পৃষ্ঠা:হেমকোষ.pdf/৭৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভোমোৰ মৌ-পিয়া ফুল। উৰি ফুৰা কীট, humble hee, at black be. তোমাৰা, স, শ, (হি. বহেড়া; বৎ. বয়ড়া, এবি। গুটি ) এবিধ টি, উই; তাৰ 55. a lind of tree and its fruit. ভোয়োল, বি. অং. ভোমাল, ফুটা) ডাঙ্গৰ বিন্ধাযুক্ত, বৰ ফুট। থকা; এতেকে পেটত কথা নৰখা, ঈহুৰীয়া, pieroud through, leaving a large hole or foles, frank, ontspoken. স, শ, ডাঙ্গৰ বিন্ধ।; যেনে, চালত তা- মেল ওলাইছে, u late of. ভৈৰ-ভাল, স. শ. (অ. ভোট, এজাতি ভোতাল, মানুহ + তাল, এবিধ বাদা। প্ৰথমতে ভোটৰ দেশৰ পৰ। গন। এবিধ

  1. 4 tta, in large kint of vyubal.

ভোৰতোৰণি, ক, স. “ভাটভোটনি লোভৰণি, (5711 ভাৰভাৰা, ) তোভৰণি, ত, ধা, “তোটু-ভোটা”চোৱ। { অং. ভুল, এম) বিস্মৃত, মোহিত, কোনো এটা কথাত বৰকৈ মন লগাত আন কথা পাহৰ; যেনে, গীত শুনি ভোল হল, charmed, fascinated. স. শ. এবিধ ল; তাৰ খাদা ফুল, a cheurbitaceous plant, and its fruit used as food. ভোল, স. শ. { বং. ভোলা, এবিধ মাছ। এবিধ মাছ, a kind of fish. (ভালা, বি, হিং. বং. ভোলা, সৎ ) সাধু, সুশীল, হেজা, simple, artless. ভোলা-ভাটো, স. শ. এবিধ ডাঙ্গৰ ভাল eyeti, a kind of purrot. ভোলা-নাথ, স, শ, (ব. তোলা, সুশীল। নাথ, অধিকাৰ } সদাশিৱ, a name of Siva. ভোলোঙ্গা, বি- ভোমোল, বহুত বা ডাহৰ বিশ্বাযুক্ত; সেৰেঙ্গা; হোজা, পেটত 127741, having large or many holes, mut-spoken, thin, vile apart.. . ভ্ৰাতৃ। ভৌতিক, বি. (সং. ভৌতিক - -ভূত, পিশাচ; মূল পদাৰ্থ। ভূত সম্বন্ধীয়; মূল পদাৰ্থ সম্বন্ধীয়, relating to evil spirits, , clemental ভৌভৌ, অ, ধ. ( . ভৌভৌ, কোনে। বস্তুৰ পৰা ভাপ বাজি হেৰি। যেন বুজোৱা। অনুক.) বৰ তাপ এৰি দি, প বাজ কৰ, বৰ উত্তপ্ত হ; যেনে জৰে ভৌতে- 1215, torciate heat, tus leer- trrinely hot. . এস্, গ. বা. (স. প্ৰম, মূৰ প্ৰমণ কৰ, আনেক ঠাইত ফুৰ; সেনে, জীৰ সংসাৰত 17, to travel, to 1991), এম, স. শ. {সং. ভ্ৰম -এম, ঐ। প্ৰান্তি, ভুল, বিস্মৰণ; এটাক আন এটা বুলি pacate, a mistake, an error. প্ৰমণ, ৰূদ, স. {স.) ফুৰা কাৰ্য, এঠাইৰ পৰা আন এঠাইলৈ গমন, the ut of travelling . প্ৰমৰ, স. শ. (সং, এম, ঘৰ) ভোমোৰা, এবিধ ফুলও মৌ পিয়। কল। পতঙ্গ, humble bee, a black bec. অষ্ট, কৃদ. বি. ( সং- এই-অশ, তললৈ পৰ) পতিত, তললৈ পৰা বা নমা; এতেকে জাতি যোৱা; ধৰ্ম্ম এৰা; যেনে, কলিৰ কালত সকলো এষ্ট হল, নষ্ট, নিস্ফল; যেনে, পৰিশ্ৰম ভ্ৰষ্ট হল, fallen, dle, gruel, , fallen from caste virtue, infructuous, or spoiled. (স্ত্ৰী) ভ্ৰষ্টা। ভ্ৰষ্ট, বি. (সং, প্ৰষ্ট--এ, ভাজ। ভা, fried. ভ্ৰষ্টাচাৰী, বি. (সং. ভ্ৰষ্টাচাৰি-ভ্ৰষ্ট, পতিত + আচাবিন্~~আচাৰ, ব্যৱহাৰ +ই) আপোনাৰ স্কুলৰ ব্যৱহাৰ এৰা, Gloryby2), fallen from virtue, trans- gressing the rules of one's own religion. ভ্ৰাতা, স. শ. {সং. ভাতৃ-ভ্ৰাজু, দীপ্তি ভ্ৰাতৃ, } ক) ভাই, ভাতৃ, a younger brother, (it'