পৃষ্ঠা:হেমকোষ.pdf/৪৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

809 দলা। বেচিছ, in the manner of, at the rate of. দৰ্জী, স. শ. (যাং. } বেজীব কামৰ দ্বাৰা উপজীব্য কৰা মানুহ, a tailor. দৰ্প, স, শ. (সং. দৰ্পদৃপ, অহঙ্কাৰ কৰু ) অহঙ্কাৰ, গৰ্ব্ব, pritle. দৰ্পণ, স. শ. (সং. দৰ্পণ—দৃপ, আনন্দিত ক) আৰ্চী, দাপোণ, a mirror. দৰ্পহাৰী, বি. { সং. দৰ্পহাৰিন্দৰ্প, অহ- স্কাৰ + হৃ, হৰণ কৰ) অহঙ্কাৰ নাশ কৰা, দৰ্প-গুচোৱা, pride destroying. স. শ. of tšol, a man who humbles the pride. (স্ত্ৰী) দৰ্পহাৰ্তিী। দপী, বি. অহঙ্কাৰী, proud. দৰবাৰু, স, শ, (যা) ৰজাৰ বা ডাঙ্গৰ লোকৰ সভা, ৰজা বা ভাঙ্গৰ লোকক সাক্ষাত হবলৈ নিমন্ত্ৰিত হোৱা লোকৰ সমুহ, a hall of audience, a te: hell ly a king or nobleman. দৰমহা, স. শ. (যাং, দৰমাহা) মাসিক (702, monthly pay. দৰ্শ, অ. . (সং. দৃশ, দেখু) দেখা হ; যেনে, তাৰ পৰা একো গুণ নদৰ্শে, to be seen, to appear. দৰ্শক, স. শ. (সং. দৰ্শক—দৃশ, দেখু) দেখাওঁতা, বুজাওঁতা; দেখো, চোৱা লোক; যেনে, ভাত বহুত দৰ্শক আছিল, one who shews or explaids, one who nees. দৰ্শ, কদ, স, দৃষ্টি, দেখ; জ্ঞান, a sight, a view, wisdom, philosophy, দৰ্শ-শা, স. শ. (দৰ্শন + শা, পুথি) কাৰ্য কাৰণৰ সম্বন্ধ দেখাই এই জগতৰ আৰু তাৰ সৃষ্টিকৰ্তাৰ বিষয়ে জ্ঞান দিয়া afe, a treatise ou philosophy. দৰ্শনশাস্ত্ৰৰ সংখ্যা ছয়; যেনে, সাংখ্য, পাতঞ্জল, মীমাংসা, ন্যায়, বৈশেষিক, বেদান্ত, সেইবিলাক শব্দ চোৱা। দৰ্শনীয়, বি. (সং. দৰ্শনীয় দৃশ্য, দে) দেখিবৰ বা দেখা যোগ্য; সুন্দৰ, শুৱনি, fit to be seen or shewn, beautiful. দৰ্শষিতা, ৰূদ, স. (সং. দৰ্শয়িত্-দৃশ, দে) : CT*T001, one who show's, an exhi- biter. (স্ত্ৰী) দশয়িত্ৰী। দৰ্শা, স. ধ. (সং. দৃশ, অং, দৃশ্য, দেথ) দেখা, আনৰ দৃষ্টিগোচৰ কৰপ্ৰকাশ কৰ, বুজা, জন; যেনে, গুচৰীয়াই কাৰণ দশাইছে, to show, দৰ্শিত, কদ. বি. (সং. দৃশ, দেখু) দেখা, দৃষ্টি- গোচৰ হোৱা; দেখোৱা, Rech, shown. দল, স. ধা. {সং. দল, বিদাৰণ কৰ) মৰ্দন কৰ, মোহাৰি পেল, সমূলি নষ্ট কৰ; যেনে, শত্ৰুৰ সেনাবোৰ দলি পেলালে, to crush, to clestroy totally. 7. 567 0,798, a leaf, a crowd, party or company. দল, স. শ. (হিং. বং, দল, এবিধ পানীৰ বন) এবিধ ধানৰ নিচিনা গুটি-ধৰা পানীত হোৱা বন, an aquatic grass, দল, স. শ. ( সং. দেৱালয়; বং, দেউল, দেৱতাৰ মন্দিৰ) মঠ, থিয়কৈ সজা দেৱ- তাৰ মন্দিৰ; দম, স্থূপ, a Hindu pagoda, a leap দলং, স. শ, (সং. দল, মৰ্দন কৰ} ফলীয়া বাহেবে বা কাঠেৰে সজা সঁকো, ৯ hamboo or wooden bridge. দলঙ্গ, স, শ, দলঙ্গৰ দৰে বঁাঁহেৰে বোৱা 16-474 Tot, a kind of fish trap. দল, কুদ, স. (সং. দলন-~-দল, বিদীৰ্ণ ক) মৰ্দন কৰা, ধ্বংস কৰণ, খণ্ড খণ্ড কৰণ; ধ্বংস কৰে, the act of crushing, cutting or destroying; one wlto destroys. দলনি, স. শ. { অং. দল, এবিধ বন) দল ঘাঁহেৰে আবৃত পানী বা মাটি, a piece of land or water covered with the dal grass. দলমা, স. শ. “দমলা” চোৱা। দলা, স. শ. (সং. দল, খণ্ড খণ্ড কৰ; হিৎ, জেলা, দলি) মাটিৰ লদা, দলি, a clod. দল, স. ধা. অং. দল, স্তুপ) দমা, ওপৰা উপৰিকৈ খ, একত্ৰ কৰু, to heap up, to