পৃষ্ঠা:হেমকোষ.pdf/৩০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গ্ৰন্থ। ২৭৯ গ্ৰামযাজক। > গ্ৰস্থ, স. শ. (স”. গ্ৰন্থ, পুথি-গ্ৰথ, ৰচনা কৰ) পুথি, a book. গ্ৰন্থকা, স. শ. (সং. গ্ৰন্থকা, পুথিলেখক গ্ৰন্থ, পুথি-+ক, কৰোতা) পুথি-ৰচনা Prayey, 167, an author, a bookmaker. গ্ৰন্থি, স. শ. ( স. গ্ৰন্থি, গঠি—গ্ৰথ, গাঁথ) $1$, a kuu1, a joint. গ্ৰ, স. শ. (সং, গ, পা, গিল, } , ভক্ষণ কব, গিল; যেনে, তক কালে সিলে, to (levour. গ্ৰস্ত, বি. (সং. গ্ৰস্ত, গাস কৰা—এ, ) খোৱ, গিল; যেনে, বাহুগ্ৰস্ত চন্দ্ৰ। এতেকে কষ্ট বা অনিষ্ট ঘটনত পৰা। যেনে, অদূগ্ৰস্ত, ক্ষতিগ্ৰস্তু, ৰোগ গ্ৰস্ত, swallowal, celiped, involved in muisfortune. গ্ৰস্তাস্ত, বি. (সং. গ্ৰস্তাস্ত, গ্ৰহণতে অন্ত হেৰ-গ্ৰস্ত, গিল + অশু, মাৰ যোবা। গ্ৰহণ লগি থাকোতেই মাৰ যোৱা বা অস্ত হোক; যেনে, সূৰ্য্য গ্ৰন্থ হল, yone on the horizon। while celijsexi, :us the sun. গ্ৰহ, ম. শ. (সং. এহ, ল) আকাশত থকা দূৰণীৰ দীপ্তিমন্ত বস্তু। হিন্দু জ্যোতিষ তানুসাৰে গ্ৰহ ন-টা; যেনে, সূৰ্য, চন্দ্ৰ, মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰাহু আৰু কেতু, হিন্দু শাস্ত্ৰে এইবিলাকক একোজন মানুহৰ ভাল বেয়া কৰিব। পৰা দেৱতা বুলি কয়, a planet. গ্ৰহণু, কুদ, স. ( স. গ্ৰহণ, লওন -গ্ৰন্থ, ) লোৱা কাৰ্য্য; যেনে, ধন গ্ৰহণ কৰিছে, আকাশত থকা দীপ্তিমন্ত বস্তুৰ আন এটা বস্তুৰ দ্বাৰা আচ্ছাদন; যেনে, চন্দ্ৰৰ দ্বাৰা সূৰ্য্যৰ আৰু পৃথিবীৰ দ্বাৰা চন্দ্ৰৰ আচ্ছাদন, এই দুইৰ প্ৰথমটোৰ নাম সূৰ্য্য গ্ৰহণ, দ্বিতীয়টো চন্দ্ৰগ্ৰহণ; সকলে। গ্ৰহৰ গ্ৰহণ হয়, কিন্তু আমাৰ সম্বন্ধে চন্দ্ৰ সূৰ্য বৰ ডাঙ্গৰ আৰু প্ৰতাপী বদ্ধ; এতেকে সেই দুইৰ গ্ৰহণৰ কথা সকলোৱে জানে, the set of receiving or tak- ing, an eclipse. গ্ৰহণী, স. শ, (সং. গ্ৰহণী, এবিধ ৰোগ গ্ৰন্থ, ধ) পেটত বেদনা হৈ তেজ-সাও

    • cati, lysentery.

গ্ৰহণীয়, বি. (সং. গ্ৰহণীয়, লবৰ যোগ্য— গ্ৰহণ, লোৰা) লবৰ ঘোগা; যেনে, অশুদ্ধ মনেৰে দিয়া বস্তু গ্ৰহণীয় নহয়; বিশ্বাসৰ যোগ্য; যেনে, এই কথা অৱশ্যে গ্ৰহণীয়, acreptable, reliable. গ্ৰহপতি, স. শ. ( স. গ্ৰহপতি, গ্ৰহৰ অধি- কাৰ গ্ৰহ, আকাশৰ ন-ট। দীপ্তিমন্ত বস্তু+পতি, অধিকাৰ; গ্ৰহবিলাকৰ মাজত বৰ দীপ্তিমন্ত আৰু প্ৰবল, এতেকে) সূৰ্য্য, the SWI. গ্ৰহপীড়া, স. শ. (সং. গ্ৰহপীড়া, গ্ৰহে জন্মোৱা ৰোগ, গ্ৰহ, ঐ + পীড়া, কষ্ট) গ্ৰহৰ খঙ্গৰ পৰা হোৱা নৰিষা বা অন কষ্ট, sitekness ( or otlier inisfortune supposeul to be caused by an unpopitious planet. গ্ৰহপূজা, স. শ. (সং. গ্ৰহপূজা, গ্ৰহৰ পূজা – গ্ৰহ, ঐ + পূজা, উপাসনা কোনো গ্ৰহৰ উদ্দেশে কৰাপূজা, গ্ৰহ শান্তি, Wol'ship of ( or an offering macie 103 at planet. গৃহযজ্ঞ, স. শ. { সং, গ্ৰহ, ঐ + যজ্ঞ আৰু গুহাগ, সাগি, পূজা। নৱ গ্ৰহৰ উদ্দেশে Tot, a burnt offering maile to all the planets. গ্ৰহশান্তি, স. শ. {সং. গ্ৰহশাস্তি, গৃহপূজা— ঐ+ শান্তি, উপশম) কোনো অনিষ্ট গ্ৰহৰ খং উপশম কৰিবলৈ কৰা পূজা, an ofl'ering nude to propitiate an adverse plauct. গ্ৰহীতা, কদ, স, (সং. গ্ৰহী, লওঁতা-~- গ্ৰহ, ল) লওঁতা, গ্ৰহণ-কৰো, one who reccives, a receiver. (1) asla! গ্ৰাম, স. শ. (সং. গ্ৰাম, গাওঁ—গম, গতি ক) গাওঁ, নগৰত বাজে আন বসতি-ঠাই, a village, গ্ৰামযাজ, স, শ. (সৎ, আমজক, গাৱ পুৰোহিত—গ্ৰাম, গাওঁ+যাজক, দেৱতাৰ বা পিতৃৰ কাৰ্য কৰাওঁত গাৱলীয়া নুহৰ পুৰোহিত, a village priest. গ্ৰহ,