পৃষ্ঠা:হেমকোষ.pdf/৪৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তলাতল ৫২ উলে, আ. অধ্য, (সং. দুল, নাম ভাগ আধো জাগে, তল ফালে; অধীনে, লতীয়া হৈ; যেনে, লোকৰ তলে কাম pentut, underneath, below, under, in suhordination to. তলে তলে, ক্ৰি. বি. মনে মনে, গুপ্তৰূপে, আনে নজনাকৈ, ভিতৰি, secretly. উলে, স্থা, সেই ঠাইলৈ, to that place. ভল-ওপ, বি, ওপৰৰ ফাল তল আৰু লৰ ফাল ওপৰ হোৱা; দুলস্থূলীয়া, ভোলপাৰ, upside down, confused, tumultuous. তল-খুচুৰীয়া, বি. (সং. তল, অধো ভাগ+ খুচুৰীয়া, ক্ষুদ্ৰ। সৰুকৈ কোৱা; যেনে, তল খুঁচুনীয়া কথা; গুপ্ত ভাৱে কৰা, spoken in a low tone of voice, done secretly. তল-খুচুৰীয়াকৈ, ক্ৰি. বি. সৰু মাতেৰে, in low Cone of voice, তল-গৰীয়া, বি. (সং. ল + গৰ, বাগৰি যা) শুল-যোৱা, নেপঙ্গ, t boyat, পৰা; তলৰ ভাগ ওপৰলৈ যোৱা, one tijson another, placed as the lower part above, transposed. ভলাত, স, শ, { স. তলাতল-গুল, অধো ভাগ+ তল, অধো ভাগ অৰ্থাৎ খলপা খলপ) হিন্দুশাস্ত্ৰত লেখা পৃথিবীৰ তলৰ গতবিলাকৰ তৃতীয় খলপা; এতেকে অনেক খলপা থকা ঘৰ, the thirt of the seven regions below the earth, a lmouse of several stories. লানলা, স. শ. ( অতলা, গুপ্ত ভাৱ+নল, অনু.) অনুসন্ধান, উৱা দিহ, গুপ্ত কথা a knowledge of a secret thing, a clue. তলি, স. শ. (সং. ভল, অথবা ভাগ} পাত্ৰৰ বা আন কোনো বস্তুৰ তলৰ গ, আধো Syst, the bottom of an utensil, &c. উলিচা, “; “তলচা” শব্দ চোৱা। তলিয়ৰি, বি. (অং. তলি, তল তলত থকা. উলৰ; যেনে, তলিয়ৰি ভাত; পিন্ধা কাপোৰৰ ভিতৰৰ ফালে লগোৰা; যেনে, চোলাৰ তুলিয়াৰ কাপোৰ. reinaining at the bottom, er for lining a garment. স. শ. পিন্ধা কাপোৰৰ ভিতৰ কালে লগোৱা কাপোৰ, the lining of a gariticlif. . তলী, স. শ. { সং. স্থূলী, মাটি ) খেতি কৰা মাটি (যি শস্যৰ খেতি হয়, তাৰ নামৰ পাচত থাকে; যেনে, মাহতলী, কঠীয়া veit land on which a particular crop | is cultivated always precedeel by the name of the crop. তলীয়া, স, শ, (সং. তল, চেপেটা বস্তুৰ পৃষ্ঠ ভাগ) কাঠৰ নাল-লগোৱা ভাত বঢ়। 06041677, a flat, wooden vessel with a handle on which boiled rice is carried for serving out. উঁচুৱা, স, শ, { সৎ ভল, ভৰিৰ তলৰ ফাল তিৰিৰ তলৰ ফাল; হাতৰ ভিতৰৰ ফাল, the palm of the land, the sole of the foot. apt to sink. তল-চৰীয়. বি. (সং তল + চৰ, গতি কৰ } তলত থকা; পুখুৰি আদিৰ নিচেই তলৰ ভাগত থকা; যেনে, ভলচৰীয়া মাছ, remaining at the bottom, especially of a penil, &c. (applied to fish, &e.). ভল-ধৰা, স. শ. (সং. তল+ধৰ, ধাৰণ কৰ) ঋত-শালৰ গৰকাৰ জৰী, তঁতৰ তল- ফালে লাগি থকা জৰী, the cord at- tached to the treadles of a loom. তলপেট, স, শ. {সং. তলপেট, উদ) পেটৰ নাইৰ তলৰ ভাগ, the lower part of the belly. ভল ফাল, স. শ. (সং. তল+ফাল, পাখ) উলৰ ভাগ,তলৰ পিঠি, the lower side or part, তল-ফালে, ক্ৰি. বি. তলে, তলৰ পোন, underneath. তল-সৰা, বি, (সং. অল, অধো ভাগ+অং. সৰু, খহি পৰ) গছৰ পৰা সৰি তলত পৰা, fallen down from a tree (said of fruits and flowers).