পৃষ্ঠা:হেমকোষ.pdf/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গেন্ধালি ২৭১ গোগো গোলি, স, শ. (সং, গন্ধ, ঘ্ৰাণ) এবিধ বেয়া গোন্ধোৱা বন, a kind of herb. গেলো, বি. বেয়া, ঘিলগা, bad, hateful. (স্ত্ৰী) গৈন্ধেলী। গেবাৰ, স. শ. দাস, বন্দী, a slave, a menial, of a very low class. (1994 চলিত। গেৰী, স. শ, (অং. গেবাৰু, বন্দী) দাসৰ কাম, অতি হীন বিধৰ বন, drudguary, menial service. গে, দ, ধ, { অং. গৰা, মাৰি আনি দমা) বহুত একে ঠাইতে গোটা, 'দমা; যেনে, অমুকে মাছ মাৰি গেইছে, to collect in a mass, to gather together. গেধাৰা, স. শ. {সং. গিৰিধাৰা, পৰ্বতৰ পৰা বৈ অহা সেঁত) পৰ্বতৰ পৰা বোৱা ito, a stream flowing from a hill or mountain. গেবেউ-মাটি, স. শ. (সং. গৈৰেয়, পৰ্বতীয়া ৰঙ্গা মাটি। এবিধ পৰ্বতীয়া ৰঙ্গা মাটি, red ochre or red chalk. গেৰেউ-গেঁথেউ, স. শ. লঘোনৰ পাচত বা গেবেও গেথেও অধিক খোৱাৰ কাৰণে CTY 94, the nneasiness and sense of lonthing produced by cating too much or after a long fast. গেৰেকণি, স. শ. মলিন বস্তু বা জাবৰ-আদি cottatay He, a place for refuse and filth. গেৰেগুৱা, স, শ, (সং, গিৰি- গেৰেগুৱা-তামোল, গুৱাক, পৰ্বতৰ তা- মোলগিবি, পৰ্বত + গুৱাক, তামোল) এবিধ বন-মোল, সি ঘাইকৈ পৰ্বত হয়, আৰু তাৰ গছেৰে নগাই যাঠীৰ কুৰা .227, a kind of wild nut and its tree. গেলো, বি. (অং, গেঁৰ, সৰু চৰাই-পোৱা- লিৰ ডাঙ্গৰ পেট) পেটাল, ডাঙ্গ-পেটা; ওফোন্দা, ডাঙ্গৰ, (পেট খাটে); যেনে, গেৰেলা পেট (নিন্দাৰ্থত); pot-belied. গেলে, বি. (অৎ, গেৰেলাৰ শ্ৰীলিঙ্গ) পেটুলী, ডাঙ্গৰ পেটযুক্তা, নিন্দাৰ্থত); big-bellied (in ridicule). (2) Et থোক-থকা, থোক ওলাব লগীয়া হোৱা, {ধানত খাটে); যেনে, ধান-ভৰা গেৰেলী 915, laving a spiko ur ear in a sheath, as padely. গেৰেহা, বি. পানীত তিতা হেতু জুই নলগা, (খৰি বা কাঠ }, wet, filled with water, sodden, said of wood. গেৰোগেথো, স. শ. (অং. গেৰেউপেঁপেউ, অধিক খাই খাবৰ অনিচ্ছা) অনিচ্ছা, কোনো এক কাৰ্যলৈ ইচ্ছা-নথকা ভাব; যেনে, কৃপণে দান কৰাত গেৰোগোপো

  1. 67, reluetance, want of leart.

গেৰ্গেৰীয়া, বি. বৰ চেঁচা; যেনে, জাৰত হাত y creaty 2575, cold, frigid. গে, অ. বা. (সং. গল, দ্ৰৱ হ} স্বাভাৱিক কঠিনতা গুচি কোমল ই; যেনে, মাছ CIFTC5, to rot, to be putrid. "45" চোৱা। গেলা, স, ধা, গলিত কৰ, স্বাভাৱিক কঠিন গুচাই কোমল কৰ; to cause to be putrid, to putrify. কৃদ, বি. গলিত, স্বাভাৱিক কঠিনভা গুচি কোমল হোৱা, rotten, putrid. গেলেপা, বি. (অং, গেল, বিকৃত হ) গাপ- লগা, তিত অৱস্থাত হেঁচা খাই থকাৰ নিমিঙে গেলাৰ নিচিনা বা বিকৃত হোৱা, changed by means of fermentation, গেলেপা লাগ, তিত অৱস্থাত হেঁচা খাই থকাৰ কাৰণ গেলাৰ নিচিনা হ; যেনে, তিতা ধানবোৰ গেলেপা লাগিছে, to be changed by means of fermentation. গেলগেলীয়া, বি. { অং. গেল, গলিত হ) বৰকৈ পকি ভিতৰে গেলাৰ নিচিনা হোৱা, ( গাঁৰ }; যেনে, গেসূগেলীয়া গাৰ; supparated, almost putrid. গো, স. শ. (সং. গো, গৰু-গম, গতি কৰ, নিতে চৰিবলৈ যায়, এতেকে) গৰু, an animal of the bovine kind. গোগো, অমুক, মুখত সোপা দি কথা-কোৱাৰ