পৃষ্ঠা:হেমকোষ.pdf/৩৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰি লগ লগোৱাত জীবন পালে বুলি পুৰাণত fatery pcs, a velebrated king of Magadlia. . অঁৰি, স. শ. {সং. জুটি, এবিধ গছ) আঁহতৰ নিচিনা এবিধ গছ, a species of fig- tree. জৰী, স, শ. ( বং, দড়ী, হিং. জেৱৰী, ডেল; সৎ- জৰী, গুণা) ভোল, গুণ, বটিয়া, a. string, a core. জৰীমনা, স. শ. ( যাৎ. জুব্বানা, অৰ্থদণ্ড) জগৰৰ বাবে উঁৰি লোৱা ধন, অৰ্থদণ্ড, a fine. জৰীয়া, বি. জৰে ধৰা, জৰ দ্বাৰা পীড়িত, suffering from fever. 7.99 ধৰা মুনিহ বা ভিবোতা, one suffering from fever. কৰা, বি. ( অং. জাৰ, চেঁচা গুণ ) জাৰ- কালি উৎপন্ন; যেনে, জৰুৱা মুগাজাৰত ব্যৱহাৰ কৰা; যেনে, জৰুৱা কাপোৰ, Jirodne or used in winter. জব্দৰী, বি. {যাং. অৰ, আৱশ্যক। বৰ আৱশ্যকীয়, বিলম্ব কৰিব নোৱৰা, urgent. জবোৰৱা, বি. {সং. জৰ্জ, ফুটা) অনেক ফুটা থকা; যেনে, চালখান জৰৌৰৱ। হৈছে; যেনে, লোটাটো জৰৌৰৱা, full of holes. অনুক, শুকান সৰু সৰু গুটিৰ জৰ্জ, নিচিন অধিক বস্তু পৰোতে হোৱাৰ নিচিনা শব্দ, an imitative sound used to express that of a large quantity of small things falling down; শৰ্জৰিতু, কু, বি. (সং. জৰ্জ, ঈড়া কৰ) বেদনাৰ দ্বাৰা কাৰ, বিষেৰে পূৰ্ণ; যেনে, গাটো জৰ্জৰিত হৈছে, hurt, pained. জঙৰীয়া,। বি. শুকাই কাৰে গাত কেও জৰ্জৰীয়া, নলগা হোৱা, অৰ্থাৎ পৰিলে জজৰ শব্দ কৰিব পৰা হোৱা (গুড়ি বা সৰু সৰু বস্তুত খাটে ), নিৰ্লো, কোনো দাইৰ পৰা মুক্ত হোৱা; যেনে, ধাৰ শুজি জলব জৰ্জীয়া হলো, dry and separate, free froin responsibility or liability. জজ কৰে, ক্ৰি. বি. জবজৰ শব্দ কৰি, জৰ্জ-কৰে, লালী নিছিগাকৈ; যেনে, চাউলবোৰ জৰ্জৰ কৰে পৰিল, বগধীবোৰ জৰ্জৰ কৰে সৰিল; ধাৰাৰে, টোপা- টোপে; যেনে, চকুৰ পানী জৰ্জৰ কৰে afact, in rapid succession, in a great quantity, in a stream, in continual drops. জৰ্জ মৰ্ম্ম, বি. (সং. জৰ্জ, পড়া পোৱা +মৰ্ম্মৰ, অনুক, কোনো দুৰ্ম্ম প্ৰকাশ হোৱাত মনোবেদনা পোৱা; অপমানৰ দ্বাৰা দুঃখিত; যেনে, এই কথা শুনি মানুহটো অৰ্জৰ-মৰ্ম্মৰ হল, [Patines loy Leing insulted, abraskul. জপূৰ, বি. (অং. অৰী, ডোল + পূৰ, পূৰ্ণ। ডোলেৰে টানকৈ আটি বন্ধা; যেনে, অপূৰ্ব গঠি, tight, firin, জপূৰকৈ, ক্ৰি. বি. জৰীৰে টানকৈ আটি, tightly. . জল, স. শ. (সং. জল, আচ্ছাদন ক) পানী, সলিল,সামান্থ জন্তুৰ গৰ্ভত পোৱালী আবৰি পকা আৰু পোৱালী হলে বাজ হোৱা ছাল, water, the after-birth of an inferior animal. জল, 'অ. দা. {সং. জ্বল, পোহৰ হ, জুই লাগ ) পোহৰ হ, দীপ্তি কৰ, জিলিক, পোৰ, জুই লাগ, খ ক; প্ৰখ্যাত হ, to shine, ta glow, to blaze, to be angry, to be renownedl. জল, স, শ, (সং. জ্বল, দীপ্তি ক) চকু মকনি, ৰশ্মি, কান্তুি, a brilliant light, lustre. জলব, বি. (অ. জলকা, এন্ধাৰ+তবক, অনু.) ভালকৈ মনিব নোৱৰ, ধোৱ। কে দেখা, চকুত খাটে), dim, seeing indistinctly. স. শ. ধোৱা-কুঁই দৃষ্টি, অস্পষ্ট দৃষ্টি; যেনে, বুঢ়া মানুহে জলক- তবক দেখে, বুঢ়া মানুহৰ চকুৱে জলক-

      • #67, dimncss, indistinct visioni.