পৃষ্ঠা:হেমকোষ.pdf/৩১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘৰ্ষ ঘাগৰি-গতীয়া শালিক, এবিধ চৰাই। ঘৰৰ ছালত বাহ- লোৱা এবিধ চৰাই, a kind of bird. “শালিকা ” চোৰা। ঘৰ্ষণ, কুদ. স. ( স’, ঘৰ্ষণ, ঘঁহনস্বষ, ঘহ্) ঘঁহন, মাজন, পিঁহন, friction, the of rubbing . ঘষিত, কৃদ. বি. (স.) ঘঁহ, মাৰ্জিতু, rubbed, ground. ঘলা, স. দা. { অং. খাল, গালি পাৰ) গালি পৰা, গালি খুল; যেনে, অমুকে আনেৰে দন্দ কৰি তাৰ বাপেক মাকক ঘলাইছে, tu cause to be abused. ঘা, স, শ, (সং. ঘাত, প্ৰহাৰ ) আঘাৰ চিন; ক্ষ, খহু আদিৰ দ্বাৰা ছাল মঙ্গহৰ y, a woumi, id sore. ঘা মাৰ, কটা আস্ত্ৰৰে প্ৰহাৰ কৰ, কোব-মা, to slasir, ঘ লগা, ক্ষত কৰ, to tauct. 51715, 3, le be callisell, as a wounl. ঘাই, স. শ. (সং. ঘাতি, চৰাই ধৰণ) বনৰীয়া চৰাই ফন্দিত পেলাবলৈ শিকোৱা চৰাই, a decoy-birl. ঘাই, স. শ. { অং. ঘাই, প্ৰধান) পাচি খৰাহি আদিৰ মাজৰ ডাঙ্গৰ আৰু প্ৰধান কাঠী; লৰি গৈ আনকৈ আগেয়ে যি ঠাই পালে ৰা যি বস্তু ছুলে জিকা যায়, the central aud principal twigs of a lasket, a winning post, a goal. থাই, বি. প্ৰধান, মুখ্য, মুল; যেনে, ঘাই মানুহ, ঘাই বস্তু, chief, principal, primary. ঘাই পাই, শিকোৱা চৰাইৰ দ্বাৰা বনৰীয়া চৰাই ফান্দত পেলা; যেনে, অনুকে উঁৰি- কৰ ঘাই পাতে, to attract wild birts into sare by neans of a decoy-lirl. ঘাইকৈ, ক্ৰি. বি. (অৎ, } প্ৰধানৰূপে, TUTAC, chiefly, priucijally, espe- cially ঘাই-পতীয়া, স. শ, ঘাই পাতি চৰাই-ধৰো, a man who clecoys and catches birds. ঘাই-মূৰীয়া, বি. (অং. ঘাই, প্ৰধান + মূৰ, শিৰ; যাৰ মূৰ প্ৰধান প্ৰধান, আনৰ ওপৰৰ; যেনে, গাৱৰ ঘাই-মূৰীয়া মানুহ, principal, chicl. 77. *. tata a. মূৰ, আন চলাওঁ, a lailer, ঘাইল, বি. (সং, ঘাতি, অস্ত্ৰৰ প্ৰহাৰ; হি, ঘায়ুল, ঘা-লগা} ঘা পোৱা, অস্ত্ৰৰ আধা- ভৰ দ্বাৰা ছাল মঙ্গই ছিগা; যেনে, এই ৰণত শক্ৰৰ সেনা ঘাইল হল, wicket, ঘাট, স, ধা: {বং, ঘাটন, আলোড়ন) মাৰি আদিৰে বৰকৈ লব, মথ; সিজোৱা বস্তু ঘটিলে ভাগি মৃদু হয়, to stir or agitate, to Jurii, 77, . ঘাষ্টোতা, (স্ত্ৰী) ঘাটোতী। ঘাটন, কদ, স. ঘটা কাৰ্য, মাৰি আদিবে

      • at, the act of stirring or

churning . ঘাত, স, শ, (স. ঘাত, আঘাত) একে বাৰেই বজোৱা তাল-খোল আদিৰ শব্দ, a simultaneous striking up v£ musical instruments. ঘাঁহ, স. শ. (স, ঘাস, কোমল তৃণ) কোমল বন, জন্তুৱে খোৱা বন অদি, grass, foller. ঘাঁহ ধৰ, পিবলৈ এৰি ঘহ খাবলৈ আৰম্ভ

  • , to be weaned and begin to

live upon grass, as a young animal. ঘাঁহনি, স. শ. বহুত ঘাঁহ-থকা ঠাই, a place full of glass. ঘহী, স, শ, জন্তুক ঘাঁহ ৰোগীতা,; grass cutter, ঘাঁহকটীয়, স. শ. ( অং. ঘঁহু, ঐ+কটীয়া, কাটো) ঘাহী, ঘাহ কাটোতা, bgrass cutter. . ঘাগৰু, স. শ. (সং. ঘৰ্ঘৰ, সৰু জুমুকাৰ ঘাঘ, ১ শ্ৰেণীজৰীৰে পঁখি লৰাক বা তিৰোতক পিন্ধোৱা সৰু জুনুকাৰ মালা, a girdle of small bells. ঘাগৰি-গতীয়া, বি. (অং. ঘাগৰ, সৰু দুঃ-