পৃষ্ঠা:হেমকোষ.pdf/৫৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাতক পাতল-গালনি কোনো কাৰ্য্যৰ নিমিত্তে জুতি হোৱাকৈ বা কোনো বস্তু গ্ৰহণ কৰিবৰ কাৰণ আগ বঢ়াই দি; যেনে, কোববলৈ পিঠি পাতিছে, ধন লবলৈ হাত পাতে; নিযুক্ত ক; যেনে, ৰজাই বিষয়া পাতে। কোনো উৎসৱৰ কাৰ্য্য কৰিবলৈ স্থিৰ বা আয়োজন কৰ; যেনে, বিয়া বা সবাহ পাতিছে; কোনো কথাৰ আলচ বা বিবে- চনা কৰিবৰ কাৰণ গোট খাবলৈ মা; মেল পাতিছে; স্থাপন কৰ; ননে, ৰজাই নগৰ, গোয়ে সত্ৰ পাতে। জাল আদি স্থাপিত কৰ; নিবাস কৰোৱা, বহুৱা; যেনে, গদাধৰ সিংহে মহন্ত- বিলাকক চেউনীত পাতিছিল, to liolat out or plaer, to appoint, to deter- mive or prepare to perform, to cure vince, to cstablish), to lay, to cause to settle at a certain place. পাত, সূ, শ, (সং. পাতক—পতৃ, পতিত হ} পাপ, ঈশ্বৰৰ নিয়মৰ বা ধৰ্মশাস্ত্ৰৰ বিৰুদ্ধ কাম ( সি মানুহক পতিত কৰে GCELE ), a sin, a viee. পাতকী, বি. (সং. পাতকিন্-পাতক। ইন্} পাপ, পাপ কৰা, sifal. স. শ. পাপী মানুহ, a sinful al. (স্ত্ৰী) পাতকিনী। পতঞ্জল, স, শ, পতঞ্জলি মুনিয়ে কৰা যোগ শাস্ত্ৰ। সেই শাস্ত্ৰ হিন্দুৰ ছখান দৰ্শন- শাস্ত্ৰৰ এখান। ত বাহিৰৰ পদাৰ্থ বিলাকৰ পৰ। মনক আঁতৰাই পৰমেশ্বৰত নিযুক্ত কৰাই যে মুক্তিৰ উপায়, ইয়াক বিস্তাৰিত ৰূপে লেখা হৈছে, the Yoga system of philosophy taught by Patanjali. . পাম, কদ, স, { অং. পাত্, স্থাপন কৰ) স্থাপন, নিয়োজন, the act of placing, t'stablishing or appointing. পানি, স. শ. ( অং. পাত, স্থাপন কৰ; ' পুথিত শিখা কখা তাত পতা যায়, এতেকে) কোনো পুধিত যি কথা লিখা যাব, তাৰ সূচনা; ভূমিকা, an intro- duction to a book, a preface. পাতল, বি. (অং, পাত, পত্ৰ, পাতৰ নিচিনা; বং, পাতলা; হিং, পতলা, ডাঠ নোহোৱা। ডাঠ নোহোৰ; যেনে, ভূপাত পাল; ঘন নোহোৱা, পানীৰ নিচিনা; যেনে, পাতল মহী; সেৰেঙ্গা, তনু; যেনে, পাতল বাৰ; লঘু, গধূৰ নোহোৱা; যেনে, আখৈৰ ভাৰ পাতল; শাম কট, কম হোৱা; যেনে, জৰ পাতল পৰিছে। স্থিৰ নোহাৱা, গহীন নোহোৱা, চঞ্চল; যনে, লৰাৰ মন তল; বিৰল, সদায় বা অধিককৈ পাবলৈ নোহোৱা; যেনে, পাৰ্থ জ্ঞানী পাল; উৰুঙ্গা; যেনে, মানুহ কমিলে ঘৰ পাতল হয়, thin, widely apart, light, not heavy, atated, not tast, eny, Marce, lonely and cheerless, as a lots. অ, ধা. কম হ, শাম কা; যেনে, নৰিয়া পাতলিছে, to alat.. পাতল পৰ, কম হ, শাম কাট, to abate. পাতলালি, গু, শ, পাতল স্বভাৱ, চঞ্চলতা, ljekleness, lightness, levity. পালি, স. শ. (স. পদতল, ভৰি, ভৰিৰ ওচৰত থাকে, এতেকে) মেখেলাৰ তলৰ কালে মোকটাই সিন্না ভাগ, the lien of a female waist cloth. পাতলীয়া, বি, (গ. পাতল, ডাঠ নোহোৱা) ডাঠ নোহোৱা; ঘন নেহেৰ, thin, sparse. পাতলকৈ, ক্ৰি. বি. ডাঠ নোহোৱাকৈ, ঘন নোহোৱাকৈ, সেৰোকৈ, thinty, #ja- sely. পাতা, স, শ, { স. পাতালপ, ভুললৈ যা পৃথিৱীৰ তলৰ সাত খলপাৰ সাধাৰণ ayu, any one of the seven regions rinder the earth. পাতা-গাঙ্গনি, স. ( সং, পাতাল, পৃথিৱীৰ তল+ অং. গাজনি, গৰ্জন) ভূই পৰ শব্দ, মাটিৰ তলৰ পৰা অহা শব্দ; বহুত দূৰৰ পৰা শুনা মেঘৰ শব্দ, (ভাক মাটিৰ তলৰ পৰা অহা যেন শুনা যায়, 40067 ), a deep rumbling sound । +