পৃষ্ঠা:হেমকোষ.pdf/৩০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গোষ্ঠী ২৭৮ গ্ৰথিতু। গৰু + স্থা, থাক্। এক বন্ধা ঠাই; গৰু- catta ste, a place where cows are kept, a station of cowherd. গোষ্ঠী, স. শ. (সং. } বশ, পবিয়াল; 7tat, a mus or family, a descculant. গোষ্ঠীপতি, স. শ. (সং. গোষ্ঠীপতি, কোনো বংশৰ প্ৰধান লোক—গোষ্ঠী, বংশ+পতি, স্বামী } কোনো এক ব’শৰ মাজত প্ৰধান লোক, the heal man of a family. গোপদ, স. শ. (স” গোস্পদ, গৰুৰ খোজ -গো, গক+ পদ, তাৰ) গৰুৰ খোজ, the footprint of a cow. গোসাই, স. শ. (সং. গোধৰ্মী, ধৰ্মৰ উপ- দেশ দিওঁত বৰ্ম্মৰ উপদেশ দিত;

দেৱতা, দোতাৰ মূৰ্তি, } religious

instructor, a spiritual guile, il gol, sun idol. (স্ত্ৰী) গোশনী। গোস্বামী, স, শ, (সং. গোস্বামিন --গে, বেদ + ঋমিন, গৰাকী বেদৰ ধিক্যৰ; এতেকে ধৰ্ম্ম-শিক্ষ, গুৰু; a religious instructor. গোহাঁই, স. শ. (অব. গোসাই, গুক) শাসাম দেশৰ ৰজা, বুঢ়াগোহঁাই, বৰগোহঁাই বা বৰপাত্ৰ গোহঁাইৰ পুতেকৰ বা তওঁ লোকৰ বংশব কোনো লোক উপাধি, the title of a son or descendant of the Raja, Buragobain, Margolun or Barnatragokain of Assamu. গোহঁায়নী, স. শ. (অ. গোছই শব্দৰ স্ত্ৰীলিঙ্গ) গোহঁাইৰ ঘৈণীয়েক { অমান্য 37 ), the wife of a Gohain. গগাহাৰি, স. শ. নিবেদন, বিনয় কৰি জনোৱা কথা; যেনে, “ৰামক গোসাই (taifa," a petition, a res- pectful and sentation. গগাহালি, স. . ( সং. গোশাল, গৰুৰ ঘৰ) গৰু-বৰ, গৰু-বন্ধ। ঘৰ, a cow house. গৌঠালি, স. শ. অহঙ্কাৰ, পপ, priile. গৌণ, বি. (সং. গৌণ, অবা-গুণ, গণনা কৰ) অপ্ৰধান, কোনো শব্দৰ ছাই অৰ্থত বাজে আন; যেনে, অনেক শব্দৰ মূখ্য, গৌণ, দুই অৰ্থ থাকে, seconday, as the meaning of a word. গৌতম, স. শ. (সং. গৌতম, গোতমৰ পুল) ন্যায় শাৱ-কাৰক ঋষিৰ নাম, the name of a Sage who was the founder of the Nyaya philusoply. গৌতম, স. শ. শাক্য মুনি, বুদ্ধ, এওঁ জাতিত ক্ষত্ৰিয়, সূৰ্য-বস্ট শুদ্ধোদন ৰজাৰ পুতেক; তেওঁৰ মাকৰ নাম মায়া দেবী। এওঁৱেই বৌদ্ধ-ধৰ্ম্ম চলায়, a lame of Sakyil Muni, the filer of Budellism. "T"" CYT! গৌ, স, শ. (অ. গহীন, ধীৰ } বিলম্ব, গহবি, পলম; যেনে, বামে অহাত বৰ গৌন কৰিছে, lelay. গৌৰ, স. শ. ( সং. গৌৰ, বগা--ও, শব্দ কৰ বগাৰে মিহলি ৰঙ্গা বৰণ; বগা 344, ale rul colour, white colour. বি. বগাবে মিহলি ৰা; ব1, ২la Tel, white. গোবৰ, গু. শ. (সং, গৌৰৱ-~~ক, মান্য ) সন্মান, মৰ্যাদা, *xes?ttefalility. গৌৰৱান্বিত, বি. { স. গৌবৰাখি, মন্তি-~- গৌৰৱ, সন্তান + অম্বিত, মিনি) মান্য, মাননীয়, সম্ভ্ৰান্ত, sex-talk. গৌৰাঙ্গ, স. শ. (সং. গৌৰ, বগ।+ অঙ্গ, শৰীৰ) চৈতৰ নম। তেওঁ বঙ্গদেশব নদীয়াত জন্মিছিল, তেওঁৰ মাকৰ নাম শচী দেবী, তেওঁ জাতিত ব্ৰাহ্মণ আছিল, তেওঁৱেই সেই দেশত বৈষ্ণৱ ধৰ্ম্ম প্ৰবল

  1. 64, a name of Chaitanya, the

founder of the Wisudent sect in Bengali গৌৰী, স. শ. (সং. গৌৰী-গৌৰ, বগা। পাৰ্বতী, দুৰ্গা; কুমাৰী, , name of Durga, a virgin. গ্ৰথিতু, কৃদ. বি. (স. অখিত, গঁথাগ্ৰন্থ, গা) সঁথা, জৰীৰে একে লগে সিয়া; ৰচনা কৰা, string together, com- posed. submissive repre-