কথা নোকোৱা- স্নেচ্ছাচাৰ, স, শ. ম্লেচ্ছৰ আচৰণ, the con- কৈ, in silence, duet of a barbarian. মৌ-পিয়া, স. শ. (অং. মৌ, ফুলৰ ৰস+ পিয়া, পান কৰা) ফুলৰ মৌ খোৱা এবিধ 14 sati, the honey-sucker bird. য, অসমীয়া বৰ্ণমালাৰ ২৬ সংখ্যাৰ ব্যঞ্জন মৌ-বাহ, স. শ. (অং. মৌ+ বাহ, বাস কৰা আখৰ। শব্দৰ মাজত বা অন্তত থাকিলে ঠাই) মৌ-গুটিয়ে মৌ গোটাবলৈ আৰু “অ” এনেকৈ উচ্চাৰিত হয় আৰু পোৱালি জগাবলৈ কৰা চাক, মৌৱে তেতিয়া তাৰ তলত এটা কুট থাকে; বাহ লোৱ পেড়া আদি, a nest of যেনে, বয়স, হয়, the twenty-sixth bees, a bee hive. lettor of the consonants. মৌ-বিচনী, স. শ. (অ, মৌ+বিচনী, বতাহ যুঁজা, বি. (সং. যমজ, একে লগে ওপজা) বললাৱা সঁজুলি, সি বিচনীৰ নিচিনা, একে লগে ওপজা; যেনে, যা লৰা, এতেকে ) মৌৰ চাকৰ দাতি ভাগ, the একে লগে গাত গা লগা হৈ উৎপন্ন; outer eilge of the loney-comb.. যেনে, যা কলা, born together, pro- মৌ-মাখি, স. শ. {সং. মধুমক্ষিকা, মৌ duced in a joint state. গোটোৱা মাখি) মৌ-টি, এবিধ ফুলৰ যত, স. শ. (সং, যন্ত্ৰ, কল ) এবিধ সূত। মৌ গোটাৱা পতঙ্গ, a honey-bee. P65, a spinning wheel. মৌৱা, স. শ. এবিধ শস্য নষ্ট কৰা ক্ষুদ্ৰ পোক যুঁতৰি, স. শ. মহুৰা পকোৱা সৰু যতৰ, a (তাৰ অনেক গোট খাই যৌৰ জাকৰ small whicol for winding the thread দৰে শস্যত পৰে, এতেকে সেই নাম ), or a piece of reed for weaving. a kind of small insect that destroys যৰিফেঁটী, সু. শ. এবিধ কেঁট থকা সাপ, crops. a species of Cobra মৌৱা, স. শ. মোৰ ৰাহৰ দৰে ওলমি পৰা, যকৃত, স. শ, (সং, যকৃত-য, এক+ক Terri, a swelling that hangs like a কৰ) ৰোগৰ দ্বাৰা বৃদ্ধি পোৱা আগ nest of bees. TUR, a diseased liver. মৌৱা না, উখহি ওলমি পৰ, to hang য, স, শ. (সং. যক্ষ, কুবেৰৰ পাৰিষাৰ) down, as a swelling. পুতি থোৱা ধনত লগা এবিধ ভূত; ৰূপণ মৌসলি, স. শএবিধ মহ গৰুৱে খোৱা মানুহ, a kind of evil spirit which পানীত গজা বন, a kind of aquatie is supposed to take possession of grass. wealth buried underground, a miser.