পৃষ্ঠা:হেমকোষ.pdf/৬১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পিপিৰ্গীয়া। পুৰ দি পিশাচ"} কামতে লাগি থাক্; যেনে, দজীয়ে চোলা- টো পিলিকি আছে, to work very slowly. . পিপিলীয়, বি. (সং. পেলৱ, ক্ষীণ } গা সৰু আৰু দীঘল, কঁকিলা-সজীয়া, long aud sender. পিশাচ, স. শ. (সং. পিশাচ-পিশ, মহ+ অশ, খা) ভূত, প্ৰেত, এবিধ উপদেৱতা, it ghost, a fienil, 213 evil spirit, পিশাচনী, স. শ. মাইকী পিশাচ; কুৰূপ তিৰোতা, a female spirit, a very ugly womau. পীঠ, স. শ. (সং. পীঠ-পিঠ, পী পা) দক্ষৰ শত শিৱৰ প্ৰথম ভাৰ্য্য সতীয়ে প্ৰাণত্যাগ কৰাত মহাদেৱে তেওঁৰ শৰ লৈ ফুৰাওঁতে বিষ্ণুৱে চক্ৰেৰে সেই শৱ একাৱন খও কৰি কাটে, তাতে মহাদেৰে মনত পীড়া বা কষ্ট পাই সতীৰ অঙ্গ পৰা প্ৰতি ঠাইক পঠ নাম দি পবিত্ৰ কৰে, scat (lit). Fifty one places where according to the Tautras the limbs of Sali tell when scattered by lies husbaud Sird, as le bare her deal body about and tore it to pieces after she had put an end to her existence at Dakshut's sacrilice. (Dowson). পড়, স. ধা. { সং, পীড়, কষ্ট দি) অতিশয় ৰূপে দুৰ্বল কৰ, বৰকৈ কাতৰ কৰ; যেনে, ৰোগে পীড়িলে; তুখ বা কষ্ট দি, 59 *, to enfocble, to exhaust, as sickness, to give pain or trouble, to oppress . পীড়, কদ, স. পীড়া কৰণ, সুখ বা কষ্ট দিয়া FIÚT, the act of giving pain or trouble. পড়া, স. শ. (সং.} কষ্ট, ক্লেশ; বেদনা; cats, suffering, pain, disease. সঁড়ি, কদ, বি. (স.) দুঃখ পোৱা, কষ্ট পোৱা; ৰোগে ধৰা, ৰুগীয়া, distressel, পত, বি. (সং. পীত-পা, পান ক) হল- Ja, of yellow colour, গীতাম্বৰ, স. শ. (স. পীতাম্বৰ-পীত, হাল- ধীয়া + অম্বৰ, কাপোৰ } কৃষ্ণ, { হালধীয়া কাপোৰ তেওঁৰ প্ৰিয় আছিল ); কৃষ্ণ বিকুৰ বতৰ এতেকে, বিষ্ণুবো সেই 772, 1 lame of Krishna and also of Visunt. পীয়, স. শ. ( সং. পুৰুস --পীয়, ভাল পা। অমৃত, 11t:ctal', “মৃত” চো। পীৰা, স. শ. (সং. পীঠ; বং. পীড়ি, কাঠৰ আসন) কাঠৰ আসন, a stoc;}, পীৰি, স. শ. (অ. পী,কাঠৰ আসন ) নাৱৰ বাৰত পথালিকৈ লগোৱা কাঠ; ( মানুহে তাক পীৰাৰ দৰে ব্যৱহাৰ কৰে এতেকে) কবলৈ নিয়া গছৰ শিপাৰে সৈতে পানি তোলা মাটি ( সি গছৰ পীৰৰ তুলা এতেকে ), bean of a Inat, kartlı taken up with the roots of a pluut in transplanting . ঐৰি উঠ, মূলে সৈতে নষ্ট হ, নিৰ্ব্বংশ হ, to be extinct. পু, স. শ. হুনুক, মাটিৰ তলৰ পৰা পানী sati, a water spring. পুং উলিয়া, গুপ্ত কথাৰ উহ্ উলিয়া, to find a clue. পুব +মৈথুন, পুং বঢ়া, সৰু কথাক ভাগৰ ক, কথা বলা, to exaggerate. পুংমৈথুন্, স. শ. ( সং. পুংমৈথুন -পু, শৃঙ্গাৰ } মতই মতৰে কৰা সঙ্গম, sorton. পুংসৰ, স. শ. ( স. পুংসৰন-পু, পুৰুষ + যু, প্ৰসৱ কৰু) তিৰোতা প্ৰথমে গৱতী হোৱাৰ পৰা আঠ মাহত কৰা কাৰ্য, & ccremony performed in the cighth mouth of a woman's first ception. পুঁ, স. শ. (সং. পুট, হেঁচা মাবু) হাতীৰ sted 2423 B, a pressure withi the tusks or head of an elephant. দি, দাঁত বা মূৰেৰে হেঁচা দি (হাতীত CON- pained, sick