পৃষ্ঠা:হেমকোষ.pdf/৩৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চামােন faca, to strike with a boe, to suddenly stretch the land to catch, to give a sudden jerk to the body in rising, to throw a pala, &c. চা দি ধৰ, চাব মাৰি ধৰ, to catch by suddenly stretching out a hand. চা, স. শ, { অং. চপ, মাটিৰ দলি ) নাঙ্গলৰ মুখত লগা মাটি আৰু বৰ, earth and grass which gets stuck to the plough in tilling land. চাব কাট, নাঙ্গলৰ মুখত লগা মাটি আৰু 17 y, to remove carth and grass adhering to a plough. চাকটা, স. শ. { অ• চা, গধুৰ বস্তু দাঙ্গি কৰা নিক্ষেপ) ঘোড়াই বেগাই জঁপিয়াই কৰা গতি, a gallop. চাবতিয়াল, বি. (অং. চা, ধৰিবৰ নিমিত্তে মৰা পিপ) হাতেৰে চাব মাৰিয়েই কোনো কাম কৰিব পৰা, এতেকে নিপুণ, সুপটু, বেগাই কাম কৰিব পৰা, dexteous, capable of doing quickly and well. চান, স, শ, (ফেঞ্চ, ছেবন) তেল চাবােন, আৰু ছাই-খাৰেৰে কৰা গা আৰু কাপােৰ ধোৱা ব্যৱহৃত এবিধ বস্তু, soap, চাবুক, স. শ. (যাং.) ছালেৰে গোঁঠা এবিধ চেকনি, তাৰ দ্বাৰা ঘোড়া খেদোৱা যায় আৰু মানুহক দণ্ডও কৰা যায়, a whi], scourge. চাবুক ধৰা, স. শ. চাবুকৰ দ্বাৰা অপৰাধীক দণ্ড কৰে; অসম ৰজাৰ দিনত এই কামৰ নিমিত্তে বেলেগ এক শ্ৰেণী মানুহ আছিল, সিহঁতৰ ওপৰঞ্চি জনক চাবুক ধৰা বৰা বােলা গৈছিল, one whose duty is to inflict punishment by whipping. চাবুৰি, স, শ, একে বাৰেই পৰা বিৰ গালি ; যেনে, গালি এচাবুৰি, volley of abusive words. চাম, স. শ. এবিধ সুকাঠী গছ, সি অনেক কামত লাগে, তাৰ ফল ঘূৰণীয়া সৰু কঁঠালৰ নিচিনা, ৰ নাম চাম-কঁঠাল, a large timber tree, Artocarpus chap- lusha (Gamble). চা, স. *, (সং. চৰ্ম্ম, ছাল ) একেবাৰেই উৎপন্ন হােৱা খন্থৰ সমূহ; যেনে, এচাম খহু শুকাই আৰু এচাম হৈছে; এতেকে একেবাৰেই হােৱা সৰু সৰু ফল বা ফুলৰ সমূহ ; যেনে, এচাম বগৰী পকিল, a sudden crop of boils or iteli erup- tion, a crop of fruit or flowers. চামনি, স, শ, চাম গছৰ হাবি, a forest of Sam trees. . চামনি, স, শ, {সং. চৰ্ম্ম, ছাল ঘৰ ওপৰত বন্ধ যােৱা ছাল বা চোকো; জুলীয়া বস্তুৰ ওপৰলৈ বৰ ধন হৈ উঠা মল বা Estonia, a seale; thick scum that rises to the surface of liquids. চামনি মা, চামনি বা, জুলীয় বস্তুৰ ওপৰত গােট খাই ছালৰ নিচিনা হ; যেনে, গাখীৰত সৰে চামনি মাৰিছে ; ছালৰ ওপৰত ঘন হৈ ওল; যেনে, গাত ঘামচিয়ে চামনি মাৰিছে, to rise to the surface, as seum, &c., to break out on the body as an eruption. চামৰ, স. শ. (সং. চমৰ, চুৰী-পহুচোৱৰ, দেৱতাৰ বা ৰজাৰ গাৰ মাখি-খেদোৱা, চুৱৰী পন্থৰ নেজৰ মুঠ, a whisk made of the tail of the yak. চামুচ, স. শ. (সৎ, চমস, সৰু হা-চস্, ভক্ষণ কৰ আহাৰ তুলি মুখত দিয়া সৰু হাত, চন, a spoon চামুণ্ডা, স. শ. (সং. চণ্ড, মুণ্ড) চণ্ড আৰু মুণ্ড দুটা অসুৰক বধিবৰ নিমিত্তে দুৰ্গাৰ কপালৰ পৰা ওলােৱা এজন দেৱী, a form of Durga , চামে-চামে, ক্রি. বি. এচামৰ পাচত আন চাম হৈ, batch after bately. চামােন, স. শ. চাম-গছত থকা এটা ভূত, সি যাক পায়, যি কথা নকয় ; এতেকে, নিবােকা মানুহ, (নিন্দা }, the name of an evil spirit, a taciturn person (ironically).