পৃষ্ঠা:হেমকোষ.pdf/৬৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বা বালি-চাহী দেৱতা) পূৰ্ব্বে বলৰামৰ নিমিত্তে বৰুণে পঠোৱা এবিধ ফটিকা; বৰুণ দেৱতাৰ অধীন শতভিষা-নক্ষত্ৰত হোৱা চৈত্ৰৰ 384 on, a kind of spirituous liquor, the 13th lunar clay occur- rings on the 25th asterism in the dark half of the month of Chait. বা, স. শ. (সং. ৰু, ঢাকি ধৰ) ৰণত তাৰোৱালৰ কোৰৰ পৰা ৰণুৱাৰ গা টকা। সঁজুলি, ঢাল, a sliield. বা, চাল, ফৰ; ঢাল আৰু বাকা মূৰ্ণীয়া, ফৰ দীঘল, সি ৰণুৱাৰ গোটেই গা ঢাকে। বাৰুৱতি, স. শ. বাৰ লৈ ৰণ কৰে, a warrior who uses a shield in fighting. বাৰে, সংখ. বাৰ, দুই অধিক দহ (চহা), twelve. বাৰেওকাল,} ক্ৰি. বি. বাৰেও মাহ, সদায়, বাৰেওকালি, always, বাৰেওমাহু, ক্ৰি. বি. গোটেই বছৰ, সদায়, always throughout the year. বাৰেপতি, ক্ৰি. বি. প্ৰতি বাৰত, অনেক at4, 967 969, repeatedly, again and again, frequently. বাৰেপৈতী, স, শ, ( অ, বাৰ, দ্বাদশ বা অনেক + পৈ, স্বামী) অনেক স্বামী লোৱ তিৰী, বেশ্যা ( গালি }, a liarlot, a term of also, বি. অনেক স্বামী ভজা; যেনে, বাৰেপৈয়াতী তিৰী, led, to- voted to lowdness, (a term applied to uuchaste women). বাৰে বাৰে, ক্ৰি. বি. বাৰম্বাৰ, অনেক বাৰ, often, again and again. বাৰ্তা, স. শ. (সং. ৱাৰ্তা~-বৃত, অৱস্থিতি কৰ) সমাচাৰ, বাতৰি, news, বাৰ্তাকু, স. শ. (সং. ৱাৰ্তাকু-বৃত, বাছি ল) বেঙ্গেনা, the egg plant, its fruit. বাৰ্ধক, } স. শ. (সং. ৱাৰ্দ্ধক, বাৰ্ধক্য বান্ধক্য, বৃদ্ধ, বুঢ়া) বুঢ়া বয়স, old age: বাৰ-বাহ, স. শ. দেশী নাৱৰ দুই দাঁতিৰ মুখত বন্ধা বাহ, one of the bamboos attached to the sides of an As- samese boat. বাৰু-বৰ, “বাৰম্বাৰ" চোৱা। বাৰ্ষিক, বি. (সং. বাষিকৰ্ষ বছৰ বছেৰেকীয়া, বছৰত এবাৰ হোৱা, an- nual, yearly. বাল, স. শ. (স. চুলি বা লোম) গুপ্তাঙ্গৰ 4, the hair of the private parts. বালক, স. শ. {সং. বালক-বাল, লৰা। মুনি লৰা, a joy. (স্ত্ৰী) বালিকা। বালকত্ব, গু. শ. (স.) লৰাৰ অৱস্থা বা বয়স, toyhool. বালখিল্য, স. শ. (সং. বালখিল্য-বাল, নোম } ব্ৰহ্মাৰ নোমৰ পৰা হোৱা বুঢ়া আঙ্গুলিৰ সমান ৬৪ হাজাৰ ঋষিৰ এজন, one of a race of pigmics. বাল-গোপাল, স. শ. (সং. বালগোপাল বাল-গোপাল,! ~-বাল, লৰা+ গোপাল, কৃষ্ণ কৃষ্ণৰ লৰা কালৰ নাম, the infant Krislina. . বালি, স. শ. (সং. বালিকা, বালুকা) নৈয়ে উটাই অনা মিহি শিলৰ গুড়ি; বালিৰে আবৃত ঠাই; যেনে, বালিত ঘৰ সাজিছে, sand, a beach. বালি-অহীয়া, বি. (অং.. বালি, বালুকা + অংশ, ভাগ বালিৰ অংশ থকা, অলপ বালিৰে মিহলি { মাটিত খাটে ), santly, gritty. বালি-ঘোঁৰা, স. শ. নৈৰ বালিত খোৰাৰ দৰে লৰি ফুৰা এবিধ চৰাই, a kind of bird frequenting river banks. বালি-চ, “চট” চোৱা। বালিচন্দা, স. শ. (অং, বালি, বালুকা + চন্দ্ৰ, জোন; বালিৰ লগত চন্দ্ৰৰ দৰে জিলিকে, এতেকে) বালিৰ লগত থকা এবিধ ক্ষুদ্ৰ জিলিকা বস্তু; অত্ৰ, small glittering particles found with sand, mica. বালিচৰী, স, শ, বালেশ্বৰ নগৰম্ভ কৰা এবিধ ফুলাম পাট-কাপোৰ, a kind of silk. বালি-চাহী, স. শ. এবিধ বালিৰ কণাৰ দৰে