পৃষ্ঠা:হেমকোষ.pdf/৩১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘৰোৱাহ ২৮৪ ঘৰ-শালিকা a house, in one's own family and in the family of others. ঘৰোৱাহ, স. শ. (অং. ঘ, + বাস, থকা ) একে লগে থকা সমুদায় পৰিয়াল, সপুত্ৰ বান্ধৱ; যেনে, ঘৰোৱাহেই মৰিল, a whole family. ঘৰৰৱাহী, বি. গৃহাশমী, গৃহস্থী; যেনে, ঘৰৱাহী মানুহ, গৃহশ্ৰম সম্বন্ধীয়; যেনে, ঘৰোৱাহী কাম, living in a family state, appertaining to a family, household, lunestie. ঘগিৰী, স. শ. { অং, ঘৰ, ঐ + গিৰী, গৰাকী) ডাঙ্গৰ মানুহৰ ঘৰৰ সকলো কাম চলাবৰ ভাৰ পোৱা ঘাই ভৃত্য, the lead servant in a high family, who mapages all household affairs, a ktowart. ঘ-গোনা, বি. সদায় ঘৰত থকা, স্থানান্তৰলৈ CITYTI, untravelled. ঘৰঘৰ, অনুক, ঘূৰা চক্ৰৰ নিচিনা শব্দ, $14, 1 au imitative sound usul to express that of wheels in motion. ঘৰঘৰণি, স. শ. ঘূৰা চক্ৰৰ শব্দ; যেনে, ঘৰ্ঘণি, গাড়ীৰ ঘৰঘৰণি শুনা যায়, a rumliling or creaking sound, as of wheels in motion. ঘধৰা,। অ... মূৰ চকৰ দৰে শব্দ ক, Tati. I to rumble or creak as wheels in motion, স, শ, “ঘৰণি” চোল। ঘৰি, ধ-চৰাই,। স. শ. (অং. ঘ, গৃহ। ঘ-চিৰিকা, চৰাই, পক্ষী মানুহৰ ঘৰত বাহ-লোৱা এবিধ সৰু চৰাই, the house sparrow. ঘৰুজোৱাই, স. শ. {অং. ঘৰ, গৃহ বা পৰিয়াল + জোৱাই, জীৰ স্বাৰ্মী} আপোনাৰ বাপেক-মাকৰ ঘৰ এৰি শহুৰেকৰ ঘৰত বাস কৰা মানুহ, a man who resides in the house of his father-in-law as a member of his family, ঘৰ-নিৰন্তৰে, ক্ৰি. বি. (অ. ঘৰ, গৃহ বা পৰিয়াল+নিৰন্তৰে, অবিচ্ছেদে } ঘৰে- পতি, ঘৰে ঘৰে, প্ৰতি ঘৰত; যেনে, ঘৰনিৰন্তৰে মৰিয়া, in every house or family: ঘৰফলীয়া, স. শ. অসম ৰজাৰ ঘৰ সজা এখেল মানুহ; এতেকে ঘৰ সাজি জীবিকা কৰোঁ; ইটা বা শিলেৰে ঘৰ আদি Tocol, one of a class of men who constructed houses for the Assam Rajas, hence a house build- Cl, a mason. ঘৰ-ভা, বি. (৩. ঘৰ, পৰিয়াল + ভঙ্গ, বিচ্ছেদ কৰ) ভাৰ্য্য স্বামীৰ মাজত দল লগাই বিচ্ছেদ কৰা, laking the টু peart of a family by kausing the hushanel and his wife to quarrul with eact that. স. শ. ভাৰ্য্য স্বামী মাজত দল লগাই ঘৰৰ শান্তি নাশ Pirel, one who breaks the peace of a family causing the lus- band and lis wife to quarrel with eali other. (স্ত্ৰী) বি. স. শ. ঘৰ-ভাঙ্গী। ঘ-বাস স, শ, { স. গৃহস, ঘৰত নিবাস; গৃহ, ঘৰ + স্, থাকু) গৃহ-বাস, পুত্ৰ ভাষাৰে সৈতে ঘৰত থকা কাৰ্য, পৰি- যালৰ সৈতে নিবাস, limesticity, home life. ঘৰ্ম্ম, স. শ. (সং. ঘৰ্ম, ঘাম—ঘু, শান্তি কৰ) ঘাম, তাপৰ নিমিত্তে গাৰ পৰা ওলোৱ। 479; Uys, sweat, perspiration, heat. ঘৰ্ম্মাক্ত, বি. (সং. ঘৰ্মাক্ত, দামেৰে ব্যাপ্ত ঘৰ্ম্ম, ঘাম+অক্ত, ঘহ } ঘামেৰে তিতা, wet with perspiration. ঘৰমুৰি, ক্ৰি. বি. {সং. ঘ, গৃহ+ মুৰ, শিৰ) প্ৰতি-ঘৰৰ পৰা; যেনে, তোমালোকে ঘব-মুৰি পাচ টকা দিয়া; প্ৰতি ঘৰলৈ j যেনে, তোমালোকক ঘবমুৰি এটা দিম, by each house or family to each house or family. -শালিকা, স. শ. ( ইং, ঘৰ, গৃহ +