পৃষ্ঠা:হেমকোষ.pdf/৪৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চাল। ঢঢলীয়া। পৰ) মৰিবলৈ ধৰা প্ৰাণীৰ দৰে কাতি হৈ পৰি মুখেবে উশাহ ল, থৰ উশাহ ল, toratet *, to gasp for Isreath, as an animal about to die. টটলীয়া, বি. (ব. টলটলিয়া, দীপ্তিমন্ত ) জলিপকা, প্ৰকাশ কৰা, মুমুমুৰ; যেনে, 506-11 Torty, burning, glowiny. উঁচু, অনুক, অকস্মাত কোনো বস্তু পৰাৰ farray ***, in imitative sound used to express that of sudden falling. . ট, কৰে, ক্ৰি. বি. অকস্মাত শব্দ কৰি ( পৰাত খাটে); যেনে, মূৰ্হিত হৈ 6াচ, কৰে পৰিল, suddenly, with a lead sound (sail of falling'). ঢাহি-হি, ক্ৰি. বি. ( অং. টোহ, সূতাৰ দৰে টানি দীঘল কৰ) টানি, আজুৰি; যেনে, কাঠডাল চাহি-হি আন, ১y leaving and pulling , টাহি-মুহি, জি.বি. বলেৰে আৰু ছলেৰেযেনে, বলৱন্তে ' দুখীয়াৰ ধন উঁহি-মুহি লয়, by force and tranu, by unfair means. Bক, স. শ. (স. ঢক্কা; ৪. ঢাক, এবিধ ঢোল) এবিধ ডাঙ্গৰ ঢোল, a kind of large cruin. ঢাক, স. বা. {হি. ঢাকনা; বং ঢাকন, আচ্ছাদন ক) আচ্ছাদন ক; লুকা, গুপ্ত কৰ, আঁৰ কৰু, to cover, to bids, টুপলীয়া, বি. {অং. টাটকপাল, দুৰ্ভাগ্য ) দুৰ্কপলীয়া, দুৰ্ভগীয়া, unfortunate. স. শ. Fortunata, an unfortunate man. বি. স. শ. { স্ত্ৰী) ঢাইকপালী। ঢাকপাল, স. শ. (হি. ঢাষ্ঠী, যাতনা+ সং. কপাল, ভাগ) যাতনা দিয়া কপাল, দুৰ্ভাগা, মন্দ দশা, ill luck. ঢপ, স. শ. {বং টিপ, মাটিৰ দম } বাৰীৰ চাৰিও ফালে মাটিৰে কৰা গড়; আটীয়া, an enbankment of earth around premiscx, a bank or ridge of earth. ঢপ, স. শ. (হি. টাপন, ঢাক) নাৱৰ ঢাকনী, নাৱৰ ডাঠ আৰু শকত চাল, the roof of a boat. সমা-ছৈ, ঢাপৰ, ছৈ পাতল, ঢাপৰ ডাঠ, তাৰ ওপৰত মানুহ উঠে। ঢাপলি, স. শ. (অং. ঢপলিয়া, লৰ মাৰ? ভেঁকুৰ, জন্তুৰ লৰ, tic ruliniur of at animal. ঢাপলি মেল, বৰ বেগেৰে লৰ মাৰু (জত rumu speclily, as an animal . ঢাপলি, স. শ. (হিং. টপনা, ঢাক) ঢাপলিক, আঁৰ দিবৰ নিমিত্তে কৰা পৰলি, (34*, a covering or screen of coarso grass. চাপলিক, স. শ. (অং. ঢপি, মাটিৰ গড়} চাপৰ পৰ্বত, a low hill, a hillkock, ঢাৰি, স. শ. (অং. ঢ, কাঠীৰ আসন। চটাই ঢৰা, বাহৰ কাঠাৰ আসন, ৫ barnbon mat. চাৰি-পাটী, স, শ, শয্যা, যাৰ ওপৰত শোৱা যায়, (সামান্য মানুহে এখান ঢাৰিৰ ওপৰত এটা পাটী পাৰি তাতে শোৱে, এতেকে সেই নাম ), a bed. ঢাল, স. শ. (সং, ঢাল, ৰুঢ় শব্দ; হিং, বং. ঢাল, বান্ধ) বা, ৰণুৱাই গা-ঢাকা এন, a shield. . ঢাল, স. ধা (হি. ঢলনা; ব. ঢাল, বাকৃ) বাকৃ, লালীকৈ তললৈ নিক্ষেপ কৰ; যেনে, পানী ঢালিছে, to our out. খাটে ), to to screen. ঢাক্ খা, আচ্ছাদিত হ, আৰ হ; যেনে, জোনটে। মেঘেৰে ঢক খাইছে, to be covered . ঢাকন, কুদ, স. ঢাকা কাৰ্য, আচ্ছাদন, tlxg act of covering , ঢাক, স. শ. সঁফ, আচ্ছাদন, ঢাকনী, দ্বাৰা ঢাকা যায় সি, a cover; a lid. ঢাকৃছাল, স. শ. (অং ঢাকৃ+ ছাল, চৰ্ম; সি মঙ্গই ঢাকি থাকে এতেকে) মাখিছালৰ তলৰ ছাল; গাৰ কোনো ভাগ ঢাকি থকা নিচেই পাহল ছাল, the euticle or skin, a membranc.