পৃষ্ঠা:হেমকোষ.pdf/৬৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বালিময় বাহ। স্কুল পোক, a kind of mite. *চাহী” চোৰা। বালিময়, বি. বালিৰে কৰা বা সজা; বালিৰে পূৰ, consisting of sand, full of sand. বালিমাহী, স, শ, খঞ্জৰী চৰাই, the wag- tail. বালী, স. শ. (সং. বালি—বাল, নোম+ ইন, নোমাল) ৰামে বধ কৰা এজনা বান্দৰৰ ৰজা, তেওঁ ইন্দ্ৰৰ পুতেক বুলি Ye, a gaol and virtuous Daitya king, (sce Dowson). বালীয়া, বি. বালিযুক্ত, বালিময়, sandy, full of sand. বালুকা, স. শ, (সং. বালুকা-বল, জী থাক) বালি, নৈয়ে উটাই অন মিহি forama ofy, sand, grit. বাল্মিকি, } স. শ. (সং. ৰাল্মিকি, ভাল্মীকি, বাল্মীকি, এজন ঋষি ৰামায়ণ বচনা কৰা ঋষিৰ নাম, a sage, the attitor of the Ramayana. বাল্য, বি. (সং, বাল্য-বাল, সৰা) লৰা সম্বন্ধীয়, লৰাৰ যোগ্য; যেনে, বাল্যকাল, all, pertaining to, or proper for, a child. বাল্যাৱস্থা, স. শ. (স. বাল্যাৱস্থা~-বাল্য, লৰাৰ + অৱস্থা, অৱস্থিতিৰ প্ৰকাৰ শিশুৰ অৱস্থা, বাল্যকাল, childhood. বাৱ, মৃংখ্যা {বং বায়ান্ন, ৫২ দুকুৰি at, fifty-two. বাষট্টি, নখ্যা(বং, বাষট্টি, ৬২) তিনি কুৰি দুই, sixty-twe), বাম্প, স. শ. (সং. বাষ্প—বাধু, বাধা ক ) ভাপ, তাপৰ দ্বাৰা পাতল আৰু ধোৱাৰ Farfisar attitail, vapour, steam. বাস, স. শ. (সং. বাস--সূ, নিবাস কৰ) নিবাস, থাকন; ঘৰ, থকা ঠাই, the act of residing, abode. বা, স. শ. (সং. বাস-, পিন্ধু) কাপোৰ, গাৰ আবৰণ, clothing, a cloth. বাসনা, স. শ. (সং. বাসন, বা কপাল, Hart, fate, lot, luck. বাসনাবন্ধীয়া, বি. কপালত থকা, দৈৱৰ নিৰূপিত; যেনে, বাসনাবন্ধীয়া কথা। লৰচৰ নহয়, oralainer ly fate. বাৰ্সী, বি. (সং, ৰাসিন সূ, পাক) নিবাসী, বাস কৰা, থকা এটা সংজ্ঞা শব্দৰ পাচত যোগ কৰা যায় }; যেনে, আসাম-বাৰ্সী, dwelling or residing in used as the last member of a compound word. বাসুকি, স, শ. (সং. ৰাসুকি, ৱসুক, কাশাপ; তেওঁৰ পুতেক, এতেকে) সৰ্পৰ ৰজা, the king of the Nägus or serpents who lived in Pülala, (Dowson). বাসুদেৱ, স. শ. {স, বাসুদেৱ--বসুদেৱ, চন্দ্ৰবংশৰ এজন লোক) বসুদেৱৰ পুতেক, 782, a name of Krishna derived from that of his father Vasudeva, (Dowson). বাহ, স. শ. {স. নিৱই, সমূহ) সমূহ, জাক, যেনে, লৰাবাহ, a royd, a multitircle. বি. অনেক, বিস্তৰ; যেনে, বহ গৰখীয়াই হাই মাৰিলে, many, a large number of. বাই, স. শ. {স, বাস, ঘৰ) চৰায়ে পোৱালি জগাবলৈ খেৰ-কুটা আদিৰে আবৃত কৰা ঠাই; এতেকে আন জন্তুৱে পোৱালি পাৰিবলৈ বা থাকিবলৈ যতনাই লোৱা ঠাই; যেনে, মৌৰ বাহ; কোনো বস্তু গোৰা ঢাকনীযুক্ত সঁজুলি; যেনে, জুইৰ বাহ; কোনো ফলৰ শাহ টাকি থকা টান আবৰণ; যেনে, আমৰ বাহ; পোকে মুখৰ পৰা অহ উলিয়াই সজা আবৰণ; যেনে, মুগাই বাহ বান্ধে, a nest, a small case or box, the shell of a nut, &c., a cocoon. বাহ বা, ঠাই ল; যেনে, তাৰ গাত ৰোগে বাহ বান্ধিছে; ফলৰ বা পোকৰ দৰে ঠ ঢাকনীৰে আবৃত হ; যেনে, আমে বাহ বান্ধিছে, to take up as an abode, to be inclosed in a shell. বাহ , বাহ সাজি তাতে থা; যেনে, চৰায়ে বাহ লৈছে, to build a nest.