পৃষ্ঠা:হেমকোষ.pdf/৪৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

868 দিগন্ত the title of the Sudra or servilo caste, and of a fisherman. (1) দাসী। fragay, a donor, a giver. (*) দায়িকা। দায়ী, বি. ( স. দামি-দায়, হানি+ইন) হানি পূৰ কৰিব লগা হোৱা, ক্ষতিৰ বাবে ধন ভৰিব লগা হোৱা; জগৰীয়া, দোষী, liable to make food a loss, an- swerable, guilty, faulty. দাৰ, স, শ. (সং. দাৰণ, বিদাৰণ কৰা; হিং. দাড়ক, দাত) মাছ আদিৰ সৰু চোকা দাতসমূহ; যেনে, কঁকিলা-দাৰ; কৰতৰ দাঁত, the teeth of a fisli, reptile, &c., the tooth of a saw, দাৰণ, কদ, স. { সং. দাৰণ—-, ফাল ) ফল বা বিদাৰণ কৰা কাৰ্য্য; নাশ কৰোতা; যেনে, দানৱ-দাৰণ, the act of texting, a destroyer. ধাৰা, স. শ. (সং. দাৰা—দু, বিদাৰণ ক) ভাৰ্য্যা, ( ভাই ককাইৰ চেনেহক বিদাবণ অৰ্থাৎ নষ্ট কৰে এতেকে }, a wife, জাৰিদ্ৰ, ও. শ. {সং. দৰিদ্ৰ, দুখীয়া) দৰিদ্ৰতা, poverty. দাৰু, স. শ. {সং. দা-~-, ফল; ফলা যায়, এতেকে। কাঠ, a piece of wood. দাৰু, স, শ. (স.) কৃষ্ণৰ সাৰথিৰ নাম, Krishna's charioteer. দৰুণ, বি. (সৎ, দাৰুণ-দু, খণ্ড খণ্ড ক ) প্ৰবল; ভয়ানক, #eve, awful. দাৰ্শনিক, স, শ, {সং. দাৰ্শনিক-দৰ্শন, দৃষ্টি) দৰ্শন শাস্ত্ৰৰ পণ্ডিত, কাৰ্য আৰু কাৰণৰ সম্বন্ধ বুৰ্জোত, a pilosoplier. দাৱাগ্নি, স, শ. (সং. দাৱাগ্নি—দাৰ, হাবি + আয়, জুই) হাবিৰ জুই, বনাগ্নি, a jungle fire. দাবানল, স. শ. (স. দাবানল-দাৱ, হাবি+ অনল, জুই। হাবিৰ জুই, vids supra. দশখি, স. শ. দশৰ বজাৰ পুতেক, tě 74, a son of Dasharatha, especially Rama. দাস, স. শ. { সৎ দাস-দাস, ধান ক} বন্দী, ভৃত্য, সেৱক; শূদিৰ আৰু ডোম- বিলাকৰ উপাধি, a slave, a servant, দাসত্ব, গু. শ. দাসৰ অৱস্থা বা কাৰ্য্য, slavery, servitude. দাস্য, স. শ. (স.) দাসৰ অৱস্থা বা কাম, slavery, servitude. বি. দাস সম্বন্ধীয়, দাসৰ; যেনে, দাস্য বৃত্তি, servile. দাহ, স, শ. (সং. দাহ—দহ, পোৰ) পোৰ কাৰ্য; ভাপ; পোৰশি, জ্বালা, the act of burning, heat, a burning sen- sation. দাহ, স. শ. (স. দায়, পিতৃৰ সম্পত্তি) দাহো, পৈতৃক সম্পত্তি বা ধন; যেনে, বোপাইৰ দাহন, ancestral property. দাহক, স. শ. (সং.) দাহ-কৰোতা, পোৰোতা, lbourney. (স্ত্ৰী) দাহিকা। দায়িনী, স. শ. দক্ষৰ জীয়েক, দুৰ্গ, a. daughter of Dakhya, a name of Iurgh. “দাক্ষায়নীও হয়। দি, স, ধা. (সংদা, দান কৰ,} দান কৰ, সমৰ্পণ কৰ, to give. কুদ, স, দিওঁতা, (স্ত্ৰী) দিয়ৰ্তী। দিতি, স. শ. দিকৃপতি, দিপাল--- দিপাল, দিশ, পূব পশ্চিম আদি + পতি, গৰাকী; পা, পাল } জগতৰ এফালৰ গৰাকী দেৱতা; এই জগতৰ আঠ দিশ, এতেকে গৰাকীও আঠ জনা; যেনে, পূব-ফালৰ ইন্দ্ৰ; দক্ষিণ-পূবৰ অগ্নি; দক্ষিণৰ যম, দক্ষিণ-পশ্চিমৰ নিঋত; পশ্চিমৰ বৰুণ; উত্তৰ-পশ্চিমৰ বায়ু; দক্ষিণ-পূৰৰ ঈশান, the regent of a cardinal or inter- mediate point of the universe. দিগ, স. শ. ( যা.} আমনি, vexation. দিগন্ত, স. শ. (সং. দিগন্ত-দিশ, ঐ+অন্ত, শেষ ) চাৰিও ফালে যি ঠাইত আকাশ- খান পৃথিবীৰে লগ লগা যেন দেখাত যাৰ সিফালে আৰু পৃথিবী নথকা বোধ হয়; এতেকে, বহু দূৰ; যেনে, অমুকৰ যশস্যাই দিগন্তলৈকে ব্যাপিছে, the horizon. | উত্তৰৰ কুবেৰ;