পৃষ্ঠা:হেমকোষ.pdf/৬৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বগোলা। COM- বম্-গোলা, স. শ. (ইং, উ, গোপৰ গুলী+ হিং. গোলা, ভাঙ্গৰ গুলী। এবিধ তোপেৰে মৰা গুলী, সি ফোপোলা ভাৰ ভিতৰত জুই লগা বস্তু থাকে, আৰু সি ফুটি শকৰ বহুত হানি কৰে, a bomb- shell. বয়ঃপ্ৰাপ্ত, বি. (সং. বয়ঃপ্ৰাপ্তবয়ষ, জীৱনৰ এভাগ + প্ৰাপ্ত, পোৱা } ডাঙ্গ হোৱা, সংসাৰৰ কাম চলাব পৰা হোৱা, arrival at maturity, come of age. বয়, স, শ, (সং. পয়সূৱয়, গতি কৰ) জন্মৰ পৰা জীৱনৰ গত হোৱা ভাগ, age, time of life. বয়সীয়া, বি. কোনো এক বয়স পোবা; যেনে, পাঁচ বছৰ বয়সীয়া; অধিক বয়স পোৰা; যেনে, বয়সীয়া মানুহ, of age, aulvanecil in age বয়সে, ক্ৰি. বি. বয়সৰ দ্বাৰা; যেনে, তাতকৈ ই বয়সে ডাঙ্গৰ, in aske . বয়স, স. শ. সমান বয়সীয়া; এতেকে বন্ধু, সঙ্গী, a friend, বৰ, বি. (সং. , বাছি ল) উত্তম, শ্ৰেষ্ঠ, ভদ্ৰ, প্ৰধান; যেনে, বৰ লোক; ডঙ্গি, বৃহৎ; যেনে, বৰ হাতী; বয়সে ডাঙ্গৰ; (TTCT, 75 Eti, hest, excellent, big, tleder. স. শ. দূৰ; দেৱতা আদিয়ে বাঞ্ছা সিদ্ধিৰ নিমিত্তে দিয়া আৰু তেতিয়াই সফল হোৱা আশীৰ্বাদ; যেনে, ব্ৰক্ষাৰ 77, a bridegroom, a hoon granted by a deity, (Ilaughton), বৰ, অ, ধ, (সং. নূ, আশ্ৰয় ক) বশ হ, অধীন স্বীকাৰ কৰ বা মিল হ (পৰস্পৰ ৰণ কৰা বা বিৰোধী দুই পক্ষৰ এক পক্ষত খাটে, আৰু যাৰে সৈতে মিল হোৱা অৰ্থ হয়, তাৰ অধিকৰণ কাৰক হয় ); যেনে, নগাই অসম ৰজাত বৰিলে, to acknow- ledge allegiance, , বৰ, স. বা. (সং , বাছি ল) স্বামী বাছি যেনে, সীতাই ৰামক বৰিলে; কোনো কাৰ্য্যৰ, ঘাইকৈ ধৰ্ম্মকৃত্য, নিমিত্তে প্ৰতিনিধি মনোনীত কৰ; যেনে, { বৰণীয়া হোম কৰিবলৈ পুৰোহিত বৰিছে, to choose for a husband; to appoint to perform a religious ccrniony. বৰং, ক্ৰি. বি. (সৎ, ৱৰং-ৰূ, বাছি ল) দুটা কাৰ্যৰ বা কথাৰ আগৰটোতকৈ পাচৰটোক শ্ৰেষ্ঠ বা ডাঙ্গৰ বুজোৱা মাত; যেনে, বেয়া মানুহৰ সঙ্গ লোৱাকৈ বৰং অকলৈ থাকিবা, father. বৰগনি, স, শ, (স. বৰ, ডাঙ্গৰ) ডাঙ্গ বঙ্গনি, বা ক্ষমতান্ত লোকে কোনো এটা বিশেষ কামৰ নিমিত্তে ইতৰ মানুহক বাধ্য কৰি তোলা ধন; ৰজাই অলপ দিনৰ কাৰণ লগোৱা ৰাজহ, a pulsory contribntion, black mail, a temporary coss 09 tax, Magy! চোৱা। বঙ্গা, স. শ. বৰ, উত্কৈ বহল পাতেৰে এবিধ ধৰছোৱা বন, a kind of (arge thatching grass. বৰঙ্গানি, স. শ. বৰতাৰ হাবি, a trnet of land covered with coarse grass. বৰছা, স. শ. { হিং, বছ, যাঠী নালত নোম লগোৱা এবিধ যাঠী, a kind of spear, বটি, স, শ, (সং. ৱৰত্ৰ, ছালৰ জৰী) ছালৰ জৰী; ঠেক, পাতল আৰু দীঘল + tysta, a tlong, a strap. বৰণু, স. শ. (সং. ব্ৰণf) বৰ্ণ, বগা কলা আদি, a color. বৰ, কদ, স. (সং. ৱৰণ-কৃ, মনোনীত কৰ ) কোনো কাৰ্য, ঘাইকে ধৰ্ম্মকৃত্য কৰিবলৈ নিযুক্ত কৰণ; যেনে, হোম কৰি- বলৈ পুৰোহিত বৰণ কৰিছে, the act of appointing to do something, espe- cially a rcligions ceremony. বৰণীয়, বি. বৰণ কৰিবৰ যোগ্য, সম্মানৰ যোগ্য, মান্থ, fit to be chose or appointed, respectable, venerable. বৰীয়া, বি. বৰণযুক্ত, বৰণ থকা (কৰ্মধৰয় সমাসৰ দ্বাৰা কোনো বৰণ বুজোৱা এটা শব্দৰ লগ লাগে); যেনে, বগা বৰীয়া,