পৃষ্ঠা:হেমকোষ.pdf/৬৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহক 011 বাহক, স. শ. (সং. বাসক, এবিধ গছ) এবিধ দৰত দিয়া তিতা পাতেৰে ক্ষুদ্ৰ 95, a medicinal plant. বাহক, স. শ. ( স. ৱাহক --ৱহ, বহন কৰ) বহন কৰোতা, কোনো বস্তু লৈ যাওঁতা, a carrier, বাহটুৱা, বি. (অং. বাহ, সমূই। অনেক লোকে বাৱহাৰ কৰা; সঞ্চালনি, অনেক আগত ব্যক্ত; যেনে, কথাটো বাহটুৱা $9, used by many, public. বাহন, স. শ. (সং. ৰাহন--ৰুহ, লৈ যা) উঠি ফুৰাত ব্যৱহৃত বস্তু বা জন্তু, যান, a veliele. বাহ, স. শ. (সং. ৰস, থকা ঠাই+ব, থাক্‌; বাস কৰি থকা ৰজা, গোসাই আদিৰ প্ৰবসুৱ ঘৰবিলাক; ৰণলৈ যোৱা কটক, থকা ঠাই, houses for tle tein- porary residence of a king, Gossain, &c., a camp, a place where troops reside. বাহিনী, স. শ. (সং. ৱাহিনী--ৱাহ, ৱাহন, তাত ৰৰ ঘোঁৰা আদি থাকে, এতেকে ) সৈন্যসমূহ, কটক, an army. বাহিৰ, স. শ. (হিঃ; হিং. ব. বাহিৰ, বাজ) বাজ ফাল বা ভাগ, বাজ, the outside. বি. “ বাজ” চোৱা। বাহিৰা, বি. বাহিৰৰ ভিতৰৰ নোহোৱা; যেনে, বাহিৰা ঘৰ, বজুৱা, নিজৰ নোহাৱা, যেনে, বাহিৰা মানুহ, external, not one's own. বাহিৰে, আ, অব্য. বাজত, বাজ ফালে; যেনে, ঘৰৰ বাহিৰে; নিৰূপিত লেখৰ বাজে, উপৰি; যেনে, কামৰ বানচৰ বাহিৰে একো নেপা; বিনে, বাজে, নহলে; যেনে, তোমাৰ বাহিৰে বন্ধু নাই, the outside, over and above, besides, except, save. বাহী, বি. (সং. কাশী, বাষ কৰা; ৰাতি থাকে, এতেকে; বং. বাসি) আগ দিনা যুগুত কৰি পাচ দিনালৈ থোৱা; আগ দিন ফুলা, পৰ্যুষিত, kept overnight, of the previvus day, stale. বাছ-মূল বাহি-গা, স. শ. নোধোৱা গা, ৰাতিপুৱা স্নান কৰাৰ পূৰ্বৰ অৱস্থা, a body which lias not been washed, বাহী গাই, ক্ৰি. বি. বাহী গাৰে, ৰাতিপুৱা SY catitat&tè , without bathing in the morning. বাহী-বিয়া, স. শ. বিয়াৰ পাচ দিনা ৰাতি- 999 741 Flut, the ceremony per- formed the morning after marriage বহী-মুখ, স. শ, ৰাতিপুৱা নোধোৱা মুখ, the mouth frot washed in the info/i[{2. বাহী-মুখে, ক্ৰি. বি. ৰাতিপুৱা মুখ নোধো- বাকৈ; যেনে, বাহী মুখে নেথাকিবা, without washing the mouth in the morning. বাহু, স. শ. (সৎ, বহুবাধু, বাধা কৰ; শত্ৰক নিবাৰণ কৰে) কিলাকুটিৰ ওপৰৰ ভাগ; কোনো সময়ত হাতৰ গাঁঠিৰ পৰা বাউসিলৈকে হাতৰ ঠাৰি; এবিধ ডাঙ্গৰ মাছ, বৰ-গলা মাছ, the arin, a kind of large fish. . বাহ ডাক্ষি মাৰ, সাহ বা হস্কাৰ প্ৰকাশ কৰ; যেনে, সি বাহ ডাম্ফি মাৰিছে, to slew courage or pride. বাহু দাঙ্গি ক, বৰ সাহেৰে নিশ্চয়কৈ ক, to state boliliy as truc. বাহুটেকেৰা, স. প. { অং, বাহ, মাছ+ ঢেকে, ডেকা) বাহু-মাছৰ পোৱালি, SF), a young bahu lisli. বাহু-বলু, স, শ, (সং. বাহুবল--বাহু, হাতৰ ঠাৰি + বল, শক্তি) শক্তি, পৰাম, might, power. বাহুবলী, বি. (সং. বাহুবলিন—বাহু, হাতৰ ঠাৰি+ বলিন, বলযুক্ত) বলৱন্ত, পৰা- , mighty, powerful. বাহু-মূল, স. শ. { সং, বাহুমূল-বাহু, হাতৰ ঠাৰি+ মূল, গুৰি হাতৰ ঠাৰিৰ গুৰি ভাগ, বাউসি, the shoulder joint or the lower part of the shoulder. ,