পৃষ্ঠা:হেমকোষ.pdf/৬৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিকল্প বাংযুদ্ধ। বাহ-যুদ্ধ, স. শ(সং, বাহুযুদ্ধবাহু, হাতৰ ঠাৰি + যুদ্ধ, যুঁজ) বাহুত বাহুৰে আঘাত কৰা যুঁজ, yestling. বাংলা, ও. শ. {সং. বাহুল্য-বহুল, অধিক) আধিক্য, প্ৰচুৰতা, অধিক পৰিমাণ, plenty, aloundance. বি. দীৰ্ঘ, দীঘল (কোৱাত বা লেখত খাটে }; যেনে, বাহুল্য পুথি, বাহুল্য কথা, oিng, prolix. বাহুল্যকৈ, ক্ৰি. বি. অধিকৰূপে, দীঘ- A1479, ace, prolixly, at great length, বাস্থ, বি. {সং, ৰাষ-বহিঃ, বাজ) বাহিৰৰ, বাজৰ, exterial. বি, উপস, (সং. ৱি) উত্তম; যেনে, বিশিষ্ট; হীন, নথকা; যেনে, বিধৱা, a prefix equal to English ex, dis, in, un, &c. { অ.) বেয়া; যেনে, বিগঢ়ী, বিচল; বৰকৈ; যেনে, বিভোল ইত্যাদি। বিংবিণি, স. শ. ( অং. বিংবিঙ্গা, অস্পষ্ট কথা ক) বুজিব নোৱৰা অস্পষ্ট কথা, unintelligible sxoch. বিংবিঙ্গা, অ. ধা. নুবুজা মাতেৰে কথা ক, অস্পষ্টৰূপে ক; যেনে, নৰিয়াই বিং- বিঙ্গাইছে, {} talk unintelligibly. বিংশতি, সংখ্যা (সং. বিংশতি) একুৰি, twenty. বি, স, ধা. স. বিক্ৰয়, বেচন) বে, মূল্য লৈ দি, to sell. বিকটু, বি. (সং. বিকট-বি, উপস,+ কটু, ঢাকি ধৰ) ভয়ানক, দেখিলে ভয় অগা, terrible, hideous. বিকটা, স, ধ, বেঁকা কৰু, ভেকুৰা কৰ, বেয়া আস্বাদ বা সম্বাদ পাই সঙ্কোচিত কৰ (মুখত খাটে); যেনে, তিতা পাই মুখ বিকটালে, to distort, as the face. বিকটাকা, বি. (সৎ, বিকটাকাৰ-বিকট, ভয়ানক+ আকাৰ, গঢ়) বিকট মূৰ্তি, ভয় লগোৱা আকুতিযুক্ত; যেনে, বিকটাকাৰ পুৰুষ, grim, horrible. স. শ.ভয় লগোৱা আকৃতি, বিকট মুক্তি; যেনে, ভূতৰ বিকটা- কাৰ দেখি ভয় লাগে, a horrible ar- pearance. বিকটামুৱা, বি. (অং. বিকটা, ভে+ মুখ, বদন) বেঁকা বা ভেৰা মুখযুক্ত; বিট- মূৰ্ত্তি, having a distorted counte- nance, grim, Irideons. (a) fatih বিকট-মূৰ্তি, বি. (সং. ৱিকটমূৰ্তিবিকট, ভয়ানক + মূৰ্তি, আকৃতি) ভয়ঙ্কৰ আকৃতি বিকটাকাৰ;

যেনে, বিকটমূৰ্তি যম,

luorrible, hiileous. বিৰুৱা, বি. (অং. বিক, বে) বেচিবলৈ কৰা বা অনা; যেনে, বিৰুৱা বস্তু, intended for sale. বিকৰ্থ, দ, ধ, (সং. বিকৎপন, নিন্দন। নিন্দা কৰ, দোষ উদঘাটন ক; গালি পাৰ; যেনে,তাক বিকৰ্থিলে, to reproach, to revile, to abusc. বিকৰ্থনা, স. শ, নিন্দা; গালি, ভিৰষ্কাৰ, l'eproach, roviling, abusc. বিকল, বি. (সং. ৱিকল -বি, নথকা + কলা, অঙ্গ। দোষযুক্ত, অসম্পূৰ্ণ, ভগ ( অঙ্গত খাটে }; যেনে, তাৰ অঙ্গ বিকল হৈছে; আপদগ্ৰস্ত, টানত পৰা; যেনে, বিকল হৈ আহিছে, defective, imperfict, Iroken, as a limb), involved in troulile or difficulty. বিকলতা, গু. শ. (সং.} বিকল হোৱা অৱস্থা, অসম্পূৰ্ণত, অঙ্গ দোষ; যেনে, চকুৰ বিকলতা গুচা নাই, defectiveness, imperfection. বিকলাঙ্গ, বি. (সং. বিকলাঙ্গ--বিকল+অঙ্গ, গাৰ অংশ) অঙ্গহীন; অসম্পূৰ্ণ বা অকামিলা অঙ্গযুক্ত; যেনে, কলা, কণা, খোৰা ইত্যাদি, deformed, having an injured or defective limb or organ. , বিকল্প, স. শ. (সং. ৱিকল্প-বি, উপস.+ কল্প, দুই-এক) দুটা সমান কাৰ্য্য, যি দুইৰ এটা কৰিলে আনটো এৰা পৰে; যেনে, ইয়াত বিকল্প নাই, অৰ্থাৎ একেটা কাৰ্য বা কথা মাথোন, ভাৰ সমান আন নাই, an alternative.