পৃষ্ঠা:হেমকোষ.pdf/৫৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাটলৈ চৰাই। চৰাই, সখিয়তী চৰাই, the principal wife of a king, a species of yellow bird. . পটিমাদৈ চৰাই, স, শ. ওপৰলৈ চোৱা। পাই, স, শ. (সং. পাঠ-পঠ, পঢ়} পঢ়ন, পুথি মতা কায্য; যেনে, গীতা পাঠ কৰিছে; পঢ়িবলৈ দিয়া শিকনি; যেনে, লৰাক পাঠ দিবা; একে বাৰতে পঢ়িবৰ কাৰণ নিৰূপিত এভাগ পুথি; যেনে, প্ৰথম পাঠ; কাক কিৰূপে সম্বোধন কৰিব লাগে, তাৰ নিয়ম; যেনে, ৰজালৈ লিখা পাঠ; কোনো পুথিত কোনো এক বা অধিক শব্দ যিৰূপে লেখা থাকে; যেনে, সেইটো পাঠ অশুদ্ধ, the act of readling, instruction in reading, a reading lesson, the namner of addressing a particular person, the fnanner in which a passage reails, reading. পাঠক, স. শ. ই. } পটোতা, সভাত ধৰ্ম্মৰ পুঞ্জি পঢ়ি শুনাওঁতা, one who'cals, a public rallor of religious books. পাঠাধ, স. শ. (স. পাঠান্তৰ-পাঠ, কোনো পুধিত কোনো শব্দ মেনেকৈ লিখা থাকে+অন্ত,পৃথক অন্য একপ্ৰকাৰে (5219***19, a different readiny. পাঠ্য, বি. (সং) পঢ়িব লগা, পঢ়িবৰ যোগ্য; পলি পৰা, মাতিবলৈ উজু, tit or proper o be read, legible. পাঠশালা, স শ. {সং. পাঠশালা---পাঠ, পঢ়া+ শা), বৰ ছাতৰে পঢ়িবলৈ শিকা ঘৰ, পঢ়া-লি, a. shool. পাণু, স. শ. { সং. পৰ্ণ, এবিধ লতাৰ পাত। ভামোৰ লগত চোৰোৱা এবিধ, পাত; সেই পাতৰ লতা; ধোৱা খাবৰ নিমিত্তে কুটি ফিং মিহলাই ভজা পাণ, the betel leaf, the betal vine, a pre- [ paration of betel leaf and upium for sinoking. পাণি, স, শ, সং. পাণিপণ, বেপাৰ কৰ) te, the band. পাণিগ্ৰহণ, স, শ. (সং. পাণিগ্ৰহণ-পাণি, হাত+গ্ৰহণ, লওন; দৰাই হাতত ধৰি লয়, এতেকে) বিয়া, marriage, পাণিনি, স. শ. সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ $91 fase ata, the sage who com- posed the first grammarof Sanskrit. পাণিনীয়, বি. পাণিনি মুনিয়ে কৰা, পাণি- fara, male or done by Panini. পাণোৱাই, স. শ. { অং. পাণ, আফিঙ্গেৰে মিহলাই ওজা পাণৰ পাত ) পাণৰ টিকি খোৱাত ৰত মানুহ, obt give to the smoking of }tta2. পাণ্ডৱ, স. শ. পাণ্ডু ৰজাৰ পাচ পুত্ৰৰ নাম, যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ, a son of Pandu. পাণ্ডিত্য, শু. শ. (সং. পণ্ডিত—পণ্ডিত, জ্ঞানী) পণ্ডিতালি, পণ্ডিতৰ গুণ, scholar- slip, learning: পাণ্ডু, স. শ. {স, পাণ্ডু—পড়, গতি কৰ) ঈষত হালধীয়া বৰণ; মূত, গাৰ ছাল আৰু চকু হালধীয়া পৰা এবিধ ৰোগ; ইন্দ্ৰপ্ৰস্থ বা পুৰণি দিল্লীৰ এজন বজাৰ নাম, তেওঁ যুধিষ্ঠিৰাদিৰ বাপেক বুলি

  • 110, literally the palo onc.' The

brother of Dhritarashtra, king of Ilastinapur and father of the Pan- claviis or Pandy princes পাত্, স, শ, {সং, পত্ৰ, গছৰ অঙ্গ। গছৰ ডালৰ পৰা ওলোৱা পাতল আৰু চেপেটা ভাগ, বেলেগ বেলেগ গছত ভাৰ গঢ় বেলেগ হয়, আৰু তাৰ বৰণ প্ৰায়ে সেই জীয়া; তাৰ নিচিনা পাতল আৰু চেপেটা আন বস্তু; যেনে, পুথিৰ পাত; ভোজনৰ পাত্ৰ; যেনে, পাতত বহিল, ভাত আন, a leaf in general, a vessel in which food is served. পাততৃ দি, পাতেৰে মেৰাই জুইত সুমাই সিদ্ধ কৰ; { মাছত খাটে }; যেনে, পাতত দিয়া মাছ, to Toast in fire by rolling in a green leaf. পাত্, স ধ (সংপাত, পতন, পৰা)