পৃষ্ঠা:হেমকোষ.pdf/২৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গেঁগোঁৱনি ২৭২ গোকাটনি। বা চিঞৰাৰ, নাইবা ঘিলা বা লাটুম ঘূৰোৱাৰ নিচিনা শব্দ, an imitative sonud used to express that of a half-stified cry or speech. গোগোৱনি, স. শ. মুথত সোপা দিয়া জন্তুৰ বা মানুহৰ কথাৰ বা চিঞৰাৰ শব্দ; ঘিলা বা লাটুম-ঘুৰোৱাৰ মাত, tle soundt of a half-stifled cry, or speech. গেঁগো, অ, ধা- মুখত সোপা দিয়া মানুহৰ বা জন্তুৰ নাইবা ঘিলা বা লাটুম ঘূৰোৱাৰ পৰে শব্দ কৰ; খঙ্গেৰে গোজ; যেনে, এই কথা শুনি সি গোগোৱাইছে, to atter a lialf-stitled cry, to make a whizzing or humming sound, to growl with anger. গোগোৱাই উঠ, খঙ্গেৰে গোঁজৰিবলৈ ধৰ; যেনে, এই কথা শুনি সি গোগেই উঠিল, to grow with anger. গোগো কৰে, ক্ৰি. বি. খঙ্গেৰে বেগাই, (গুচি যোৱাত খাটে); যেনে, গোগে। কৰে sto, speaking angrily and quickly, গোজ, স. শ. {বং গোঁজ, খুঁটি ) দীঘলীয়া খুঁটি, মাটিত পোতা দীঘলীয়া মাৰি; যেনে, জেওৰাৰ গোজ, stake or peg. . . খুঁচি সুমা; যেনে, খোপাত ফুল গেঁজে; ঠেলি পোত; যেনে, জেওৰা গুজিছে, to thrist or drive in. গোজ মাৰ, গোজ পোড়, to thrust as a stake or peg into the ground. গোজ, অ. ধা. { সং, গজ, উচ্চ শব্দ কৰ) সিংহ বা বাঘৰ দৰে উচ্চ শব্দ কৰ; ভাবি। দি, হুমিয়া; যেনে, ডাঙ্গৰীয়াই গুজৰিছে, to growl or roar, to grumble or murmur with anger. গোজৰণি, স. শ. সিংহ বা বাঘৰ শব্দ, a roar, a growl. গোজা, স. প. {অং, গেঞ্জি, হাতেৰে ঠেলি সুমা) হাতেৰে অলপকৈ মৰা ঠেলা, ঠেলা, a push with the hand, a lunge. গোদা খা, দে খা; যেনে, বাঁহৰ আগে গোজা খায়, মূৰ চাপৰা; যেনে, গোঁজা st& fore, to bend down, as the liead or top. গোঁজা মাৰ, হাতেৰে ঠেলি সুমা; যেনে, কটাৰীখান বাৰত গোজা মাৰি থ, অল- পকৈ পোত্; যেনে, মৰীচৰ পুলিটো গোজা মাৰি ৰুলে; কোনো অস্ত্ৰেৰে ঠেলা দি; যেনে, টাঙ্গনৰ মূৰেৰে গোজা মাৰিলে, to push or thrust lightly, to partly bury in the ground, as in setting ont a plant, give a funge. গোঠ, স. - ( সং. গ্ৰন্থ, গাথ) দুডাল বা অধিক জৰী একে লগে পকাই বা একে ভালকে অনেক বাৰ মেৰাই বন্ধ; যেনে, বাৰ Ats, to string, to braid, to plait. সমা-~-গোঠ, গাথ, গোই বুলিলে কেৱল জৰীৰে একে লগ কৰা অৰ্থ হয়, গাধ, জৰীৰে বা আন প্ৰকাৰে লগ লগাই শ্ৰেণীবদ্ধ কৰাত খাটে; যেনে, বেঁত-সূতেৰে বাৰ গোঠে; বটিয়াৰে ফুলৰ চাকি, কঁৰালেৰে পকিৰ ইটা গধা যায়। গেঠনি, স. শ. জৰীৰে পকাই দিয়া বান্ধ, sterfar, braiding, plaiting or striny. ing . গো, স. শ. (সং. গুম্ফ, ওপৰ ওঁঠত গজা নোম) ওপৰ ওঁঠত গজা নোম, a moustaebe. গোফা, বি. গোফযুক্ত, গুফীয়া, having a moustaclie. গোৰা, বি. (সং. গৌৰ, বগা) বগা, বগা- বৰণেৰে মিহলি ৰঙ্গা, white, pale rcd. স, শ, বিলাতী সিপাহি, a Turopean soldier. গোৰা, দ, ধ, পানীৰ তলত থৈ কোমল বা ঘুণে নধৰা কৰ, to steep, to season by placing under water. গেকাটু, বি. (সং. গোকৃত, গোবৰ) গোব- ৰৰ দৰে মলিন, এতেকে বেয়া, কুচ্ছিত, filthy, badi. গোকাটনি, স. শ. গেৰেকনি, গোবৰ-জাব- ৰেৰে মলিন ঠাই, a filthy place,