পৃষ্ঠা:হেমকোষ.pdf/৩৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জলক লাগা। অলক লাগ, বৰ উজ্জ্বল দীপ্তিৰ দ্বাৰা চকুৰ দৃষ্টি ৰুগ্ধ হ; যেনে, সূৰ্য্যলৈ চালে চকুত ETT Titt, to be dazzled. জলকা, বি. (সং. জল, আচ্ছাদন কৰ) মেঘৰ দ্বাৰা টকা, নথকা; যেনে, অলকা বতৰ বা দিন; বিমৰ্য, মন-মৰা, আনন্দ আৰু উৎসাহ নথক; যেনে, দুখত পৰি জলকা হৈছে, overeast with clouds, sail, melancholy. জুলকা লাথ, মেঘৰ দ্বাৰা ঢাকা হ, ডাৱৰৰ নিমিঞ্চে সূৰ্য মোলোৱাত এন্ধাৰ হ; দুখ বা অসন্তোষৰ দ্বাৰা বিমন হ, 1 fre overcast with clouds, to be cheer less or kall. জলকীয়া, স. শ. (অং. জাল, পোৰণি) মৰিচ, এবিধ জলাঙটি, a chilli. জলকেলি, স. শ. (সং, জল, পানী+ জলক্ৰীড়া, কেলি, ক্ৰীড়া, ধেমালি) পানীত নামি কৰা ধেমালি; যেনে, সাতোৰা, বুৰ মৰা, পানী ছুটিওৱা ইত্যাদি, sporting in water. জলঙ্গনি, স. শ. (অং. জল, পোৰ। বাৰত থকা সৰু বিন্ধাই দি ভিতৰলৈ সোমোৱা পোহৰ, light (trning iii through a chink in a wall. শঙ্গা, স. শ, (তা. জল, ঐ ) বাবৰ বিন্ধা, a clink or hole in a wall. f. la দৰে নিৰ্ম্মল, জলজলীয়া, transparent, clear. (Raro). জলচৰ, বি. (সংজল, পানী + চৰ, জলচাৰী, গতি ক) পানীত থকা; পানীত চলি ফুৰিব পৰা, living in or frequenting water. জুলজু, বি. (সং. জল, ঐ + অ, ওপজ) পানীত উৎপন্ন হোৱা, পানীত জন্মা, produced or born in water. স, শ. (সং. জল, ঐ+ জন্তু, স্কুলজীৱ, জীৱ, প্ৰাণী) পানীত থকা প্ৰাণী; যেনে, মাছ কাছ আদি, an aquatic animal. জলদ, স. শ. (সং, জল, ঐ+দা, দি মেঘ, জল-ৱিষুৱ-সংক্ৰান্তি। a cloud. বি. পানী দিয়া, giving water. জলধ, স. শ. (সং. জল, ঐ+ধ, ধাৰণ ক) মেঘ; সাগৰ, a cloud, the ocean. জুলধমালা, স, শ, (সং. জলধৰ, ঐ+মালা, শ্ৰেণী) মেঘৰ সমুহ, একে ঠাইতে গোট cantat 78, a mass of clouds. জলধা, বি. একো কৰিব নজনা, মূৰ্খ, অপাত্ৰ, quite incompetent. জলধি, স. শ. (সং, জল, পানী+ ধা, ধাৰণ ক) সাগৰ, 1he oceani. জলনি, স. শ. (অ. জল, পোব পোৰণি, a burning sensation. জলনিধি, স. শ. (সং. জল, পানী + নিধি, উড়াল ) সাগৰ, সমুদ্ৰ, tis beeau জলন্ধৰ, স. শ. (সং, জলোদ, শোব-ৰোগ ) শোব-ৰোগ, শোথ, lly. জলন্ধৰীয়া, বি. (সৎ, জলন্ধ, ঐ। শোব- ৰুগীয়া, শুবীয়া, (liopstak, জলপতি, স, শ. (সং. জল, পানী+পতি, গৰাকী) বৰুণ দেৱতা, সাগৰ, tle sy of water, the Hindu Neptune; the ocean. জলপাত্ৰ, স. শ. (সং. জল, পানী + পাত্ৰ, সাজ } পানী খোৱা সাজ; লোটা, কলহ outfh, a walur vessel. জল-পিণ্ড, “পিও-জল” চোৱা। জলপ্ৰপাত, স. শ. সং. জল, পানী+ প্ৰপাত, পৰ) পৰ্বতৰ পৰা বেগেৰে পৰা optat, a water-fall. জলপ্ৰায়, বি. (সং. জল, পানী+প্ৰায়, জুলা} পানীৰ নিচিনা, চেঁচ; খং নথকা, watery, cool, not of an angry dis- position. জলপ্লাবন, স. শ. (সং. জল, পানী+প্লাবন, পানীৰে টকা) বানপানী, ধল, an un- undation, a deluge. জলপ্লাবিত, বি. পানীৰে ঢকা, পানীৰে ভল forcali, flooded with water. জল-ৱিষুৰ-সংক্ৰান্তি বিষুব-), স. শ. (সং- জল, পানী+ৱিষুৱ, ৰাতি দিন সমান