পৃষ্ঠা:হেমকোষ.pdf/৭৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভোট ৭৩৪ ভোমোৰা ভোটু, স. শ. (সং. বুদ্ধ; বুদ্ধৰ উপাসক, এতেকে) আসাম দেশৰ উত্তৰ ফালে পতত থকা এক জাতি, tle Bhutias. ভোটা, স. শ. ৰাতি পই কটা মানুহে শকত শলাকানি দি লগোৱা বৰকৈ জলা চাকি, a torch or light tišed in bunting hy niglit. ভোটাৰ, স. শ. { আ. ভোটা, ঐ+তৰা, ৰকা বৰকৈ পোহৰ দিয়া পুৰতীয় আৰু গধুলি ওলোৱা ডাঙ্গৰ তৰ, flver morning and evening star, lemus. ভোটা, স. শ. (সং, ভোটা, ভোটৰ দেশ) ভোটৰ পৰ্বত, the Bhutan hills. টু-এৰ', স. শ. ( অ. ভোট, এক পৰ্ব্ব- তীয় জাতি+এৰা, এবিধ গছ } এবিধ ঢাপত ৰোৱা গছ, বঙ্গালী এৰা, a kind of heilge plant. ( $49. ভোটাকা, বি. { অং.. ভোটা, এটা তৰা; ভেটোঙ্গা, তাৰ দৰে শকত, এই ভাবত) শক, লোঠোঙ্গা, sliort and stott, hulky , ভোটোঙ্গা-ভোটাং, ডাঙ্গ, শকত স্পষ্ট : যেনে, ভোটাঙ্গা-ভোটা আখৰ, large and plais. ভোঠু-গুটি, স. শ. হাওঁফাওত হোৱা এবিধ 7711 , : kinl of aluss in the lungs. ভাটুগুটি, স. শ. বুকুৰ ভিতৰ ভাগত এবিধ খহু হৈ হোৱা জৰ আৰু কাহ, a kind of abscess in the thorax accompanied with fever and cough. ভোটুভোট, অনুক, অজীৰ্ণযুক্ত পেটৰ বা মুখৰ ভিতৰত কোৱা অস্পষ্ট কথাৰ নিচিনা শব্দ, all imitative und used to express the low gurgling of the stomach or the sound of words spoken between the teeth. . ভোটুটেনি, কদ, স, অজীণীয়া পেটৰ বা মুখৰ ভিতৰতে অস্পষ্টকৈ কোৱা কথাৰ

  • 79, a low gurgling or muttering

sound, , ভোট ভোটা, গ. ধ. পেটত অজীৰ্ণৰ দৰে শব্দ কৰ, মুখৰ ভিতৰতে অস্পষ্টৰূপে 22. to make a low gurgling sound, to mutter. ভোট-মৰিচ, স, শ. ( অ.. ভোট, এক ভোট-মৰী, দেশ + মৰিচ, জলকীয়া) এবিধ ডাঙ্গ জলকীয়া { ইষাক বোধ হয় ভোটৰ দেশৰ পৰা অনা হৈছিল , pepper from Blantan. ডা. বি. (হি. ভোতা; বং. ভোতা, ধৰি নথকা ) ভো,তাহা. জো, নথ, জোঙ্গা নোহাৱা; যেনে, যাঠীডাল ভোত হল; কথাৰ ভিতৰলৈ সোমাব নোৱৰা, বুজিব নোৱৰা; যেনে, ভোতা বুঙ্গি, blunt, ull. ভাতে, বি. (অ. ভোত, জো নথক। গা-শকত, লোঠাঙ্গা, ভেটোকা, stout, Lulky: ভোলোহা, বি. ( তা.. ভোত, জো’ নধকাজোঙ্গ নোহোৱা; বৰ নথক; যেনে, খুৰখানৰ মুখ ভোতোহা হৈছে, unt. সম.-ভোত, তেতোহ}; পথমটো জোঙ্গ। বস্তুত মাথোন খাটে, পাচৰটা জোঙ্গা আৰু চোকা তুইতসমানে খাটে। ভোদা, বি. ( খ. ভোতা, চাক নথকা; হিং. ভাদু, মূখ) মূখ, নিৰ্বোধ,

  • 17. (59), foulisht, simple, ont

sharp, ভোবোৰা, বি. নোমাল, taving thick to long, bushy hair, hirsute. ভেবোলা, স. শ. { অং, পোবোৰা, ঐ ) খাহী নকৰা নোমাল চাঙ্গৰ ছাগ, a large incastrated goat. . ভেম, স. শ. ( বৃহ. ভোম, চকুৰ নেম } 594 fetaalba catat, the eye-laslies. ভোমাল, স. ধা ভোহাৰ, বৰ বহলকৈ ফুটা, to pierce through. মোেৰা, স, শ, { সং, মৰ; ব. ভোমূৰ, হিং, ভৌৰা, এবিধ পতঙ্গ } এবিধ ফুলৰ