পৃষ্ঠা:হেমকোষ.pdf/৭১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৃদ্ধকাল। ৬৯৩ বেওঁনীয়া খা। বৃদ্ধ-কাল, স, শ, বুঢ়া কাল বা বয়স, old agre. বৃদ্ধ, গু. শ. বুঢ়া অৱস্থা, বুঢ়া বয়স, olkl age. বৃদ্ধাঙ্গুলি, স. শ. (সং. বৃদ্ধাঙ্গুলি-দ্ধ, ভাঙ্গৰ + আঙ্গুলি, হাত ভৰিৰ ঠেলি) বুঢ়া 3pY#fet, the tluml), the big toe. বৃদ্ধি, স. শ. { সং. বৃদ্ধি-খৃধ, বা } বাঢ়ন, অধিক বা ডাঙ্গব ইওন, ints, th- largen.nl, ilny nuntaliut, growth. বৃন্দ, স. শ. (সং. --~-, আপিত কৰ) সকল, সমূহ, গণ { এট। সংস্কৃত সংজ্ঞা শব্দৰ 'পচত থাকে }; যেনে, দেববৃন্দ, multitude, a large numlier (used as the list member of corpoemel

  1. wrl). 42-2014. 43 274, a thousand

millions. বৃন্দ-বৃন্দ, বি. অসংখা, তলেখ, inaucialble. বৃন্দাব, ম. শ. (সং. দান-- খৃন্দা, ৰাধা +ৰন, হাবি) হিন্দুস্থাৰ যমুনা-নৈৰ তীৰ কৃষ্ণই ৰাধাৰে সৈতে বিহাৰ কৰা cauta ataia fli, the swi: Brimbolulit where Krishna Sportec) with the milkmaits. বৃষ, স. শ. {স. বৃষ , পীড়া কৰ) বড়, ভতৰ; দ্বিতীয় বাশি, all, thie sign {জ্যাতিত ) এজনা গ্ৰহ; পাচ সংখ্যাৰ zid, the prezeptor of the gods, the planet Jupiter. Turmlay. বৃক্ষ, স. শ. (সং, বৃক্ষ-ক্ষ ঢাকৃ; ছাৰে ঢাকে, এতেকে ) , গছ, a trt. বেই, স. শ. (সং. বিয়া, বিবাহ বিয়াত দৰা বা কতাৰ গা-ধুওৱা ঠাইৰ ওপৰত দিয়া কাঠৰ চাৰি চুকীয় আচ্ছাদন বিশেষ; সেই কাৰ্যত ব্যৱহৃত আন anatha, a woodlou square frame put over the bathing place of a brislegtuon or brile at a marriage. বেই-ঘৰ, , *, দল বা কন্যাৰ গা ধুৱাবৰ কাৰণে ওপৰত বেই দি যুগুত কৰা ঠাই; কাঠৰ যেই হলে কলা পটুৱাৰ বেই সাজি কপোৰেৰে ঢাকি বেই ঘৰ কৰা 911, the bathing place of a brilc 10 plurieluyrum covered with it buitor which mee alue). বেইত, বি. (গ. {{s, বিবাহ; সং. বিবাহিত বা বিয়াহিত, বিয়া কৰা) বিয়া কৰা (স্ত্ৰী, পুং); যেনে, বেই ভিৰোতা, (2y71), married, wedded. বে, ম. শ. { সৎ, মি, মেলা দুই বাহুৰ জোখ ) আঠ হাত বা এটাৰ মাটি; যেনে, 1984 693, at lanıl measure equal to four yaris. বে, স. শ. { স. ৱেম, কচি) কঠ বোৱা ats, a llat piece of word pierced with loks used l'or plaiting grass mats. বৃষকেতু. স. শ. ( স. বৃষকেতু-খৃষ, বড়+ কেতু, চিল; বৃষ তেওঁৰ বাহন, সেয়ে তেওঁৰ চিন, এতেকে) শিৰ, মহাদেৱ, 90. বৃষভ, স. শ. (স’, খৃষভ—“বৃ' চোৱা) যাড়, ভূতৰ গৰু, a bull. বৃষ্টি, স. শ. (সং. বৃষ্টি মেঘৰ পৰা তললৈ অহা পানী, বৰষুণ, rain. বি. (স’ বৃহৎ—ৰূহু বাঢ় ) বৰ, ভাঙ্গৰ, দীঘল আৰু বহল, targe, great. বৃহস্পতি, স. শ. (সং, বৃহস্পতিবৃহৎ, শ্ৰেষ্ঠ, অৰ্থাৎ দেৱতবিলাক + পতি, অধিকাৰ বা গুৰু) পুৰাণৰ মতে অঙ্গীব। মুনিৰ পুতেক আৰু দেৱতাবিলাকৰ গুৰু; বেচনীয়, বি. { অং. বাওঁ, সো ফালৰ বিপৰীত ফাল) পোনে নোযোৱা, এক- তীয় হৈ যোখা; যেনে, কাড়টো বেওঁচ- নীয়া হৈ গল, পোন পটীৰ নোহাৱা, আওপকীয় {কথা }; যেনে, বেওঁচনীয়। কথা বুজা টান, deviating from the right direction, not straight for- ward. স. শ. মোচোকা, জোৰত থোৱা , a spraiu. বেচনীয় খ, মাচোকা খা, জোত পাক