পৃষ্ঠা:হেমকোষ.pdf/৬৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বনিয়া 3 বন্ সাধূ। বন্ সাধু, অন্ত কৰ, শেষ কৰু, নষ্ট কৰ; যেনে, মেকুৰীয়ে ভাতৰ বন সাধিলে; ঋড়া দি, কষ্ট দি, দণ্ড দি; যেনে, আজি মই তাৰ বন সাধিম, to make an end of, to spoil, to injure, to hurt, 10 punish . বন, স. ধা. { অং. বম, কাম} লাৰে আবৃত কৰ ওপৰত ল লগা হেঙ্গুল-হাইতালে কাম কৰা বস্তুত খাটে); যেনে, চাল পৰাৰ Y TRCT, to cover with a coating of lac. বনচৰ, বি. (সং. ৱনচৰৱন, হাবি+চৰ, গতি কৰ; হাবিত ফুৰে এতেকে) হাবিত থকা, বনৰীয়া ( অদ্ভুত খটে }; যেনে, 7975 94, wild (said of animals). স, শ, বনৰীয়া জন্তু, a. wild animal, বনজ, বি. (সং. নজ-বন, হাবি + জন, উপন্ন হ) বনত উৎপন্ন, হাৰিত হোৱা, wild. বন-দৈৱতা, স. . { , ব্ৰন-দেৱত:ন, হাবি + দেৱতা, দেৰ হাবিৰ উপদেৱা facia, a sylvan god or goddess. বননি, স. শ. (অ. বন, খুঁহ) বনেৰে আবৃত ঠাই, খানি, a grassrlot. বাবা,। স. শ. (সং. নৱাস--ৱন, বা, হবি + ৱা, থাকন) হাবিত বাস, হাবিত থাকন, a resilence in a forest. বনবাসী, বি. (সং. বনৱাসি-ৰনবাস ববাসী, +ইন্‌) হাবিত বাস কৰা বা et ipsy, living in a forest. 7. *. Afro cott1, n man living in a forest. { স্ত্ৰী) বি. স. শ, বনবাসিনী। বনমালা, স. শ. (সং. ৱনমালা-ব্ৰন, হাবি + মালা, গঁথা ফুল; বন-ফুলৰ মালা) কৃষ্ণৰ মালা, the garland worm by Krishna. বনমালী, স. শ. {স ৱনমালিনমালা +ই) বনমালা পিন্ধো, কৃষ্ণ, Kriaz, বন-জা, স. শ. {সং. বনজ, হাবিৰ অধিপতি) বাঘ, a tiger. roain বন-বৃক্ষ স, শ, (স", নক্ষক--বন, বন্-ক্ষ, হাবি+ ৰক্ষক, ৰখীয়া) হাবিৰ গছ আদি নষ্ট নোহোৱাকৈ ৰখা বিষয়া, one who looks after forests, বনৰী, স, শ, (সং, ৱন, হাবি) হাৰি বননিত পৈ-লোৱা তিৰী, অসতী তিৰোতা (গালি), a woman who goes to a place of assignation to meet her paramour, an unchaste woman. f. , unchaste (Fem, a terın of abuse). বনৰীয়া, বি. (সং. ব্ৰন, হাবি) হাবিত উৎপন্ন, হাবিয়লীয়া, হাবিৰ, wild, jingly. . বনস্থ, বি. (সং. ব্ৰন—ৱন, হাবি + স্থা, থাক্‌} হাবিত থকা; বনত বাস কৰা, wild, residing in a jungle. বনা, তা, ধাআকাশত উৰি ঘুৰি ফুৰ; যেনে, শগুন বনাইছে; এতেকে স্থিতাপি নোহোৱাকৈ ব্ৰমি ফুৰ, to say about in the air, to wander or alout, বনা, স, ধা, ( তাৎ, বান, ধান খুন্দি চাউল ক) আনৰ দ্বাৰা খুন্দাই চাউল কৰ; যেনে, ধান বনাইছে, to cause to be huske, as pardy. বাপ্পি, স. শ. (সং. নাগ্নি--ৱন, হাবি + অগ্নি, জুই) হাবিৰ জুই, a jungle fire. বনি, স. শ. কাৰণি, বোগৰ কাৰণ ৰা লেচু। যেনে, বৰষুণত তিতাই জৰৰ বনি হল, an exciting carise of sickness, বনি ল, কোনো এটা কাৰণৰ আশ্ৰয় কৰি উৎপন্ন হ (ৰোগ খাটে); যেনে, তাৰ গাত নিয়ৰ পৰিছিলি, তাকে বনি লৈ জৰ হল, to be brought on as # discase. বনিতা, স. শ. (সং. বনিতান, আলপৈ- চান ধৰ; স্বামীৰ পৰিচৰ্যা কৰে} facatol; gri, a woman, a wife. বনিয়া, স. বা. (অ. বনি, বৰ ঘন বা পাল নোহোৱা অৱস্থা) বান লগা, বৰ ধন। }