পৃষ্ঠা:হেমকোষ.pdf/৬০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পিয়ন ছাৰ, পিলিক পিয়ন ছাৰ, মাইকীৰ গাখীৰ খাবলৈ এৰ, to be wennel, as an animal, পিয়নী, বি. পোৱালিক পিওৱা, খীৰতী; যেনে, গিয়নী গাই, পিয়নী মহ, milch, giving milk. পিয়নীয়া, বি. পিয়া, মাকৰ গাখীৰ খোৱা, sucking (said of a young animal). পিয়ন্‌ছৰ, বি. মাইকীৰ গাখীৰ খাবলৈ এৰা, te Tl, weaved (sail of a young animal). পিয়ল, স, শ, (যাং. পিয়াল। খাজনা লগাবৰ নিমিত্তে কৰা মাটিৰ জোখ, imease ment of land. পিয়া, স. ধা পান কৰা; এক বস্তুৰ মূৰ আন এটা বস্তুৰ মূৰৰ ভালেমান দূৰলৈ সুমাই জোৰা লগা, to eause to (Irink, to suckle, as an animal. পিয়াজু, স. শ. ( যা, পেঁয়াজ, এবিধ মূল } 491, an onion. পিয়াহু, স, শ. (সং. পিপাস; হিং. পিয়াস, পানী খাবৰ ইচ্ছা) পিপাসা; (লৰাৰ পিয়াহ গুচায়, এতেকে তিৰোতাৰ শুনৰ গাখীৰ; (ভাৰ আধাৰ এতেকে) স্তন, thirst, human milk, the breast of a বাজ ভাগ ) ঘৰৰ ভেটিৰ বাৰৰ বাহিৰে

  • TY srst, the onter cdge of the

inud floor of a house. পিবালিকইটা, স. শ. (অং. পিৰালি, ঐ + সং. কণ্ঠ, ডিঙ্গি) পিৰালিৰ ওচৰৰ ঠাই, qotivy, the place near the outer edge of the mud floor of a house. পিৰিপাৰা, স. শ. (অ. পিৰিকিয়া, চকু প্ৰচাৰ অলপকৈ মেলি আকৌ মুদ। বা চকু পচৰা কাৰ্য্য; যেনে, লৰাই চকু পিৰিকপাৰাক কৰিছে; অলপকৈ জলি আকৌ মুমোৱা কাৰ্য, ঢিমিক্যামাক, the act of twinkling or glimmering. পিৰিকা-ফুল, স, শ, এবিধ সৰু সুগন্ধি হালধীয়া ফুল; তাৰ গছ, a kind of tower, its plant, পিৰিকিয়া, স. ধ. অলপকৈ মেলি আকৌ মুদ, পচাৰ; যেনে, চকু পিৰিকিয়াইছে, to twinkle, to wink. পিকঁটি, স. শ. {ং, পিবিকিয়া, অলপকৈ মেলি আকৌ যুদ, তাৰ দ্বাৰা চকু মুকলি হয় আৰু জাপ খায়, এতেকে) চকুৰ পিঠিৰ দাঁতি; যেনে, পিটিত আজি HTT, the edyc of the eyelid. পিপি, অনুক, ক্ষুদ্ৰ পৰুৱা আদি গাত বগাই গলে যেনে বোধ হয় তেনে বোধ। বুজোৱা মাত, all invitative sound used to express the sensation pro-. duced by the crawling of a small aut on the body. পিপিৰণি,। স. শ. গাৰ কোনো ভাগত পিপিৰণি, পৰুৱা আদি বগোৱাত হোৱা agafa, a slight tickling sensation produced by a small ant, &c., crawling on the body. পিপি, অ, ধ, সৰু পৰুৱা আদি লাহে লাহে বগাই যোৱাৰ নিচিনা বোধ জন্ম; যেনে, মুৰত ওকণীয়ে পিৰ্পিৰাইছে, to produce a slight tickling sensation. পিৰ্পিৰীয়া, বি. বৰ পাতল, very thin. পিলি, স. বা. ধীৰে ধীৰে কৰু, একেটা woman. পিয়াহ লাগ, পানী পিবৰ ইচ্ছুক হ, to be thirsty, পিয়াহ-, বি. পিয়াহ-খোৱা কালৰ দাতেৰে থকা, প্ৰথমে গঙ্গা দাঁত নস; নিচেই সৰু; যেনে, পিয়াহ-তা লৰা; এতেকে, নতুনকৈ কৰা, উলিওৱা বা চলোৱা; যেনে, পিয়াহ-তা মত, yoting, as a child, new-made, new-fangled. { স্ত্ৰী। পিয়াহ-দাভী। পিঠি, স. শ(সং. পৃষ্ঠ, পিঠি) চকুৰ পতা, চকুৰ ঢাকনী ছাল, the eyelid, পিৰা, স. শ. (সং, পিণ্ড, মাস} চাৰি- . ঠেঙ্গীয়া জন্তুৰ কাটি বেলেগোৱা ঠেঙ্গ • মজহাল ভাগ, the thigh of a beast cut and separated from the body. পিৰালি, স. শ. {বং পিড়া, ঘৰৰ ভেটিৰ