পৃষ্ঠা:হেমকোষ.pdf/৪৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দৰ। ফয়া, শ, শ. (সং. দয়া—দয়, ৰক্ষা কৰ) কৃপা, পুতে, লোকৰ সুখত হোৱা মনৰ pe, kindness, tenderness, pity. দয়াকৰ, স. শ. (সং. দয়াকৰ——দয়, ঐ+ক, ক? দয়া কৰে, a kind-lhcartel man. . দয়ান্বিত, বি. (সং. 'দয়ান্বিত-দয়া+ অম্বিত, মিলিত) দয়াযুক্ত, কৃপালু, kind. (স্ত্ৰী) দয়ান্বিত। দয়ালু, বি. দয়াযুক্ত, kind. দয়াপ্ত, বি. দয়ান্বিত, kind, { স্ত্ৰী) দুম্নাৱা, দয়াৱতী। দয়াশীল, বি. দয়াৰম্ভ, kint. (স্ত্ৰী) দয়াশীলা। দয়িতা, স. শ. (সং. দয়িতা-দয়, মৰম ক) ৰিোতা; ভাৰ্যা, a woman, a wife. দৰ, স. শ. (হিং. বং. দৰ, মূল্য) বস্তু মূলাৰ পৰিমাণ; মূল্য, late, price. দৰ মাৰ, দৰ কৰ, মূল্য লগা; যেনে, সেই কাপোত বেপাৰীয়ে পাচ টক দৰ মাৰিছে, to set a price on, দ, স, শ, ( হিং, ভৰহ, প্ৰকাৰ } প্ৰকাৰ, বিধ; যেনে, কোন দৰৰ বস্তু, sort, kind. দিৰ, স, শ, (সৎ, দৰ্শন; হিং. দৰখ, দৃষ্টি, দেখা যায়, এতেকে) পানীৰ ওপৰলৈ আহি পিঠি উলিয়াই কৰা অৱস্থিতি, ( মাছত খাটে), the act of resting on the surface of water like a fish. দৰ ল, পানীৰ ওপৰত পিঠি উলিয়াই ৰৈ eta, to rest on the surface of water like a fish, দ, স, শ. (সং. দ্ৰৱ্য, ঔষধ ) ঔষধ, ৰোগ গুচোৱা বস্তু, medicine, দৰব-ধৰা, স. শ. (সং. দ্ৰবাধাক, কোনো বস্তু ধৰোতা) মাটি জোখাত উঁৰীৰ লগত মাটিৰ দীঘপুতল আৰু সীমা লেখো, one who records the length, breadth and boundaries of land in measur- ing the same. আগৰ দিনত মাটি জোখা দুজন মানুহ নিযুক্ত হৈছিল, এঙ্গনে টাৰ মাৰে, সেই জনক চাষী বোলে; আন কানে প্ৰতি-উৰা মাটিৰ দীঘ পুত্তল লেখে, সেই জন দৰব ধৰা, পাচত কাকতীয়ে সেই দীঘ পুতলৰ লেখ কৰি মাটিৰ পৰি-. মাণ উলিয়ায়। কেতিয়াবা একে জন মানুহেই টাৰী আৰু দৰব ধৰা দুইৰৰ কাম কৰে। দবহু, স. শ. (সং. দৃহ; বং. দড়া বা দড়ী, জৰী) এৰাল, মুকলি মূৰে চৰিব পৰাকৈ জন্তু বন্ধা জৰী, a tether. দ, স. শ. { সং• দৃ, আদৰ কৰ; অৎ, আদৰ, সন্মান কৰি আগ বঢ়াই আন্ ) বৰ, বিয়া কৰিবৰ নিমিত্তে প্ৰস্তুত হোৰ পুৰুষ, a bridegroom. দৰা, স. ধা, (অ. দৰ, মূল্য) দৰ কৰু, মুলা স্থিৰ কৰ, মূল্য সোধূ, মোলা, to settle the price of ... ratišti ( স্ত্ৰী } দৰাৰ্তী। দৰাপুতলী, স. শ. লৰাই উমলিবলৈ কাপো- ৰেৰে সজা দৰা বা কন্যাৰ মূৰ্ত্তি, a doll dressed like a bridegroom or bride for children to play with. দলি-ঘৰীয়া, বি. { অং. দৰা, বৰ + ঘৰ, গৃহ) দৰাৰ ঘৰৰ, aptertaining or relating to the bridegroom's party. দৰি, বি. (সং. দৰিদ্ৰ, দুঃখীয়া হ) দুঃখীয়া, ধনহীন, poor, leedy. ল, শ, দুখীয়া Tigo, a poor person. দৰিদ্ৰত, ও. শ. দুখীয়া অৱস্থা, poverty. দৰিদ্ৰালয়, স. শ. (সং, দৰিদ্ৰালয়—দৰি +আলয়, ঘৰ) দুখীয়া মানুহৰ ঘৰ; দুখীয়া মানুহক অলপ বন কৰাই পোহ- artan fh tay 9, a poor-house, a work-house. দৰিয়া, স. . (অ. দাৰ, মাছৰ পাত ) বৰালি-মাছৰ দৰেৰ আঁহ মুকলি কৰ, (ভূত খাটে), to straighten out the fibres, as of cotton, with the teeth of the barali fish. 79. 7. দৰিয়াওঁ। দৰে, ক্ৰি. বি. (অং, দৰ, প্ৰকাৰ) প্ৰকাৰে, ৰূপে; মূলত; যেনে, চাউল কি দৰে