পৃষ্ঠা:হেমকোষ.pdf/৩৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চাপ, চা মা, a ছিৰােতা; যেনে, আহিল চাপর্নী গল আপুনি, woman who is kept without being formally married ; or one who goes and lives of her own accord with a man as his wife without being married to lim. fa. বিয়া নকৰা মানুহৰ ঘৰত তাৰ ভাৰ্য্যা হৈ থকা ; যেনে, চাপনী ভিৰােতা, living with a man unmarried. চাপ, স. শ. (সং. চপেট বা চপট; বং চাপড়, আঙ্গুলি মেলা হাত) আঙ্গুলি মেলা হাতৰ তলুৱাৰে কৰা আঘাত, a blogy with the open hand, a slap. চাপৰ মাৰ, আঙ্গুলি মেলা হাতেৰে আঘাত

  • , to slap.

চাপ, বি, চুটি, ওখ নােহাৱা, low, not: lhigh. স. শ, ওখ নােহােৱা ঠাই, চাপৰ ঠাই ; যেনে, বগৰীবােৰ চাপবত আছে, a low place or position. চাপৰ, অ, ধা. গা কেচাই বা মূৰ পেঁৱাই চুটি হ ; যেনে, মই চাপৰে; বেয়া কাম কৰি লােকৰ আগত অমান্য হ; যেনে, এই কাম কৰাতে তেওঁ অনেক চাপৰিল, to lower one's self by lending the body, to be lowered in the estima- tion of others. চাপৰা, স. বা. চাপৰ কৰ, তললৈ নমা, ta, to lower, to cause to be low. চাপৰি, স. শ. (অং. চাপৰ, মেলা হাতৰ আঘাত) এখান মেলা হাতেৰে সিখান মেলা হাতত আঘাত কৰি কৰা শব্দ, a clar, a noise made by striking the hands together. চাপৰি বজা, চাপৰি মাৰ, এখান মেলা হাতেৰে সিখান মেলা হাতত আঘাত কৰ, to clap. চাপৰি, স. শ. (অং. চপৰা মাটিৰ ভাঙ্গৰ দলি) নৈয়ে বােকা আৰু বালি পেলাই কৰা মাটি, নৈৰ ওচৰৰ দ ঠাইত মাটি গােট খাই হােৱা স্থল ; এৰীয়া সূতাৰ চপৰা, an island or bank formed by a river, raw eri silk kept in a lump for twisting. চাপৰিয়াল, স, শ, (অং. চাপৰি, নৈয়ে ওখ কৰা মাটি চাপৰিত থকা মানুহ, one living in a ekaba)*8. বি. চাপৰিত F1, living in the above. চাপৰাওঁতা, কৃদ. সচাপৰােৱা মতা, a mari who lowers. (স্ত্রী) চাপৰাৰ্তী। চাপৰোতা, কদ, স. চাপৰ মতা, a man who lovers himself. (স্ত্রী) চাপৰতী। চাব, স. শ. (সং. চপ, গতি কৰ, লৰচৰ ক) কোৰ আদি কোনাে গধুৰ বস্তু ঘনে ঘনে দাঙ্গি কৰা সূনেক আঘাত বা খুন্দাৰ প্রত্যেকটো; যেনে, কোৰৰ চা, ঠাৰ চাবু, টেকীৰ চাক্‌; দা, কটাৰী, কুঠাৰ আৰু টাঙ্গোন আদিৰ কোবক “চাবু” নােবােলে ; পানীত পল আদি মাছ ধৰা যতনৰ নিক্ষেপ ; যেনে, জাইৰ চাক্‌; কোনাে বস্তু ধৰিবৰ নিমিত্তে হাতেৰে মৰা পাপ; যেনে, চাবতে পাঁচ টকা নিলে; বেগাই উঠোতে গা দাঙ্গিবৰ নিমিতে ওপৰলৈ মৰা চিপ ; যেনে, চাব মাৰি উঠিল, a stroke thinmr given by quickly raising anything heavy, such as a boe, the throwing of a pala or other similar fishing implement, a sudden seizing with the hand, a jerk of the body when rising sudlenly. এবাৰ কোৰ মৰাত যিমান মাটি উঠে ; এই ভাৱত সদায় তাৰ আগত এটা সংখ্যা শব্দ থাকে আৰু সি বিশেষণ হয়; যেনে, QAYT it, as much carth as is dug at one stroke of a hoe, in this sense it is always prevoeded by a numeral. চা মাৰু, কোৰ, বঠা আদিৰে প্ৰহাৰ কৰ ; যেনে, কোৰেৰে চাৰ মাৰি খানিলে ; হাতেৰে থাপ মাৰ; যেনে, চাৰ মাৰি চুলিত ধৰিলে; উঠোতে বেগাই চিপ মাৰ চাৰ মাৰি উঠিল ; পল আদি নিক্ষেপ কৰ; পলৰে চাৰ মাৰি মাছ