পৃষ্ঠা:হেমকোষ.pdf/৪৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চেপেল ৪১৬ নোহাৱ, { মাটিৰ পাত্ৰ); গা-আটিল নোহোৱা, ঢিলা, নিৰ্বলী, Bhalf-bakel as an earthen pot, fatty, flaccid. টেপেল, বি. (অং. ঢপলা, দুয়ো হাত মেলি মৰ চাপৰ, এতেকে বহল। বৰ বহল, Yo wy), wide or broad, as a leaf, &c. ঢেপঢেপ, অমুক, ভালকৈ পাগ নোলোৱ মাটিৰ পাত্ৰৰ শব্দ, an imitative sound uired to express that of a half- baked cart.hen pot when struck. টেপূচিপীয়া, বি, ঢেপা, পাগত টান নো- হোৱা; যেনে, ঢেপচেপীয়া চৰু; ঢেপটেপ কৰা, ভালকৈ নবজা; যেনে, ঢোলটো (1916577842945, inperfectly bake, as an earthen pot, having a dull sound like half-baked earthenware. ঢৈ, বি. (হিং. ঢেৰ, বহুত} বহুত, বিস্তৰ, . Cara, muel, many. ঢ, স, ধ, বহুত গোটা, বহুত আৰ্জ, বহুত স; যেনে, অমুকে ধন ঢেৰাইছে, to accumulate, to heap together. চৈৰুৱা, স. শ. মূলাৰ নিচিনা পাত আৰু ফুল ধৰা এবিধ শাক, বিজতুৱা মূলা ifra ***, a kind of pitlerb. ঢেৰে, অনুক, কোনো পানীযুক্ত বস্তু চুঙ্গা আদিৰ পৰা বেগেৰে ওলাই যাওঁতে হোৰ নিচিনা শব্দ, an imitative sound used to express that of any watery thing discharged with force from a tube, &c. ঢেকেনি, স. শ, বজ্ৰ পাতৰ শব্দ, a clas of thinder. টেল, স. শ. (সং. ধৱল, বগা) চকুৰ বগা ভাগ; যেনে, চকুৰ ঢেল ওলাল, the white part of the eye. টেলা, বি. (সং. ধৱল, বগা) শো, নিন্তে; বৰষুণৰ পাচত ৰদ নোলোৱাকৈ থকা, ( বতৰত খাটে); যেনে, টেলা ডাৱৰীয়া, pale, cloudy. চেলা-চকুৱা, বি. বগা ভাগ বৰকৈ ওলোৱা 5076, having the white of the eye large. ঠেলুকাৰ্টেলুক, স. শ. মৰিবৰ সময়ত চকুৰ Tharalo, rolling of the eyes. ঢেলওপঙ্গ, স, শ, (অং, ঢেল, চকুৰ বগা ভাগ+ওপং, পানীৰ ওপৰলৈ উই) আধা মৰা হৈ চকুৰ চেল উলিয়াই পানীত উটা FIÚT, the act of Hoating on the water almost dead. . ঢেল ওপঙ্গ। দি, মৰাৰ নিচিনাহৈ পানীত উট, to Hont on the water almost cleau. ঢেলঢলীয়া, বি. (অং. টেলা, শেঁতা নিস্তেজ, cey, pale wan. টোকোৱা, স. শ(সং. দণ্ডকাক; হিং.. ঢড়কৌৱা; 1; বং. বঁড়কাক, এবিধ কাউৰী জাতিৰ চৰাই) এবিধ ডাঙ্গৰ কাউৰী চৰাইৰ মতা, the raven. (স্ত্ৰী) টোকাউৰী। টো-সাপ, স. শ. এস. হিং. ঘোড়, বং. টোড়া, এবিধ পানীৰ সাপ-+ অ, সাপ, সৰ্প ) এবিধ প্ৰায়ে পানীত থকা বিষ- 4, a kind of water suake. স্লোহ, স. ধা. আঁত নিবিচৰাকৈ এঠাইত ধৰি টানি উলিয়াই আউল লগা; যেনে, লৰাই সূতলাহিটো কুঁহিলে, to draw out in a disorderly manner, as thread and the like. টোহ,। বি. আত নিবিচৰাকৈ টনাত টোহোৰা, আউল লগ; যেনে, টোহা বা Cotostat quatre, entangled. টোহোৰ মোথোৰ, বি. বিশৃঙ্খল, আউলিয়া, tangled, disordered, not tidy. টোহোৰ মোহোৰকৈ, ক্ৰি. বি. বিশৃঙ্খলৰূপে, of sepatta, in a disorderly manner, untidily . ঢোকৃ, স. বা. (হিং. ঢোকনা, বং. ঢেক্‌, পান ক) ৪ৱ বস্তু গিল; যেনে, ডিঙ্গিৰ বিষত পানী ঢুকিব নোৱাৰি, to swallow liquor, to drink, ঢোক, স, শ, একে ৰাৰতে যিমান দু ঢোকা, বস্তু গিলা যায়; যেনে, পানী এঢোকা, a draught of liquid.