পৃষ্ঠা:হেমকোষ.pdf/৮০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

। 1 , স. শ(সং. মুষ্টিমু, প্ৰহণ কৰ মুঠি, stor for a catalyo, the clenched tist. মুহুদি, স. শ. এ সং, মুখশুদ্ধি, মুখ পৰিকাৰ কৰণ ভোজনৰ পাচত থোৱা বস্তুৰ আস্বাদ আৰু গন্ধ গুচাবৰ নিমিত্তে মোল আদি চোবোৱা কাৰ্য্য; যেনে, ভোজন কৰি মুহুদি কৰিছে; ভোজনৰ অদ্ভুত চোবোৱ তামোল আদি বস্তু; যেনে, খোৱা হল মুহুদি আনা, the let of chewing spicus or belel-uts to sweeten the breath after eating, spices or betelauts chewed after eating. মুহূৰ্ত, স, শ. (সং মুহূৰ্ত-ইচ্ছ, খণ্ড মুহূৰ্তক, খণ্ড কৰ) ৰাতি দিনৰ ত্ৰিশ ভাগৰ এভাগ; এতেকে অতি অল্প কাল, এক ক্ষণ, a thirtieth part of a lay and night, a very short time, ia moment. মুহুৰ্তে, ক্ৰি. বি. এক মুহুৰ্ততে, ক্ষণেকতে, in a moulen, quickly. মুহূৰ্তেক, স. শ, (সং মূহুৰ্ত্তেক, মুহূৰ্ত + এক) এক মুহূৰ্ত, ক্ষণেক, a very short tine, a moment. মূক, বি. (সং. মূক-মু, বন্ধন ক, মুখ বন্ধ খোৱা, এতেকে) আঁকৰা, কথা কবৰ শক্তি নথকা, স্পষ্টকৈ বাক্য উচ্চাৰণ কৰিব catal, dumb, tongue-tieil. মুকতা, গু. শ. (স.) আঁকৰাৰ অৱস্থা, 27 tay , the state of being duab. মুছৰ্কছ, স. শ. (সং. মুৰ্জ্জুন, চেতন হোৱা কাৰ্য) মুচ্ছা, জ্ঞান হেৰোৱা অৱস্থা, ঠৰ মৰ খোৱা অৱস্থা, a s0on, fainting, loss of consciousness. মূছু-কঁছু যা, মূৰ্ছিত হ, to swook away. মুটু, বি. (সং. মুঢ়মূহ, নিৰ্বোধ হ) নিৰ্বোধ, ger, foolish, dull, stupid. 7. *. নিৰ্বোধ মানুহ, a fool. মূঢ়তা, গু. শ. {সং. মুঢ়ৰ অৱস্থা গুণ, foolishness, iguorance, stupiclity, মুধচ ক। মুঢ়-মতি, বি. (সং. মূঢ়মতি—মূঢ়, নিৰ্বোধ + মতি, বুদ্ধি ) বৰ ভোতা-বুদ্ধিযুক্ত, নিৰ্বোধ, আজলা, dult, stupid. স, শ, ভোতা বুদ্ধিৰে লোক, আজলা, a fool. মু, স, শ. (সং. মূত্ৰ, বং. মূত, সৰু পানী) ক্ষুদ্ৰ শৌচ, সৰু পানী,গুপ্তাঙ্গে দি ওলোৱা পানী, urine. অ, ধা. সৰু পানী ছো, ক্ষুদ্ৰ শৌচ কৰ, to make water. মূতা, স. বা. সৰু পানী ছোৱা, ক্ষুদ্ৰ শৌচ Fay, lo calise tu make water. মূহুৰ, বি. সঘনে মূত, মৃতি থকা; অধিক 717 lata 741, making water fro- quently or excessively. (স্ত্ৰী) মূতুৰী। মূত্ৰ, স. শ. (সং. মূত্ৰ--মূত্ৰ, সৰু পানী ছো) মূত, প্ৰভাৱ, vile. মূত্ৰকৃচ্ছ, {সং. মূচ্ছ -মূল, প্ৰায়। কৃচ্ছ, পীড়া) সৰু পানী ছোতে পোৰা, বেদনা কৰা আৰু টেপাটোপে প্ৰাৱ হোৱা ৰোগ, strangty. মূত্ৰাশয়, স. শ. ( স. মূত্ৰাশয়-মূত্ৰ, মূত+ অংশয়, স্থান) জন্তুৰ পেটত থকা মূৰ (61627171 $5th, the ladder. মূদ-গৰ, ( স. শ. {সং. মূত্ৰাঘাত, প্ৰস্ৰাৱ মূৰ, বন্ধ হোৱা ৰোগ) মূত গাঠি লগ। ৰোগ, মূৰ্তোতে পোৰা, বেদনা কৰা আৰু এটোপা এটোপা হৈ মূত ওলোৱ ৰোগ, মূত্ৰকৃচ্ছ, straigury, obstruction of vine. মুব, স. শ. (সং. মূৰ্ধ্ব, মূৰ ঘৰৰ ওপৰৰ দুখন চালৰ জোৰা; যেনে, ঘৰৰ মুধ- লৈকে কোমোৰা বগাইছে; ঘৰৰ এক মূৰৰ ওচৰৰ ঠাই; যেনে, ঘৰৰ মূধৰ নেমুৰ 915, the ridge of the roof of a house, the place near one of the cuds of a louse. মূধ চূ, স. শ. ঘৰৰ চালৰ জোৰা খেৰেৰে ঢকা কাৰ্য্য; যেনে, “ঘৰ ছাই নকৰিলে মূধচ, আগতকেও হল এতিয়া হে কুল্কচ।" the act of Coloring the ridye of louse with grass. মূৰচ কৰ, ঘৰৰ মূৰৰ জোৰা খেৰেৰে ছা