পৃষ্ঠা:হেমকোষ.pdf/৪৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঢকী-লোটা। ৪১২ টকুচিয়া ঢাকৃঢ়কী-লোেটা,। স. শ? (ঢকৃত, ঐ) এবিধ কৰ উপবাস, পানী এটোপাকে নোখোৰা ঢগটগী-লোটা, সৰু ডিঙ্গীয়া লোটা, a gta, a rigid fast, abstinence kind of narrow-necked water vessel. from both food and drink. চঙ্গা, বি. বুৰ ৰসাল হোৱাৰ নিমিত্তে সোৱাদ ঢৰীয়া, স. শ. { অং. ঢৰ, কাঠীৰ আসন নখকা, সেসেবীয়া, ( ফল আদি নিসি- ঢাৰিৰ নিচিনা অৰ্থাৎ মিহি নোহোৱা, জোৱাকৈ খোৱা বস্তুত খাটে); যেনে, (কাপোৰ বা সূতাত খাটে); যেনে, Gopy pfanya, tasteless owing to 64784 PO, as a thread or cloth. being too juicy. চল, স. শ. ( বং, দল, সমূহ) জাক, সমূহ। ঢঢ়ৈয়া, বি. গোটেই মুকলি, কোনো আঁৰ যেনে, এঢল মহ, a flock, a multitantle. বেৰ নথকা; যেনে, বাৰীখান ঢঢ়ৈয়া লি, অ, ধা. { হিং. ঢলনা, বাগৰ খা) কাতি মুকলি বা ঢছৈয়া হৈছে; শূণ্ঠ, এতেকে হ, বাগৰ, হলি য; যেনে, গছ জাপ মন্দ কপালত খাটে); যেনে, ঢডৈয়া চলিছে, ঘৰটো ঢলি পৰিল, to leat, to কপাল, juite tenclosed, vide incline. open, ill or unpropitious, as fortune. চলপল, স. শ. হি. ঢলমলনা, সঞ্চালন ঢপলা, স. শ. ( হিং. ঢপৃঢ়পানা, আঘাত টলভেট, এতি ওখ হৈ এতি চাপৰ কৰণ--টপটপ, আঘাতৰ শব্দ } তিৰোতাই হোৱা অৱস্থ; যেনে, নাওখানে ঢল দন্দ কৰোতে দুয়ো হাত মেলি আপোনাৰ পল? কৰিছে; দুৰ্বলতাৰ কাৰণে পোন কঙ্গনওঁ মৰা চাপৰ, blow with the হৈ থাকিব নোৰ যেন বোধ; যেনে, open lands struck by a woman on গাটোৱে ঢলংপল কৰিছে, rolling on her own thighs while wrangling rocking, (as of a boat); a sense of with another. inability to stand erect owing to ঢপলা পিটু বা ঢপল মাৰ, দন্দত আপোনাৰ weakness. কষনত চাপৰ মাৰ, to strike the ঢলা, স. বা. { অং. ডল, কাতি হ) কাতি thighs with open hands at a কৰি পেলা; গুৰি কাটি মাটিত পেলা; quarrel. যেনে, গছজোপা টলালে, f cause to উপলিয়া, অ, ধা. চপলা পিটু, দন্দত আপো- fall down; to fell. 77. 7. Entde1, নাৰ কৰঙ্গন চপৰিয়া, vide 87jira. (স্ত্ৰী} ঢলাতী। পলিয়া, অ, ধ. (হিং. টপনা, আঁপ মাৰ } চলা, স. ধা. { অং. ঢাল, সাচত গলি গঢ় ) জঁপিয়াই লৰি ফুৰ, চাপলি মেল, to run গলোৱা ধাতু সঁচত ঢালাই নিৰ্মাণ কৰা, or canter, as an animal. to cause to be cast or fonndou. চৰা, স. শ. ঢাৰি, বাঁহৰ কাঠীৰে কৰা আসন, চলিয়া, অ. বা. (অং. ঢাল, দিশ) হনা ল, a nat. বৈ থকা ফালৰ পৰা আন এফাললৈ চৰাইৰাই পৰ, বৰ দুখ বা ভাগৰ পাই ববলৈ বা চলিবলৈ ধৰ; যেনে, দিখৌৱে বিশ্ৰমৰ নিমিত্তে কাতি হৈ পৰ; যেনে, পূবলৈ ঢলিয়াইছে, to tend or ineline কোৰ মাৰি আহি ৰাইমৰাই পৰিছে, to a particular direction, as a river. to lie down with fatigue or exlags- লুৱা, বি. { অং. ঢাল, আঁচ বাকি পাত্ৰ tion. ক) সচিত টালি গঢ়া, (পাত্ৰ); যেনে, ঢোখা, স. শ. তেল, লোণ, একে নিদিয়াকৈ ঢলুৱা বাটি; ঢালি পাত্ৰ গঢ়োতা; যেনে, শুদা খাৰ দি ৰন্ধা আঞ্জা, foxd seasoned Gallery $pta, founded, cast; founding, with alkali only. casting চৰা-লঘঘ, স. শ. একোকে নোখাৱাকৈ ঢলকুচিয়া, অ. . (হিং- ঢলকনা, বাগৰি