পৃষ্ঠা:হেমকোষ.pdf/৮১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যখৰীয়া। যখৰীয়া, স, শ, (অং. যখৰ, এবিধ খাৰ বস্তু) ৰজাৰ ঘৰত য’খাৰ যোগোৱা মানুহ,

    • 14 atitol, one of a class of men

whose duty it was to supply salt- petre to the Alam government, a manufacturer of saltpetre. যখাৰু, স. শ. (সং. যক্ষাৰ, এবিধ খাৰ। গৰু মুতৰ পৰা কৰা এবিধ খাব, তাক কলাই খাৰ আৰু দৰবত দিয়া যায়, saltpetre. যখিনী, স. শ. যখৰ স্ত্ৰী, কিপিণ তিৰী, a shc-levil, a miserly woman. যখিনী-খুই, স. শ. ( অং. যখিনী, ঐ+ খুই, মুখৰ ৰস) কোনো কোনো গছত কেৰোণে। উলিওৱা থুইৰ নিচিনা বগা ফেন, frothy secretiou found upon plants, exuded by tlac larva of certain insects, toad spittle, frog spit. যা, স, ধ. (অৎ, যা খেজু) খোজ, যাঙ্ক্ষা কৰা, to cause to ligg. অ. ধা অনিচ্ছাৰে দি বা ক; যেনে, বন কৰিব frocar fy 16t7, to do or give unwil- lingly. যজু, স. বা. (সং. যজু, পূজা ক) পূজা কৰ, আৰাধনা কৰ; যেনে, জ্ঞানীয়ে দেৱ- ভাক যজে, to worship, য, দ. স. (সং. যজন-য, ঐ) পূজা 741 atht, the act of worshipping. যজমা, স, শ, (সং) পুৰোহিতৰ দ্বাৰা দেৱতা বা পিতৃৰ কাৰ্য্য কৰাওঁতা, one who employs a priest. যজুৰ্বেদ, স. শ. (সং. যজুৰ্বেদ-যজ্ঞ, পূজা কৰ ৱেদ, শান্ত্ৰ) চাৰি বেদৰ ভিতৰৰ এক বে; তাৰ ঘাই ভাগ দুটা, বাস- নেয় আৰু তৈভিৰীয়। প্ৰথম ভাগক “শুক্ল যজুৰ্বেদ,” দ্বিতীয় ভাগক “কৃষ্ণ যজু- ৰ্বেদ” বোলা যায়। বাজসনেয় ভাগ সূৰ্য্য দেৱই ঘোঁৰাৰ ৰূপ ধৰি যাজ্ঞবল্ক্য মুনিৰ আগত ব্যক্ত কৰে; ভৈত্তিৰীয় ভাগ আদিতে বৈশম্পায়ন ঋষিয়ে ব্ৰহ্মাৰ পৰা পাই যাঙ্ক মুনিক শিকায়, তেওঁৰ পৰা ভিত্তিৰি মুনিয়ে পাই প্ৰচাৰিত কৰে, দুইও ডাগত যাগ-যজ্ঞবিলাকৰ অনেক faatat16, one of the four Velas. যজুৰ্বেদী, বি. (সং. যজুৰ্কোদিন; যজু- ৰ্বেদ + ইন্) যজুৰ্বেদৰ মত প্ৰধৰ্ত্তা, following the tenets of Yajurvellit. . স, শ, সেই মত চলা লোক, ৯, follower of the t'ajurveda. যঞ্জ, বি. (সং. যমজ, একে লগে ওপজা) যজা, একে লগে গাত গা লগা হৈ উৎ- পন্ন; যেনে, এই কলা দুটা যঞ্জ, joinett like two seeds growing together. যজ্ঞ, স, শ, (সং. যজ্ঞ--যজু, পূজ) দেৱতাৰ উদ্দেশে বুলি নৈবেদ্য দি কৰা পূজা, Catata #túr, al sacrifice, a care- mony in which oblations are offered. যজ্ঞ-কুণ্ড, স. শ. {স', যজ্ঞকু-যজ্ঞ, ঐ+ কুণ্ড, গৰ্ত) হোমৰ জুই ধৰ গাত, a bit for sacrificial fire. যজ্ঞপতি, স. শ. (সং. যজ্ঞপতি-যজ্ঞ, ঐ+ পতি, অধিকাৰ) বিষ্ণু, a name of Vishnu. যজ্ঞসূত্ৰ, স, শ. (সং. যজ্ঞসূত্ৰ-যজ্ঞ, ঐ + সূত্ৰ, সূত; তাক দিওঁতে হোম আদি কৰা যায়, এতেকে) উপবীত, গুণ, the sacred thread worn by the first three classes of the Ilindus, যজ্ঞোপবীতু, স. শ. (সং. যজ্ঞোপৱীত~~ যজ্ঞ + উপৱীত, লওণ ) যমূল, see tle above. য, স্থা, সৰ্ব যি ঠাইত, where, যত,। বি. স. (সং. যতু, যি) যিমান, যতে, } যি পৰিমাণ, as mucli or as many as. যতন, স. শ. (সং. যত্ন, উদ্যোগ) উদোগ, চেষ্টা, কাৰবাৰ, exertion, effort, an endeavour. য, স, শ, (সং. যন্ত্ৰ, কল } যঞ্জ, কল, কোনো কাৰ্য্য উজুৰূপে কৰিবলৈ কাঠ, লো আদিৰে সজা বৃদ্ধ; যেনে, পাজি