পৃষ্ঠা:হেমকোষ.pdf/৪৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তিনিৰীয়া। তিলকু। পথ) তিনটা বাটৰ মূৰ মিলা ঠাই, যি ঠাইত তিনটা বাট লগ লাগে সেই ঠাই, a place where tlıree roads meet. তিনিৰীয়া, বি. (অং. তিনি, ঐ+ ৰাতি, এমহাৰ চৌবিশ ভাগৰ এভাগ } তিনি atfe cotta, weighing three ratis. স. শ. এবিধ দুই পয়সা মূল্যৰ অসম ৰজাৰ ৰূপৰ চাকলি, an Assamese silver coin of the value of two pice. তিনিসী, স. শ. (অং. তিনি+সীৰলু, আঁচ) তিনি আওচ, নাঙ্গলৰে তিনি বাৰ ওপৰ উপৰিকৈ কৰা চাহ, ploughing tree times over. ডিফাই, স. শ. এবিধ লোৰ জুই ধৰা সাজ, a portable fire-place, a kind of chafing-lisli. তি, বি. সৰ্ব্ব, “সিমাম” শব্দৰ অপভ্ৰংশ। তিমি, . শ. (সং. তিমি—তিম, তিতু এবিধ মাছৰ অকৃতিৰ বৰ ডাঙ্গৰ সাগৰৰ 9, a whale. তিমি, স. শ. (সং. তিমিৰ , কষ্ট দি) অন্ধকাৰ, অন্ধাৰ, tark2ess. ভিয়নী, স. শ. (অং. তিয়া, পানীত জুবুৰিয়া) গা ধোঁওতে পিন্ধা সৰু চুৰিয়া, a. small waist-cloth used in latling. ভিয়া, স. ধা. অং. তিতা, আ ক ) আৰ্ভ কৰ, ভি, to wet, to soak in water. 7. ৪. তিয়াওঁতা, (স্ত্ৰী) ভিয়াতী। তিৰষ্কাৰ, স. শ. (সং. তিৰস্কাৰ —তি, অমৰ্যত+ক, ক) গালি, বিতণ্ডা; নিন্দা, abuse, reproaci. তিৰ, কদ, স. (সং.} নিন্দিত, গালি CATE, reviled, alused. তিৰী, স. শ. (সং. স্ত্ৰী, তিৰোতা) তিবোতা, “দুৰ্ভোৰ ৰজনী ইতো প্ৰেত পিশাচৰ গতি; ঐত নেথাকিবা ভোৰা সব তিৰীমতী।” তিৰীমতী মানুহ, of weak intellect, timid. তিৰীলগীয়া, বি. (অং. তিৰী, ঐ + লাগ, যুক্ত হ) তিৰোতা বিয়া-কৰা, ভাৰ্য্য থকা, উদাসীন নোহোৱা, (ভকৰ্তীয়া মাত , married, having a wife. তিৰোতা, স. শ. (সং. স্ত্ৰী, নাৰী মাইকী মানুহ, তিৰী; ভাৰ্য্যা, a woman, a wife. তিৰোতাসেৰুৱা, বি. (সং. স্ত্ৰীসেৱক, তিৰীৰ অধীন } ণৈ, ভাৰ্যাত বৰ অনুৰক্ত; SÝTT 4*, uxorions, henpocket. তিৰোধান্, কুদ, স. (সং. তিৰোধান— তিস্, বুকোৱা) অন্তৰ্ধান, অদৰ্শন, lis- appearance, withdrawing from sight. তিৰোহিতু, কদ, বি. (স.) নেদেখা, অদৃশ্য, 171, hidden from sight, nuuseen. তিবিৰ,। স. শ. ( হিং. তিমিন) তিবিৰ, জিলমিল) কঁপি থকা কান্তি, জলমল; যেনে, হীৰাৰ তিৰবিৰ, s]xarkle. তিৰবিৰণি, স. শ. সঞ্চালিত কান্তি কৰ তিবিৰণি, কাৰ্য, জিলিকনি, the act of glittering, sparkle. তিৰবিৰা, অ, ধা. লৰি থকা পানীৰ পৰা তিবিৰীয়া, পোহৰৰ দৰে কান্তি কৰু, জিলিক; যেনে, হিৰাই তিৰ্বিষ, to sintillato, to sparkle. তিৰবিৰীয়া, বি. জিলিকা, দীপ্তিমস্ত, তিবিৰীয়া, shining, sparkling তিল, স, শ, (সং. তিল-তিল, লেযুক্ত হু) তেল ওলোৱা এবিধ না অতি ক্ষুদ্ৰ গুটি আৰু তাৰ গছ, সেই গুটি শ্ৰাদ্ধ তপণত দিয়া যায়। অতি ক্ষুদ্ৰ অংশ; মানুহৰ গাত থকা অতি ক্ষুদ্ৰ কলা সঁচ, the sosamum and its seel, a mole on the skin, a small particle. তিল, স. শ. (সং. তিলক—তিল, ঐ। কপালত বা বৰ মাজত লোৱা ঘূৰণীয়া a woman. তিৰীমতী, বি. (সং. প্ৰীমতি, তিৰোতাৰ বুদ্ধি; তিৰোতাৰ মতিযুক্তা) দুৰ্বল বুদ্ধিযুক্ত, ভালকৈ বুজিব নোৱৰা; . ভয়াতুবা ( ভিৰোতা খাটে); যেনে,