পৃষ্ঠা:হেমকোষ.pdf/২৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গান্ধী গায় B0118. mother of His hundred (Dowson). গান্ধী, স. শ. {স, গন্ধ, ঘ্ৰাণ) এবিধ দুৰ্গন্ধি উৰি ফুৰা পোক, the dying bug. গাপ, স. শ. (অং. তাপ, তপত গুণ) তিত বস্তু হেঁচি থলে উঠা ভাপ; নতুন বই নথকাত হোৱা তাপ, heat generated from the fermentation of damp sub- stances, heat produced by want of fresh air. গাপ উঠ, তিতা বস্তু বতাহ নোহোহাৱাকৈ হেঁচি থোৱাত ভপি ওলা, to be pro- duced as heat by fermentation. গাধ দি, তিতা বস্তু বতাহ নোপোৱাকৈ হেঁচি থৈ ভাপ তোল, to leat ly means of fermentation, গাপ লাগ, তিতা বস্তু বতাহ নোপোৱাকৈ হেঁচা খাই থকাত তাপ উৎপন্ন হ; যেনে, তিত ধনি ভঁৰালত জাপি থলে ভাত গাপ atost, to be heated as damp sub- stances by means of fermentation. গা-পাতল, বি. { অং. গা, শৰীৰ+পাতল, শাহী) লাহী গা-যুক্ত, ক্ষীণ, গা-সৰু, light-bodied, lean. গাফিলী, স. শ. {যাং. গফুল, হেলা) আও হেলা, অমনোযোেগ, carelessness, neglect of duty. গাভৰু, বি. স্ত্ৰীং. পুং, (হি. গ, যুবা, ডেকা) ডেকা, যুবা; যেনে, গাভৰু লৰা; ডেকেৰী, যুবতী; যেনে, গাভৰু ছোৱালী, grown up, a grown up girl. গাভৰু, স. শ. (অং, গাভৰু, যুবতী গাভৰু-দেও, +দেও, মালোক) ৰজা, বুঢ়াগোহাই, বৰগোহাই আৰু বৰপাত্ৰ গোঁহাই,ইত্যাদিমা আহমবিলাকৰ বংশৰ কোনো লোকৰ ভাৰ্যাৰ পদবি; এতেকে ডাক্তৰ লোকৰ ভাৰ্য্যা, the title of the wife of a descendant of a high family of the Ahams, hence a married laily. গাভৰুণ, বি. (অৎ, গা, শৰীৰ + ভৰুণ, পূৰ। গৰ্ভাৱৰ্তী, সগৰ্ভা, pregnant, গা-ভাৰী, বি. { অং. গা, শৰীৰ + ভাৰী, ভাৰ যুক্ত) গৰ্ভৱৰ্তী, pregnant. গাভিণী, বি. (সং, গৰ্ভিণী, সগৰ্ভা) গৰ্ভৱ' পেটত পোৱালি থকা (জত মাখন খাটে); যেনে, গাভিণী গাই, pregnant (applied to animals). গাভী, বি. (সং. গভীৰ, দ বা গহীন, চহকী মানুহ পাতল নহয়, এতেকে) চহকী, vall, well-to-do, rich. গা, স, শ, (সং. গ্ৰাম, গাওঁ, গায়ে-পতি একোটা, মূৰ থাকে, এতেকে) কোন কোনো পৰ্বতীয়া জাতিৰ গাওঁৰ প্ৰধান মানুহ; যেনে, মিৰিগম, the chief or hread of a village amongst certain lill tribcs. . গম্, স, শ. {স. গ, গতি কৰ) ঘোঁৰাৰ দু-খুজীয়া খোজ, the trotting pace of a ltorse. গামখাৰু, স. শ. আগেয়ে তাক মিৰিৰ গামে পিন্ধিছিল, এতেকে পুৰুষে পিন্ধা এবিধ t, a kind of bracelet worn by men. গা-মাটি, স, শ, (অং. গা, শৰীৰ+ মাটি, ভূমি) আহম ৰজাৰ দিনত পাইকবিলাকৰ খাটনি বেচ-স্বৰূপে দিয়া বোৱাৰ্তী মাটি; পাইকে তাক বেচা-কি কৰিব নোৱাৰি- fsa, land allottel to serfs by the Aham Rajalıs in return for services. গা-মুৰি, স. শ. (সং. গাত্ৰমোটন, গ মোহৰা) এঙ্গামুৰি, the art of stretch- ing the limbs. গা-মূৰি, ক্ৰি. বি. গাই-পতি, প্ৰতিজনক, by cach, to cach. “ গাই-পতি ” চোৱা। গামোচা, স. শ. (স’, গাত্ৰ-মাৰ্জনী; বং, গামচ, গামছা) গা ধুই গাৰ পানী- টোকা সৰু কাপোেৰ; এতেকে ভালোল বন্ধ বা মূৰত বন্ধ সৰু কাপোৰ, a towel, a napkin. গায়ক, স. শ. {সং. গায়ক বা গায়ন~- গান, গৈ, গীত গ) গান-কৰো, ৪