পৃষ্ঠা:হেমকোষ.pdf/৪৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তিলকাঞ্চন। তীৰ, বং তিসী, পানীৰে কৰা অৰ্পণ, পিতৃ সকলৰ উদ্দেশে দিয়া তিল আৰু পানী, an offering of sesamum seed and water made to the ghost of a deceasul person. তিচী, স. শ. (সং. অতসী; এবিধ গছ। গুটিৰ পৰা তেল আৰু ছালৰ পৰা সূতা হোৱা এবিধ গছ, common flax, Lanan unilatis- simur (Gamble). তি, অ, ধা. {সং. তিষ্ঠতি, থাকে) থাক, বাস ক; যেনে, ইয়াত ভিষ্ঠিব নোৱাৰি, to stay. ফোট; অতি শ্ৰেষ্ঠ, প্ৰধান বা মা লোক, ( আন এটা শব্দৰ পাচত থাকে); যেনে, খুবংশ-লিক, কুলতিলক, a small round mark made on the forehead or between the eye-brows, a pre-eminently virtuous and high principled person. তিলকাঞ্চন, স. শ, (সং. তিলকাঞ্চন-তিল, ঐ+ কাঞ্চন, সোণ ) মানুহ মৰিবৰ সময়ত উৎসৰ্গ কৰা তিল আৰু সোণ, at offer- ing of some seramum sceds and a bit of gold made at the time of dying তিলনি, স. শ. তিলৰ খেতি; ইতৰ জাতিৰ মানুহে মৰাৰ ভিন দিনৰ দিনা মৃতকৰ উদ্দেশে তিল জল আদি দিয়া কাম, a field of the sesamum plants; & ccremony performed by the low- caste Hindoos on the third day after death. তিল-হোম, স. শ. (সং. তিলহোম—তিল, ঐ + হোম, জুইত ঘিউ দি কৰা পূজা) তিলত ঘিউ মিহলাই অগিত দি কৰা 991, a burnt offering of sesamum sced mixed with ghee. ভিলে স. শ. {সং, তিল, ঐ +এক, তিলেমান, দুইৰ আধা) অতি অলপ বস্তু; অতি অলপ সময়, খন্তেক, a small bit, a moment. তিলোত্তমা, স. শ. এজনা স্বৰ্গৰ অপৰা, the name of an Apsaras. She was originally a Brāhman female, but for the offence of bathing at an improper scason she was condemned to be born as an Apsaras, for thic purpose of bringing about the mutual destruction of the two demons Sanda and Upasanda. (Dowson). ভিলোদ স. শ. (সং. তিতোদকছিল, এবিধ গুটি +উদক, পানী) তিল আৰু 28 তিহে, ‘ভিয়হু’ চোৱা। তিলি, স. শ. এবিধ ফুল, a kind of flower. ভীখা, স. শ. (সং. তীক্ষ, চোকাতি, চোক ক) দা-কটাৰী আদিৰ মুখত লগোৱা লোতকৈও টান আক চোকা এবিধ ধাতু, পৰিস্কৃত লো; খ, ঔ, জক, steel, anger, passion. তীমখৰা, বি. ( অং. তীখা+মুখ, তীখামোখ, আগ ফাল, মুখত তী লগোৱাৰ নিচিনা) চোকা; উগ্ৰ; যেনে, তীখামোখব। ৰদ; বৰ খঙ্গাল; যেনে, তীখামোখৰা মানুহ, sharp, severe, fierce, passionate. ভীখাল, বি. তীখ-লগোৱা, চোক', keen, sharp. তীব্ৰ, বি. (সং. তীব্ৰতী, বৃহৎ হ} ডাঙ্গ, প্ৰবল; যেনে, তীব্ৰ বতাহ; উ, চোকা, তপত; যেনে, তীব্ৰ ৰদ, তীব্ৰ খৎ, great, violent, sharp, severe, hot. তীব্ৰ, গু. শ. তীব্ৰ গুণ, উগ্ৰতা, sharp ness, violence. তীয়া, বি. (সং. তৃতীয়, তিনি। তিন দিন দিন হোৱা, দুদিন থাকি এদিন হোৱা; {ৰোগ খাটে); যেনে, ভীয়া অৰ ( *** ), returning every tlıird day said of sickness). তী, স. শ. (সং, ভীৰ-~-তীৰ, শেষ হ} | নৈৰ পাতি, পাৰ, a shore, a bank,