পৃষ্ঠা:হেমকোষ.pdf/৬৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বন্ লগা বদ, স, শ, (সং. ৱদন-দ, কথা ক)

  • 3; Tet, the mouth, the faco.

বদন-কমল, স. শ. (স. ৱদনকমল-বদন, বদ-কমল, মুখ + কমল, পশ্ন; পদ্মৰ নিচিনা মুখ) বৰ শুৱনি মুখ; বৰ প্ৰিয় Cha T, a beautiful face, the face of a heloved person. বদন শব্দৰ পাচত পংমক বুজোৱা আন শব্দ দিও সেই অৰ্থ বুজোৱা যায়; যেনে, { বদন+ অৰবিন্দ ) বদনাৰবিন্দ ইত্যাদি। বদ-চন্দ্ৰ, স, শ, (সং, বদনচন্দ্ৰ--ৰুদন + চন্দ্ৰ, জোন) জোনৰ দৰে শুৱনি মুখ, Tat-64, a lovely face. বদন শব্দৰ পাচত জেনিক বুজোৱা আন শব্দ দিলেও সেই অৰ্থ হয়; যেনে, {বদন + ইন্দু) বদনে ইতাদি। বদান্ত, বি. (সং. ৱদান্ত---ৱ, কথা ক) বলী-দানী, বৰ দানী, fileral, muni- ficent. বদিয়া, স. শ. (গ. বাদ, দোষাৰোপ ) বাদ দিওঁত, দোষাৰোপ কৰোতা, all বদ্ধমুষ্টি, বি. (সং, বমুষ্টি- -বদ্ধ + মুষ্টি, মুঠি) কৃপণ, ধন ভাজিব নোৱৰা, close- ſisted, miserly. বধু, স. বা. (সং. বধূ, প্ৰাণ মাৰ) প্ৰাণ মাৰ, হত কৰ, to kilt. স. শ. হত, প্ৰাণ নাশ, tlie act of killing, murtler. বধাহ, বি. (সং, বধাহবধ + অহঁ, মোগ্য ) afaca CAESIT, deserving death, বধি, বি, (সং, বধিৰ-বধু, বন্ধন কৰ) কলা, কাণে নুশুনা, deaf. বধী, স. শ. বধ কৰোতা, (দ্বিতীয়া তৎপুৰুষ সমাসৰ দ্বাৰা আন এটা সংজ্ঞা শব্দৰ পাচত লগ লাগে); যেনে, ব্ৰহ্ম-বধী, , murclerer. বধূ, , *, (সং. বন্ধু- বধু, বন্ধু ) ভাৰ্যা; Gravat, a wife, a daughter-in-law, a sister-in-law. বধোদ্য, বি. (সং. বধোদত-বধূ, প্ৰাণ নাশ+ উদ্যত, উদ্যোগী। বধিবলৈ উদ্যত হোৱা, প্ৰাণ মাৰিব খোজা, attempting to kill. বধোপায়, ২. শ. (মৃ. বধোপায় -বধ + উপায়, কৌশল ) বধিৰ উপায়; প্ৰাণ 41 , an instrument or means of causing death. . বধ্য, বি. (সং. বধ-বধ, প্ৰাণ মাৰ) বধিবৰ বোগ্য, প্ৰাণ মাৰিব লগীয়া, cleserving cleath, fit to be killed. { স্ত্ৰী) বধ্যা। বন, স. শ. (সং. নৱ, হিংসা কৰ; মানুহে তাক হিসে, এতেকে) অৰণা, হাবি; ঘূহ, তৃণ, jungle, a forest, grass. ব, স. শ. (সং. , কাম কৰ হাতৰ কাম, সামান্থ কাম; গুণাৰ কাম বা ফুল, work, business, embroidery. বন্ ক, বেজীৰে গুণাৰ ফুল তোল, to embroider. বন্ লগা, প্ৰথমতে হালত লগা, কাম কৰিবলৈ শিকা; যেনে, মহটোক বন লগাইছে, to break in, as an animal. aeclisOI. বদিয়া, স, শ. ( অং. বান্ধ, গৰুৰ কণী খুন্দ) কুণী খুন্দি গৰুক নপুংসক কৰোঁত, one who emascalates a young bull. ( কামৰূ.)। বদীয়, বি. দোষগ্ৰস্ত, জগৰত পৰা, zeelised. স, শ, দোষগ্ৰন্ত হোৱা বা জগৰত পৰা মানুহ, an accused. (স্ত্ৰী) বি. স. শ বদীয়ানী। বদুৱা, বি. (অ. বাদু, ফলৰ ভিতৰৰ শাহৰ ঢাকনী} বাহুযুক্ত; ঘঁহি চোকা নকৰা, সোৰা, ধাৰ নথকা, blunt, knife, &c. বন্ধ, কদ, বি. (সং. বন্ধু, বান্ধ) বান্ধ খোৱা, বন্ধু লগা, এৰাব নোৱৰা হোৱা, bound, tied, fixed. বদ্ধমূল, বি. (সং. বদ্ধমূল বদ্ধমূল, শিপ) দকৈ শিপা বহা; এৰাব নোৱৰাকৈ লগা; যেনে, সেই কথা মোৰ মনত বদ্ধমূল হৈছে, firmly rooted, a