পৃষ্ঠা:হেমকোষ.pdf/৪৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তান্তি ৪২৫ তলাওপৰা। তৰ্ণাস্তি, বি. (সং. তান্তি, সেইটো নাই অৰ্থাৎ নষ্ট ) খাস্তা, লণ্ডভণ্ড, উচ্ছন্ন; যেনে, দেশখান তৰ্ণাস্তি কৰিলে; এতেকে Biato, laid waste, harassed. তৰীয়া, বি. ( অং. তব, অগভীৰ) গহীন লোহোৱা, মন পাতল, fickle, light- minded. তৰ্পনি, স. শ. টানত পৰি বিবুদ্ধি হোৱা অবস্থা, [criplexity. পৰা, স্থা, সৰ্ব. সেই দূৰ ঠাইৰ পৰা, froin that place. তৰ্পণ, কুদ, স. (সং. তৰ্পণ ---তৃপ, সন্তোষ ক) তৃপ্তি দিয়া বা পোৱা কাৰ্য্য; মৃতকৰ সন্তোষৰ নিমিত্তে ভিল-জল দিয়া কাৰ্য; দেৱতাৰ উদ্দেশে কৰা জল দিব hat, the act of pleasing or being pleasel, a libation sffered to the wouls or mones collectively or in- dividually: তৰ্ণিত, ৰুদ. বি. (সং. পিত, ঐ ) যাক তৃপ্তি দিয়া হৈছে, যাৰ উদ্দেশে তৰ্পণ কৰা হৈছে; যেনে, পিতৃ সকল ভৰ্পিত 2215, satisfied. ভব-টীয়া, বি. ( অং. তৰ, বাম+ বাট, পথ ) বাম বাটে চলা, বামে যোৱা, travelling or making journeys by land, তৰা,। ম. বা. (ব. তৰবৰু, দীপ্তি) ভৰা, জলমলা, কুমকা, to glitter, to sparkle. তৰীয়া,। বি. জিলিকা, জলমলীয়া, glit- তৰীয়া, tering, sparkling. ভজা, স. শ, {স ভৰস্তুজ; যাৎ, ভল্লুজ, এবিধ ফল। এবিধ লতা; ভাৰ বৰ মিঠা আৰু ৰসাল ফল, a watermelon and its plant. ভল, স, “. (সং. উল, স্থাপন কৰ) নাম ভগ, আধো ভাগ; যেনে, গছৰ তল; চেপেটা বন্ধুৰ ওপৰৰ বা তলৰ সমান ভাগ (এই ভাৰত আন এটা সং শব্দৰ পাচত থাকে ); যেনে, ভূল, হল, the place underneath, the bottom, a flat surface. বি. অধীন, লতীয়া; নামৰ, আধো ভাগৰ, sulyjet, stilwor- clinate, dependent, lower. ভল যা, তলৰ পৰ, ঢাকা হ; যেনে, পথাৰ- খান পানীৰ তল গৈছে, to be sub- merged. তন্তু মিয়া, তল কৰ, ঢাক, বুৰা; যেনে, পথাৰখান পানীয়ে তল নিয়ালে, to submerge. লচা, স. শ. (সং. ভল, অধোভাগ } কোনো বস্তুৰ তলত পাৰি দিয়া কাপোৰ আদি, তুলী আদিৰ তলত পৰা কাপোৰ, a pict: of cloth specad under it sont or mattress. , লতীয়া, বি. তলব, অধীন, বশবৰ্তী; বয়সে $, inferior, subordinate. younger. তল-পৰা, স. শ. (সং. ল + পাৰ, বিস্তৃত ক) শয্যাৰ তুলীৰ ওপৰত পাৰি দিয়া কাবে (সি শোতৰ তলত থাকে 4761), a herd xhteet. তলনি, স. শ. জুলীয়া বস্তুব তলত থকা বস্তু। (919, sonutlings which remains at the botton, thress. বি. তলব, তুলত থকা; যেনে, তলনি ভাত, remaining at the bottom or below the surface. তল, স. শ. (যা, ভল) কোনো ঠাইত উপস্থিত হবৰ আজ্ঞা, a. sumons. তল, স. শ. {সং. তল, আধো ভাগ ) পানীৰ পাত্ৰৰ তলি, গৰুৰ চক; মনৰ গুপ্ত ভাৱ; যেনে, টেঙ্গৰ মানুহৰ ওল ধৰা টান, the bottom of a water vessel, an embroidered enil of a round pillow, a sucret theright. তলা ওলা, গুপ্ত কথা বাহিৰ হ, to be revealed (as a secret). তলা মাৰ, পানীৰ পাত্ৰত তুলি লগা, to fix the bottom piece of a water ve:sel. ভলা , গুপ্ত কথা জান্, গুপ্ত কথাৰ বুক পা; যেনে, তেওঁৰ তলা পালোঁ, to be Acqnaiuted with any secret. তলাওপ, বি, এটা তলত আনটো ওপৰত