পৃষ্ঠা:হেমকোষ.pdf/৪৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দোকা ৪১৭ ঢোলোকা tree, ঢোকা, স. শ. { হিং. ঠেক, কোনো বস্তুত দিয়া ঠেকা) ঠেকা, কোনো বস্তুক নপৰা- কৈ ৰাখিবৰ নিমিত্তে লগোৱা বাঁহ আদি; { কামৰূপত ) চপনীয়া পৈ, ঘাইকৈ বাৰী। তিৰোত চাপি থকা মানুহ, a prol; a man who lives at the louise of a woman, especially a widow, as Tier para doutr. ঢোকাঢোকে, ক্ৰি. বি. অনেক ঢোকা কৰি, এটোকাৰ পাচত আন এঢোকা লৈ; যেনে, পানী ঢোকাঢোকে পিলে, caught by dranght, one draught after another. ঢোকাপড়, স. শ. { অং, ঢোকা, ঠেকা + পৰ্বত, শিলাময় ওখ ঠাই; ওখ পৰ্বতৰ ঢোকাৰ নিচিনা, এতেকে। ওখ পৰ্বতৰ ওচৰৰ চাপৰ, সৰু পৰ্বত, a small lost hill near a hiyk one. টোকোৰ, অনুক, দ্ৰৱ বস্তু গিলোতে হোৱাৰ FfGay **, an imitative solun used to express that produced in swal- lowing liquid. ঢোকোৰাই,। কি. বি. ঢোকোৰ শব্দ ঢোকোৰ কৰে, কৰি; যেনে, ঢোকোৰাই পানীটোপ গিলিলে, making the above sound. ঢেপি, স. শ. লৰাই উমলিবলৈ কাপোৰ মেৰাই সজা এটা গোল বস্তু (তাত আঘাত কৰিলে টপ শব্দ উঠে এতেকে সেই নাম }; তদ্ৰুপ হেতু গুটিৰ ঘূৰণীয়া ভঁৰাল, a ball naile of doth for children to play with , ঢোপ, স, শ, গোৰ্সাই সকলে আশীৰ্বাদ কৰি দিয়া তুলসীৰ বা দমনৰ মালা, a wreatlı of sacred leaves given by the Gosains as a bluessing, ঢেপচুপীয়া, বি. (পাচৰ শব্দ চোৱা) ফোপোলা বস্তুৰ দৰে শব্দ কৰা, বায়ুব দ্বাৰা ওফোন্দা (পেট); যেনে, ঢোপ- টুপীয়া পেট, inflated or puffed out (as the belly). ঢেপৃঢেপ, অমুক, পোেলা বস্তুত ঘনে ঘনে আঘাত কৰাৰ নিচিনা শব্দ, an imitative sound used to express that made by a hollow body struck repeatedly. ঢেপা, বি. ঢোপ বা কাপোৰৰ টোপোলাৰ নিচিনা, অৰ্থাৎ ফুলিব লগীয়া হোৱাত ভিতৰে ফেঁাপোলা হোৱা, ফুলিবলৈ ধৰা; যেনে, ঢেপ কলি, albout to pe, as a tower bud. ঢেপা প, ফুলিবলৈ ধৰ, to be renly to Opk:17, as above. ঢোপাচালি, স. শ. (অং. ঘোপ, আন্ধাৰ+ চালি, চালৰ নিচিনা আচ্ছাদন) মেঘৰ 401 patata, clonliness. ঢেপাবড়, স. শ. বট গছ, এবিধ আঠা পোব, ওলোৱা গছ, the cautelhoue Ficus clastiou (Canble). টোৰোহ, বি. বৰকৈ ওফা, ওলমি পৰা (পেট); যেনে, টোৰোহ। পেট, puffed ont, big (said of the belly). ঢোৰোহা-পেটা, বি. পেটাল, ডাব পেট- যুক্ত, big-bellied. ঢোল, স, শ. (সং. ঢোল, এবিধ বাদ্য-~- দুল, ওলমি থাক্ ) ডিঙ্গিত ওলমাই বজোৱা এবিধ বাদ্য, a truth. টো, স, শ. (সং. কণ্ডোল; বং. ডাল, শস্য থোৱা পাচি} তিনি পূৰা ধান ধৰা পাচি, a basket holding the purns of paddy. . ঢেৰ মাৰু, ঢোলেৰে জোখ, to mattstre with the above. ঢেলোকনি, স. শ. ( হিং. ঢলনা, জুলীয় বস্তু ওই পৰ্ব ) বৰকৈ সঞ্চালিত পাত্ৰৰ মুখে দি জুলীয়া বস্তুৰ পতন; বঙহৰ বা ঢৌৰ কোবত নাৱৰ ভিতৰলৈ পানীৰ প্ৰবেশ, the spilling of liquid cut of a vessel shaken violently, the dashing of waves into a lat. ঢেলেকনি খ, ঢেী বা বতাহ হোৱাত নাৰে পানী খ, to ship water (as a boat).. ঢোলোকা, স. শ, বতাহৰ বা ঢৌৰ কোবত