পৃষ্ঠা:হেমকোষ.pdf/৮০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সুধা। । মূৰ মাৰ, উপায় নষ্ট কৰ, to destroy the means of resourco. OL to cover the ridge of a liouse with grass. মুধ, স. শ. মূধ, অতি উচ্চ পদ, the ridge of the roof of a house, the highest point or position. মূধা ফুটা, বৰ উচ্চ পদ পা, বৰ লোক হ, to attain the highest rank position. . মূৰ, স. শ. (সং. মূদ্ধন, শিৰ) মানুহৰ ডিঙ্গিৰ ওপৰৰ, আন জন্তুৰ ডিঙ্গিৰ আগৰ, ভাগ; কোনো থিয় বস্তুৰ ওপৰৰ ভাগ; প্ৰধান ব্যক্তি, মুখা লোক; পাত্ৰৰ সঁফৰ; যেনে, টেমাৰ মূৰ; কোনো বস্তুৰ আদিৰ বা অন্তৰ ভাগ; যেনে, লাখুটিৰ ইমূৰ সিমূৰ, সীমা; যেনে, পথাৰৰ মূৰত গাওঁ, the head, the top of anything, a Icadler, a lid, an end, a limit. মূৰ কৰ, মূৰ ঘূৰা, কোনো এফাললৈ মূৰ দি; যেনে, পূবলৈ মূৰ কৰি শশা, to tanen or place the lead towards. মূৰ খা, মৃত্যুৰ দ্বাৰা হেৰুৱা; যেনে, বাপেকৰ মূৰ খোৱা (গালী, শাউ বা শপত ), to lose by death. . মূৰ ঘুমা, বেজাবত বা চিন্তাত মূৰ চাপৰাই to, to hang down the head with sorrow, মূৰ দুপিয়া, মুৰ জোকাৰি সম্মতি প্ৰকাশ কৰ, to nod assent. মূৰ পৰু, অন্ত হ; যেনে, কথাৰ মুৰ পৰিল, to be ended. মুৰ পেলা, অন্ত কৰ; যেনে, কথাৰ মূৰ cratca, to end or finislı. মুৰ পোল, পোৰ গঠিৰ পৰা মূৰ সোলক; যেনে, গৰুৰ মুৰ পুলকিল, to slip ( as the head from a noose). মূৰ পোলকা বা পোলোকা দি, পদ্মৰ গাঁঠিৰ পৰা মূৰ সোলকাই মুকলি হ, to slip thie head from a 1100tie. মূৰ মৰ, উপায় নই; যেনে, ধৱ ঘটিবৰ 7 afact, to coase to exist, as a meaus or resource. এইবিলাক খণ্ড বাক্যত যুড় বা মুৰ শব্দে ব্যৱহৃত হয়; যেনে, মুড় বা মুৰ খা, ইত্যাদি। মূৰকত, ক্ৰি. বি. {অং. মূৰ, অন্ত} অন্তত, c*rt**, at the end, at last. মুৰী, স. শ. (অং. মুৰ, প্ৰধান বা ভঙ্গি। পুঠী, এবিধ মাছ) এবিধ ডাঙ্গৰ পুঠী মাছ, a kind of fish. মূৰা, স. শ. শিৰ, মস্তক, জীৱ-জন্তুৰ উত্তমা, the lead. মূৰামুৰি, স. শ. ( তাৎ, মূৰ, শেষ বা সীমা কোন ঘটনা বা কাৰ্য্যৰ সময়ৰ ওচৰ, চমুৱাচমি; যেনে, বিয়াৰ মূৰামূৰি হৈছে। কোনো সময়ৰ শেষৰ নিকট; যেনে, আঘণৰ মুৰামুৰিত বিয়া হব, approach of an event, ncarness to the end of a certain space of time. মূৰিয়ল, স. শ. (অং. মূৰ, মন্তক) বিয়াত দৰা কন্যাৰ মূৰত বা কপালত বান্ধি দিয়া শিৱ আৰু পাৰ্বতীৰ মুৰ্তি, images of Siva and Durga, tied to the forcheads of the bridegroom and bride respectively. . মূৰিয়লি, স. শ. এডৰা মাটিৰ এক মুৰ বা সীমা, the cat or limit of a patch of land. মূৰীয়া, বি. জোখত দোণৰ বা কঠাৰ মুৰৰ অৰ্থাৎ মুখৰ সমান হোৱা {এটা সংখ্যা শব্দৰ পাচত যোজিত হয় ); যেনে, এমূৰীয়া চাউল; মুযুক্ত ( আন এটা শৰ পাচত যযাজিত); যেনে, তিনি-মুৰীয়া, হাতী-মূৰীয়া, fult to the brim of a imeasuring vessel, dry measure, having a hcad, used in both senseg as the last member of a compound word. স. শ. (মূৰত লগোৱা যায়, এতেকে) হাতেৱাহৰ মাল, the handle of an adze. মুৰে, আ. অব্য. সলনি, পৰিবৰ্ত্তে, instead of.