পৃষ্ঠা:হেমকোষ.pdf/৬৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বতা। বৰাগী। বৰষিবিয়নী, } colored, used as the last member of a compond word. বৰ, স. শ. বঙ্গা, এবিধ উলুৰ নিচিনা, কিন্তু তাতকৈ ডাঙ্গৰ বন, a kind of coarse grass. বৰতানি, স. শ. বৰতাৰ হাবি, a plot of land covered with the above. বৰতীয়া, বি. (সং. ব্ৰত, উপবাস) উপবাসী, ব্ৰত কৰা, fasting. স. শ. উপবাসী। 25, one who fasts. বৰমানি, স. শ. (বং, মৰ্তমান, এবিধ কল ) এবিধ সুগন্ধি সোৱাদ কলা, t kind of plantain. বৰুচি, স. শ. বিক্ৰমাদিত্যৰ সভাৰ এজন পণ্ডিত; এটা আখৰৰ সলনি আন এটা আখৰ দি কবৰ বা লিখিবৰ এক উপায় তেওঁ প্ৰচলিত কৰা বুলি খাত,a stret way of speaking or writing by sulistituting one letter por another, the invention of which is at- tributed to turnrnchi, one of the Pamily of the Court of Vikram. aulitya. . বৰল, স. শ. (সং. বৰল, বুৰণ কৰ) এবিধ বিষাল শুংযুক্ত পতঙ্গ, a war. বৰলীয়া, স. শ. {সং. বৰল, ঐ; সি বৰলৰ নিচিন পাখি লগা পোক, এতেকে) কাঠত বিন্ধা কৰা এবিধ পতঙ্গ, a kind of insect wlicka bores timber. বৰশী, স. শ. {সং, ৱৰিশী, মাছ ধৰ যতন) এবিধ অগ বেঁকা শুংযুক্ত মাছ ধৰা En, a lish-hook. বঁশী বা, বৰশীৰে মাছ ধৰ, to angle, to fish with a rod and look. বৰশী টোপা, মাছ ধৰিবলৈ পানীত বৰ chay, to cast a hook into water to catch fish. বৰশী-৬াৰি, “বি” চোৱা। বৰষু, অ. ধ (সং. ৱৰ্ব, আ ক ) বৰষুণ পেল, বৃষ্টি কৰ; যেনে, মেঘে বৰষে, to vain. স. ধা বৰষুণ পৰাৰ দৰে নিক্ষেপ ক; যেনে, শৰ বৰষিলে, t) ponr or shower down like rain. বৰষুণ, স, শ, (সং. ব্ৰণ, বৃষ্টি কৰণ) মেঘৰ পৰা তললৈ পৰা পানী, rain.। বি. (সং. ৱৰ্ষ, বছৰ+অ বৰষুবিয়নী, বিয়ন, প্ৰসৱ) বছৰি পোৱালি 6****, producing young every year. ব-আই, স. শ. (সং. ৱৰ, শ্ৰেষ্ঠ+অং, আই, মাতৃ) বৰ-ম; বসন্ত ৰোগ, the wife of a father's elder brother, smallpox. বৰা, স. শ. (সং ৱৰাহ, গাহৰি) গাহৰি, ৮ boar or sow, a pig. বৰা, স. শ. বানিবলৈ নিয়া বা খুবলিত দিয়া ধান; পানীৰে তিলেই কোমলা চাউল হোৱা এবিধ ধান, pakldy ready to be husked, a kind of padly, the rice of wliela becomes softinu fit for eating when soaked in water. ব, স. শ. {স, ৱৰ, প্ৰধান) অসম ৰজাৰ কুৰি জন কঁাৰীৰ ওপৰঞ্চি বিষয়, ollicer over twenty men of the Assam Raja. বৰা, স. বা. (অং. বৰ, মিল হ) মিল বা বশ ক; যেনে, নগা বৰাবলৈ কটকী {$t05, to cause to consent or ac- knowledge allegiance, to bring to full terins. বৰাই বুজাই, বুজনিৰ দ্বাৰা সন্মত কৰি; যেনে, সি গুচি গৈছিল বই বুজাই cada uacey, by coaxing and whelling. বৰাই, শুশ. (সং. বৰ, শ্ৰেষ্ঠ) ভাঙ্গৰ লোক স্বভাৱ বা আচৰণ; যেনে, সামান্য মানুহে বই কৰিব নেপায়; অহঙ্কাৰ; যেনে, যমৰ আগত কাৰ বৰাই ৰজে? the state or conduct of a great man, pride. বৰাগী, স. শ. (সং. ৱৈৰাগী, সন্নাসী) সংসাৰৰ কাৰ্য্য এৰি ঈশ্বৰত মন লগোৱা লোক। সন্ন্যাসীৰ বেশেৰে বিদেশী ৰজাৰ আচাৰ ব্যৱহাৰ চাই ফুৰা অসম ৰজাৰ এজন ascetic, a nessenger sent