পৃষ্ঠা:হেমকোষ.pdf/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গাজিগুঞ্জ। ২৫৮ গান্ধাৰী এবিধ খাদ্য মূল } এবিধ মূলা, ৰঙ্গা মূলা, a carrot (Daucus carota). গাজিজা, স. শ. (সং. গৰ্জি, দূৰৰ গাজনি +গুজা, অনুৰূ.) মানুহৰ অব্যক্ত শব্দ; যেনে, বাহিৰত গাজিওজা শুনিছিলো, low and indistinct inutterings. গাজী, বি. (অৎ, গাজু, অঙ্কুৰ) গাজ-ওলোৱা; যেনে, গাজী মাহ, having a sprout, sprouting. স. শ. গজ এলোৱা মহ; যেনে, মাহৰ গাজী, sprouted pulse. গা-জোৰা, বি. (অং. গা, শৰীৰ জোৰ, আঁটু) আঁটা, যথেষ্ট, sufficient. গা-ডাঙ্গ, বি, ডাঙ্গৰ গা-যুক্ত, fat. গাড়ী, স. শ. (সং, গী, শকট; হিং. বং গাড়ী, চকৰি লগোৱা বাহন) সকলো বিধৰ চকৰি লগোৱা বাহন, a wheeled carriage of any kind. , গাণপত্য, স, শ, (সং. গণপত্য-গণপতি, গণেশ) গণেশক উপাসনা-কৰা, wor- shipping Ganesia. স, শ, গণেশৰ উপাসক, a votary of Ganesha, গাণ্ডিৱ, স. শ. (সং, গাণ্ডীৱ বা গাণ্ডিৱ গাভীৱ-গণ্ড, গাল ) অৰ্জুনৰ ধেনুৰ ayt, the bow of Arjuna. গাদি, স. শ. দা বা কটাৰীৰ পিঠি অৰ্থাৎ ধাৰৰ ওপৰ-ফাল; হাতৰ তলুৱাৰ ভুল ফাল, এতেকে চেপেটা বস্তুৰ সঁতি; যেনে, বঠাৰ গাদি; গাদিৰে কৰা আঘাত, the back of a knife, &c., the lower edge of the hand, the edge of any flat thing, a blow with the hand. গাদী, স. শ. (হি. গাদী, আসন) মান্য মানুহৰ আসন; যেনে, ৰাজ-গাদী; হাতীৰ পিঠিত পৰা আসন, a seat of honor, a wadded pad placed on the back of an elepbant. গাধ, স. শ. (সং, গৰ্দভ, এবিধ জ) ঘোড়াৰ নিচিনা এবিধ জন্তু, খৰ, an ass, (স্ত্ৰী) গাধী। গা-ধন, স, শ, (অং. গ, শৰীৰ+ধন, টকা) মানুহৰ গা-মূৰি লগোৱা ৰাজহ (কাম); ছোৱালীৰ নিমিত্তে তেওঁৰ বাপেক-মাক বা গৰাকীক দিয়া ধন্, a poll tax, moncy paid to the guardian of a girl sought in marriage. গাধি, স. শ. এজনা চন্দ্ৰবংশী ৰজা, তেওঁ কুশিক ৰজাৰ পুতেক আৰু বিশ্বামিত্ৰ fara att ta sprigo, the name of a king. . গাধৈ, স. শ. (সং. গাধ, স্থান) ঘেঁডেলাই বহল কৰা বাহ, তাৰ দ্বাৰা চা বা ধাৰ কৰা 13, bamboos crushed for making into walls of llouses. গান, স. শ. (সৎ, গান---গৈ, গীত গা) গীত, জাত লগাই গোৱা এবিধ পদ্য, a song গানৰিয়া, বি. { অং. গা, শৰীৰ নৰিয়া, বেগী) গৰ্ভৱৰ্তী, সগৰ্ভা, pregnant. দ. শ. গৰ্ভ হোৱা অৱস্থা; যেনে, অমুকীৰ গানৰিয়া হৈছে, state of being preg- nant, pregnancy. গান্ধৰ্ব, বি. (সং, গান্ধৰ্বগন্ধৰ্ব, স্বৰ্গৰ গায়ন) গন্ধৰ্ব সম্বন্ধীয়, relating to the Gandharvas. . গান্ধৰ্ব-বিবাহ, স, শ. ম তিৰোতাৰ ভিতৰত প্ৰভি হোৱাত পৰস্পৰে ভাৰ্য্যা স্বামী বুলি বৰণ কৰা বিয়া, a marriage which requires only mutual amor- ous agreement. গান্ধৰ্ব-বিদ্যা, স. শ. গান-কৰা বিদ্যা, tle science of music. গান্ধাৰ, স, শ, (সৎ, গান্ধা-গান্ধ, গন্ধৰ সমুহ+ঋ, গতি কৰ) ছয় ৰাগৰ এক ৰাগ; কান্দাহাৰ দেশ, one of the six primary modes of music. গান্ধাৰী, স. শ. (সৎ, গান্ধাৰী-গান্ধাৰ, কান্দাহাৰ দেশ) ধৃতৰাষ্ট্ৰৰ ভাৰ্য্যা, দুৰ্য্যো- ধনৰ মাক, তেওঁ গান্ধাৰ দেশৰ ৰজাৰ জীয়েক আছিল, Princess of Gandhara. The dangłter of Subala, king of Gandlara, wife of Dhritarastra, and