পৃষ্ঠা:হেমকোষ.pdf/৬৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ককাম্ ফন্দিয়ক। ফফাম, স. শ. পানী পাচৰ খুটাৰ পৰা মাজ- পাচৰ খুটাত লগাই দিয়া সৰু চতি, a brace extending from an outer to An inner post. ফকীৰ, স. শ. ( যাৎ ) মছলমানৰ ৰাগী; Tutit, a Mahamedan mendlicant, an ascetic. ফচৰাই,। ক্ৰি, বি. ফচ বা ফচৰ শব্দ ফচৰ কৰে, কৰি; মেনে, কাপোৰখান ফচৰাই ফাটিল, with a sliort, quick sound. ফছ, বি. অকামিল; মিছা কথাৰ চাহ yoy, worthless, telling lies, ফচফচীয়া, বি. 1 হিং. ফসূফস, ঢিলা } হাতেৰে মোহাৰিলে এৰাই যোৱা বা গুড়ি হাৰ, আটিল নোহাৱা, rainib. Jing at the touchi. ফটু, তনুক, কোনো বস্তু ফুটোতে ফট, হোৱাৰ নিচিনা শব্দ, an initative sound used to express the noise caitsed by something bursting. ফটৰাই, ক্ৰি. বি. ফটৰ শব্দ কৰি, swith

  • 14*14.) a short quick sound,

ফটা-কানি, স. শ. { তং, ফটা, দোডোখৰ হোৱা+কানি, ফট। কাপোৰ কাপোৰৰ ছিগা খও, a piece of rag. ফটা-ছিটা, বি. (অং, ফটা, ফাটি বেলেগ হোৱা+ ছিটা, খও) ফাটি দুই বা অধিক খণ্ড হোৱা, tattered. ফটিকৃ, স. শ. (সং. ফটিক; হিং. ব. ফটিক, এবিধ বগা শিল) এবিধ বৰ বগা নিৰ্ম্মল আৰু চকমকীয়া শিল, rock crystal. ফটিকা, স. শ. (অং. ফটিক, এবিধ বগা শি) মদৰ গুণ থকা বস্তু পানীৰে মিহলাই জুইৰ ওপৰত থৈ নলাই দি টানি উলিওৱা মদ। আসাম দেশত এই ৰূপে কৰা মদ নিৰ্ম্মল, বগা হয় এতেকে সেই নাম হৈছিল, এতিয়া সেই বিধৰ বিদেশ মদকে ফটিকা বোলা যায়, spirituous liquor, spirits. ফটুৱৈ, স. শ{ অং. ফাটু, বিদীৰ্ণ হ ফটুৱাই, এবিধ ভৰি ফটা ৰোগ, ভৰিৰ it, a disease of the foot. ফটকা, স. শ. (অ. ফটু, ফুটাৰ শৰ; বং পটকা) জুই লগালে ফটকৰে ফুটা এবিধ লৰাই ওমলা বস্তু, a squil, a cracker. ফটফটীয়া, বি. { অং. ফটিক, এবিধ বগা শিল} ফটিকৰ দৰে নিৰ্ম্মল, জলজলীয়া; me, transparent, lear. ফণা, গ. শ. {স, ফণা-ফণু, দীপ্তি কৰ, সাপৰ মূৰত উজ্জ্বল মণি থাকে বুলি কথিত আছে, এতেকে) সাপব ফেট, the lood of serpent. ফণি, স. শ. (সং. ফণ!, ফেট; পূৰ্ব্ব কালত তাক পুনৰ নিমিত্তে খোত গোজাত সাপৰ ফেটৰ নিচিনা দেখা গৈছিল, এতেকে চুলি মেলোৱা সঁজুলি, a comb. ফণিয়া, স. বা. ফণিৰ দ্বাৰা আঁচুৰি পৰিস্কাৰ ক; ফণিৰ নিচিনা যতনেৰে আঁহীয়া বস্তুৰ আঁহ মুকলি কৰ, to cornl.. ফণী, স. শ. (সং. ফণিন-~-ফণা, ফেট+ ইন্) 719, a snake. ফা, স. শ. ভৰিৰ তলুৱাত ফাইটে নুফুটিবৰ কাৰণে বান্ধি লোৱা ছাল বা পাতল কাঠ, Fiat, a rude kind of sandal. ফ, স. শ. { হিং, ফল, বঞ্চনা) ছল, কোনো লোকক টানত পেলাবলৈ বা কোনো কুকাৰ্য্য সিদ্ধ কৰিবলৈ গোপনে কৰা বুবি, a stratagorn, an artifice. ফ, অ, ধা. (সং. স্পন্দন, সঞ্চালিত হোৱা) সঞ্চালিত হ, লৰু { চকু বা মঙ্গহত খাটে); যেনে, চকু বা মঙ্গই ফন্দিছে ( সি অশুভ সূচাই বুলি মানুহে ভাবে } to quiver, or throb, as the eye or muscles. ফদিয়কৃ, বি. (অং. ফল, দুগ) ফন ফলিয়া, জন, লোকক দুল গোপনে বুধি কৰি কুইচ্ছা সিদ্ধ কৰা, crafty, wily designing. 4. t. ছল কৰোতা; গোপনে বুধি কৰি কুইচ্ছা for Prato), a crafty or designing person.